Change Language
News18 »haren bhumij
-
বিধায়ক হোৱাৰ মন মেলিছে শুকুৰ আলীয়ে, ২০২১ত বিজেপিয়ে টিকট দিলে খেলিব নিৰ্বাচন
২০২১ত বিজেপিয়ে টিকট দিলে ২৪নং গৌৰিপুৰ সমষ্টিৰ পৰা আগবঢ়াব প্ৰতিদ্বন্দিতা...
| News18 Assam | November 21, 2020,10:14 am IST -
শোণিতপুৰৰ ঠেলামৰাত জঘন্য ধৰ্ষণকাণ্ড, এজন অভিযুক্তক গ্ৰেপ্তাৰ, মূল অভিযুক্ত পলাতক
মূল অভিযুক্ত হুছেইন আলীৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে৷...
| News18 Assam | November 20, 2020,12:02 pm IST -
ঘৰত জ্বলে মাত্ৰ দুটা বাল্ব, বিদ্যুতৰ বিল আহিল ৩৭ হাজাৰ টকা
| News18 Assam | November 18, 2020,10:49 am IST -
মিছামাৰীত পূজাৰীৰ বেশত প্ৰৱঞ্চক, পূজা কৰাৰ চলেৰে গৃহস্থক লুটাৰ চেষ্টা
| News18 Assam | November 17, 2020,9:20 am IST -
বিৰোধীৰ মহাজোঁট নৌহওঁতেই মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীক লৈ বিতৰ্ক, কি ক’লে সাংসদ অজিত ভূঞাই?
| News18 Assam | November 17, 2020,8:59 am IST -
কিশোৰীক ফুচুলাই মাতি নি অশ্লীল ইংগিত! ঢেকীয়াজুলিত আছাম ৰাইফল্ছৰ জোৱানৰ লজ্জাজনক কাণ্ড
আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত জোৱান নিচাৰ খানক৷...
| News18 Assam | November 10, 2020,9:00 am IST -
‘পাকিস্তান জিন্দাবাদ’ দিয়াসকলক অসমত থাকিবলৈ দিয়া নহ’ব, ব্ৰহ্মপুত্ৰত দলিয়াই দিয়া হ’ব – হুংকাৰ বিজেপি বিধায়কৰ
| News18 Assam | November 9, 2020,10:44 am IST -
ৰাজ্যত আধাৰ কাৰ্ডৰ ক'লা বজাৰ, ঢেকীয়াজুলিত আধাৰৰ নামত অবৈধভাৱে ধন লোৱাৰ অভিযোগত দুজনক আটক
আটকাধীন অভিযুক্তই নিজ মুখে স্বীকাৰ কৰিছে নীতিবহিৰ্ভূতভাৱে আধাৰৰ কাম কৰাৰ কথা৷...
| News18 Assam | November 6, 2020,9:19 am IST -
হিমন্ত বিশ্বৰ এটা হাঁহিয়ে কঁপাইছে ছচিয়েল মিডিয়া, কালৈ চাই মন্ত্ৰীয়ে মাৰিলে ভুৱন ভুলোৱা হাঁহি!
শেহতীয়াকৈ মন্ত্ৰীগৰাকীৰ নিজৰ এটা ভিডিঅ’ ভাইৰেল হৈছে ছচিয়েল মিডিয়াত।...
| News18 Assam | November 3, 2020,1:01 pm IST -
পুনৰ আক্ৰমণাত্মক মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বৰছলাত ক’লে – কোনো কাৰণতে কংগ্ৰেছ-AIUDFৰ চৰকাৰ নহয়, অসমত মাদ্ৰাছা খোলাৰ সপোন কোনেও দেখিব নোৱাৰে
| News18 Assam | November 2, 2020,6:37 pm IST -
শোণিতপুৰৰ ঠেলামৰাত পথ দুৰ্ঘটনা, থিতাতে নিহত এগৰাকী মহিলা
নিহত মহিলাগৰাকীৰ নাম পল্লৱী দাস (২৮)।...
| News18 Assam | October 30, 2020,8:25 pm IST -
ভয়ংকৰ দুৰ্ঘটনা! বিজয়া দশমীত প্ৰতিমা বিসৰ্জনস্থলীৰ পৰা উভতি অহা ট্ৰেক্টৰ বাগৰিল ৰাজপথত
ঢেকিয়াজুলিত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা।...
| News18 Assam | October 26, 2020,10:57 pm IST -
শোণিতপুৰৰ বৰছলাত প্ৰশাসনৰ উচ্ছেদ অভিযান, অৰ্ধশতাধিক ঘৰত পৰিল জেচিবিৰ হাতোৰা
চাৰিখনকৈ জেচিবি, ট্ৰেক্টৰ লৈ প্ৰশাসনে চলালে এই উচ্ছেদ অভিযান৷...
| News18 Assam | October 21, 2020,12:44 pm IST -
শোণিতপুৰৰ ঠেলামৰাত ভুৱা নাৰ্ছিংহোম ছীল কৰিলে প্ৰশাসনে, মুন্নাভাইৰূপী চিকিৎসকৰ পলায়ন
সাধাৰন মানুহৰ জীৱনক লৈ খেলা কৰা ভুৱা চিকিৎসকৰ নাৰ্ছিংহোম ইতিমধ্যে আৰক্ষীয়ে ছীল কৰিলে৷...
| News18 Assam | October 18, 2020,9:48 am IST -
ঢেকিয়াজুলিত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ৪জন
আহত ৮জন লোকক তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয়৷...
| News18 Assam | October 15, 2020,3:50 pm IST