Change Language
News18 »haren bhumij
-
জীৱন সংগ্ৰামৰ মাজেৰে একাংশ বড়ো মহিলাই দেখুৱাইছে সামাজিক দূৰত্বৰ নিয়ম
শোণিতপুৰৰ মিছামাৰীৰ এটা অঞ্চলৰ সহজ–সৰল নিৰক্ষৰ একাংশ জনজাতীয় বড়ো মহিলাই দাঙি ধৰিছে নিদৰ্শন৷...
| News18 Assam | May 13, 2020,9:27 am IST -
বৰছলাত স্বয়ং বিজেপি কৰ্মীয়ে দুৰ্নীতি-অনিয়ম উদঙাই বন্ধ কৰিলে চৰকাৰী কাম
| News18 Assam | May 11, 2020,12:28 pm IST -
মন্ত্ৰীৰ মুখত কোৰোণাক লৈ ঝুমুৰ গীত, চাহ বাগিচাৰ শ্ৰমিকক গীতেৰে সজাগ কৰাৰ প্ৰয়াস সঞ্জয় কিষাণৰ
চাহ শ্ৰমিকসকলৰ মাজত কোৰোণা সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে ঝুমুৰ গীত পৰিৱেশন কৰে মন্ত্ৰীগৰাকীয়ে।...
| News18 Assam | May 10, 2020,10:42 am IST -
পি এম কিষাণ সন্মান নিধিৰ ধন আত্মসাৎ কৰাসকলক ৰেহাই দিয়া নহ’ব, সকীয়নি বিধায়ক অশোক সিংঘলৰ
| News18 Assam | May 9, 2020,12:04 pm IST -
স্বয়ং পঞ্চায়ত সভানেত্ৰী আৰু সভানেত্ৰীৰ স্বামীয়ে লাভ কৰিলে পি এম কিষাণ নিধিৰ ধন
| News18 Assam | May 7, 2020,2:11 pm IST -
ইশ্বৰ-আল্লাই মাফ নকৰে দৰিদ্ৰৰ নামত আবণ্টিত আঁচনিৰ ধন হৰলুকী কৰাসকলক, ক’লে এইগৰাকী সাংসদে
| News18 Assam | May 6, 2020,8:30 am IST -
লকডাউনৰ সময়ত পদপথৰ কুকুৰক প্ৰতিদিনে খাদ্যৰ যোগান ধৰিছে এদল যুৱক-যুৱতীয়ে
কিছুদিন এনেকৈ কুকুৰবোৰক খাদ্যৰ যোগান ধৰি অহাৰ বাবে কুকুৰবোৰৰো এওঁলোক চিনাকী হৈ পৰিছে৷...
| News18 Assam | May 5, 2020,9:11 am IST -
মানৱীয়তাৰ নিদৰ্শন, ঢেকীয়াজুলিত লকডাউনৰ সময়ত প্ৰতিদিনে তিনিশ লোকক অন্নদান
| News18 Assam | May 3, 2020,9:19 am IST -
ঢেকীয়াজুলিত চুলাই মদৰ ঘাটি ভাঙিবলৈ যোৱা আবকাৰী-আৰক্ষীৰ দলক আক্ৰমণৰ চেষ্টা
কেইজনমান যুৱকে অভিযানকাৰী দলটোক আক্ৰমণ কৰিবলৈ জেওৰা উঠাই, হাতে হাতে জেওৰাৰ কামি লৈয়ো আগবাঢ়ি আহে।...
| News18 Assam | April 21, 2020,2:47 pm IST -
চৰকাৰী চাউলত ইউৰিয়া মিহলি হ’ল কেনেকৈ? শোণিতপুৰত কেইবাজনো অসুস্থ
সুলভ মূল্যৰ দোকানৰ পৰা সংগ্ৰহ কৰা চৰকাৰী চাউলৰ ভাত খাই কেইবাজনো লোক অসুস্থ হৈছে৷...
| News18 Assam | April 19, 2020,2:19 pm IST -
গৌৰৱোজ্জ্বল ৫১ বছৰ গৰকা এটা বিহুৱা দলে সোণালী জয়ন্তী বৰ্ষ পাতিব নোৱাৰি বাৰী চুকতে মাৰিলে বিহু
| News18 Assam | April 17, 2020,8:24 pm IST -
বিলুপ্তপ্ৰায় হলৌ বান্দৰে পাইছে ‘হনুমান’ৰ পৰিচয়, চাহ শ্ৰমিকৰ প্ৰাণী সংৰক্ষণৰ অকৃত্ৰিম প্ৰয়াস
চাহ শ্ৰমিকৰ প্ৰকৃতি আৰু প্ৰাণীলৈ মৰমৰ নিদৰ্শন।...
| News18 Assam | April 16, 2020,10:42 am IST -
লকডাউনত News18ত দুই কণমানিৰ সংগ্ৰামৰ হৃদয়বিদাৰক দৃশ্যই পোহৰলৈ আনিলে অবাধ লুণ্ঠনৰ কাহিনী
বহুতো আগবাঢ়ি আহিছে সহায়ৰ কাৰণে, বিধায়কৰ এতিয়ালৈ খবৰ নাই।...
| News18 Assam | April 13, 2020,7:33 pm IST -
লকডাউন কি বুজা হোৱা নাই সিঁহতে, পেটৰ তাড়নাত জনশূন্য ৰাজপথৰ দাঁতিত গ্ৰাহকৰ অপেক্ষা দুই শিশুৰ
এই দৃশ্য শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ চেনিমাৰীৰ৷...
| News18 Assam | April 12, 2020,12:13 pm IST