Change Language
News18 »haren bhumij
-
শোণিতপুৰৰ ঠেলামৰাত উন্মাদ পুত্ৰই ডিঙি ৰেপি হত্যা কৰিলে পিতৃক, আহত মাতৃও
| News18 Assam | September 11, 2020,10:12 am IST -
মৰ্মান্তিক! বৰছলাত মাছ মাৰিবলৈ গৈ মৃত্যুক আঁকোৱালি ল’লে তিনিজন লোকে
শোণিতপুৰ জিলাৰ বৰছলাত মাছ মাৰিবলৈ যোৱাই কাল হ’ল তিনিজনকৈ লোকৰ!...
| News18 Assam | September 10, 2020,11:13 pm IST -
বিজেপি বিধায়ক গণেশ লিম্বু কোৰোণাত আক্ৰান্ত
আজি বিধায়কগৰাকীয়ে ৰেপিড টেষ্ট কৰাত ধৰা পৰে কোৰোণাৰ অৱস্থিতি৷...
| News18 Assam | August 28, 2020,4:59 pm IST -
২০২১ত নিৰ্বাচন খেলিবনে হিমন্ত বিশ্ব শৰ্মাই? আছুৱে দল খুলিলে কি হ’ব? তেজপুৰত হিমন্ত বিশ্বই দিলে ইয়াৰ উত্তৰ
| News18 Assam | August 19, 2020,9:04 pm IST -
বৰছলাৰ অৰিয়ানতলীত সুৰাক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত প্ৰচণ্ড সংঘাত, কেইবাজনো আহত
| News18 Assam | August 16, 2020,9:38 pm IST -
‘প্ৰতিদিনে ঘোষণা কৰিম নতুন আঁচনি, ২১ত আমাৰেই হ’ব চৰকাৰ, ৰিপুণ বৰাৰ শুকান মুখেই কয় কংগ্ৰেছৰ দুৰবস্থাৰ কথা’
যিমানেই ২১ৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপিছে, সিমানে বৃদ্ধি পাইছে নেতাৰ মুখ চুপতি।...
| News18 Assam | August 14, 2020,4:33 pm IST -
TMCHত হঠাৎ মজিয়াত ঢলি পৰি মৃত্যুক সাবটিলে কোৰোণাত আক্ৰান্ত ৰোগীয়ে
চিকিৎসাধীন হৈ থকা অৱস্থাত বিস্কুট খাই খোজকাঢ়ি থকা অৱস্থাত অসুস্থ হৈ মজিয়াত ঢলি পৰে অনুপ তামুলী।...
| News18 Assam | August 11, 2020,9:01 am IST -
আলহীৰ বাবে মিঠাই আনিবলৈ গৈছিল জয়ন্ত মাধৱ, ঘৰলৈ উভতিল নিথৰ দেহ
যুৱকজনৰ এনে অকাল মৃত্যুত কান্দোনৰ ৰোল উঠিছে ঘৰখনত।...
| News18 Assam | August 10, 2020,7:30 pm IST -
নতুন বাইক উপহাৰ দিছে ঢেকীয়াজুলিৰ বিধায়ক অশোক সিংঘালে
৫ আগষ্টত শোণিতপুৰৰ ঠেলামৰাৰ গৰুডুবা কাণ্ডত দুৰ্বৃত্তই জ্বলাই দিছিল কেইবাখনো বাইক৷...
| News18 Assam | August 9, 2020,9:01 am IST -
‘খিলঞ্জীয়াৰ হাতৰ পৰা ওলাই গ’ল নামনি আৰু মধ্য অসমৰ ব্ৰহ্মপুত্ৰৰ পাৰ, ব্ৰহ্মপুত্ৰ এতিয়া ব্ৰহ্মাৰ পুত্ৰ হৈ থকা নাই’
| News18 Assam | August 8, 2020,5:17 pm IST -
‘ধৰ্মীয় উত্তেজনাৰ সৃষ্টি কৰিবলৈ এটা চক্ৰই অহৰহ চেষ্টা কৰি আছে, মুখ্যমন্ত্ৰীয়ে দৃঢ় পদক্ষেপ ল’ব লাগিব’
শুকুৰবাৰে ঘটনাস্থলীত উপস্থিত হৈ শেহতীয়া পৰিস্থিতি বুজ ল’য় চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই ৷ ...
| News18 Assam | August 8, 2020,8:26 am IST -
ঢেকীয়াজুলিত মাছ মাৰিবলৈ গৈ সন্ধানহীন হোৱা লোকৰ মৃতদেহ এদিন পিছত উদ্ধাৰ
| News18 Assam | July 28, 2020,4:39 pm IST -
ঢেকীয়াজুলিত কোৰোণা আক্ৰান্তক কঢ়িয়াই নিয়া এম্বুলেঞ্চ চালকক আৰক্ষীৰ নিৰ্মম প্ৰহাৰ
| News18 Assam | July 27, 2020,9:57 am IST -
শোণিতপুৰৰ মিছামাৰীত কোৰোণাত আক্ৰান্ত যুৱতীৰ মৃত্যু
| News18 Assam | July 26, 2020,5:58 pm IST -
ঢেকীয়াজুলিত জঘন্য ঘটনা, ঘৰত কোনো নথকাৰ সুযোগত ১৩ বছৰীয়া কিশোৰীক বলাৎকাৰ
আৰক্ষীয়ে অভিযুক্ত ৰাজেশ দাসক গ্ৰেপ্তাৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰে৷...
| News18 Assam | July 22, 2020,8:37 am IST