-
বিষাক্ত ফেঁটী সাপ হাতেৰে ধৰি কি কৰিছে এইজন যুৱকে?
বৰছলাৰ দীপা নাথৰ ঘৰৰ ভিতৰত সোমাই আছিল বিষাক্ত ফেঁটী সাপডাল।...
| News18 Assam | July 19, 2020,10:38 am IST -
ঢেকিয়াজুলিৰ এখন বিয়াকলৈ আতংক! কোৰোণাত আক্ৰান্ত হ’ল দৰা-কইনা, একেটা পৰিয়ালৰে ১১জনৰ দেহতো ধৰা পৰিল কোৰোণা ভাইৰাছ
বিয়াৰ হোৱাৰ কেইদিনমান পিছতেই চিকিত্সালয়ত ভৰ্তি হ’বলগীয়া হ’ল নৱ দম্পতি...
| News18 Assam | July 18, 2020,3:40 pm IST -
বিজেপিত বিদ্ৰোহৰ উকমুকনি! এইবাৰ আন এজন নেতাই ক’লে – বিজেপিত ৰাৱনৰ দৰে আচৰণ কৰিছে একাংশই
| News18 Assam | July 14, 2020,6:04 pm IST -
মেট্ৰিক পাছ কৰিব নোৱাৰি ঘৰৰ পৰা ওলাই গৈছিল দীপাংকৰ, সুদীৰ্ঘ ১৫ বছৰৰ মূৰত মাতৃ–পুত্ৰৰ মহামিলন
১৫ বছৰৰ পাছত আপোন ঘৰখনলৈ উভতি আহিছে পুত্ৰ। লগত ঘৰলৈ আহিছে বোৱাৰীকো।...
| News18 Assam | July 14, 2020,11:57 am IST -
শোণিতপুৰৰ বৰছলাত বানৰ ভয়ংকৰ ৰূপ, ঘৰৰ মূধচলৈ উঠিছে পানী, লুইতৰ বানে বুৰাইছে ৭খন গাঁও
বানৰ কবলত পৰা অঞ্চলৰ লোকসকল এতিয়া নিৰাপদ স্থান বিচাৰি ওখ ঠাইলৈ ঢাপলি মেলিছে৷...
| News18 Assam | July 13, 2020,1:48 pm IST -
ওদালগুৰিৰ ওৰাঙত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুই বাইক আৰোহী
দুয়োকে সংকটজনক অৱস্থাত তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ নিয়া হয় যদিও চিকিৎসালয়তে দুয়োজনৰ মৃত্যু হয়৷...
| News18 Assam | July 8, 2020,8:18 pm IST -
‘নিজকে ছুপাৰ ডাক্তৰ দেখুৱাইছে হিমন্ত বিশ্বই, জনসাধাৰণৰ জীৱনক লৈ হেতালি খেলিছে’ – ক’লে ৰিপুণ বৰাই, প্ৰত্যুত্তৰ দিলে হিমন্ত বিশ্ব শৰ্মায়ো
| News18 Assam | July 8, 2020,7:28 pm IST -
মূৰে–কপালে হাত দিছে শোণিতপুৰৰ বৰছলাৰ শ শ মাকৈ খেতিয়কে, উচিত মূল্য নাপাই হাহাকাৰ কৃষকৰ
উপায়ন্তৰ হৈ নষ্ট হোৱাৰ ভয়ত পানীৰ দৰত ঘৰতে বিক্ৰী কৰিবলৈ বাধ্য হৈছে মাকৈ।...
| News18 Assam | July 8, 2020,12:04 pm IST -
এটা ২৫লাখ টকীয়া পথৰ নিবিদাক লৈ ৰণথলী PWDকাৰ্যালয়! থানা পালেগৈ বিজেপি-আৰএছএছ কৰ্মীৰ সংঘাত
ইতিমধ্যে দুয়ো পক্ষই ঢেকিয়াজুলি থানাত বেলেগে বেলেগে এজাহাৰ দাখিল কৰিছে ৷ ...
| News18 Assam | July 7, 2020,9:52 pm IST -
ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত হ’ল শোণিতপুৰৰ বৰছলা আৰক্ষী চকীৰ উপ–পৰিদৰ্শক
| News18 Assam | June 26, 2020,9:25 pm IST -
ইচ্ছাকৃত ভাবে কোৰোণা বিয়পোৱাৰ অভিযোগ, কোৰোণাত আক্ৰান্ত TMCHৰ লেৱ এটেণ্ডেণ্ট ইক্ৰামুল হুছেইনক নিলম্বন
তেজপুৰ মেডিকেল কলেজৰ কোনো চিকিত্সকে দুমাহলৈ কৰিব নোৱাৰিব প্ৰাইভেট প্ৰেক্টিছ...
| News18 Assam | June 26, 2020,5:24 pm IST -
বিজ্ঞান শাখাত সপ্তম স্থানেৰে শোণিতপুৰৰ নাম উজলালে বিভাষ কাফলেই
মুঠ ৪৭৬ নম্বৰ লাভ কৰি বিভাষে সপ্তম স্থান দখল কৰিবলৈ সক্ষম হয়।...
| News18 Assam | June 25, 2020,12:21 pm IST -
‘মাটিৰ বাবে ধ্বংস হৈছিল কৌৰব, গতিকে মাটিৰ বাবে চীন-ভাৰতৰ যুদ্ধ হ’ব লাগে, মই হ’ব লাগিছিল প্ৰতিৰক্ষা মন্ত্ৰী...!’
বিভিন্ন সংময়ত বিভিন্ন ধৰণৰ মন্তব্য কৰি প্ৰায়ে সংবাদ শিৰোনাম দখল কৰে প্ৰাক্তন সাংসদগৰাকীয়ে।...
| News18 Assam | June 24, 2020,2:13 pm IST -
‘সৰ্বানন্দ ৰাম, হিমন্ত লক্ষ্মণ হয়’ – পুনৰ বহু বিস্ফোৰক মন্তব্য প্ৰা়ক্তন সাংসদ আৰ পি শৰ্মাৰ
| News18 Assam | June 22, 2020,9:51 am IST -
মিছামাৰীৰ সেনা ছাউনীৰ ২৫জন সেনা জোৱান কোৰোণাত আক্ৰান্ত, আতংকময় পৰিৱেশ
প্ৰশাসনে এলেকাটো কোৰোণাৰ হটস্পট হিচাপে চিহ্নিত কৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে৷...
| News18 Assam | June 19, 2020,12:00 pm IST