News18 »gourish nandy
-
Badaruddin Ajmal: ভূপেন বৰা এজন পাগল! ছোনিয়া মেডামে পাগল এজন বহুৱাই ৰাখিছে অসম কংগ্ৰেছত, সেয়ে কংগ্ৰেছৰ নাও বুৰিছে- আজমল
| News18 Assam | July 4, 2022,9:33 pm IST -
Encounter in Karimganj: ৰাজ্যত অব্যাহত এনকাউণ্টাৰ, কৰিমগঞ্জত পুনৰ আৰক্ষীৰ এনকাউণ্টাৰত এজন গুলীবিদ্ধ
| News18 Assam | January 29, 2022,1:03 pm IST -
বাৰ্মিজ চুপাৰিৰ বস্তা বা ট্ৰাক নহয়, এইবাৰ কৰিমগঞ্জত ধৰা পৰিল বাৰ্মিজ চুপাৰিভৰ্তি ৰে'ল
প্ৰশাসন সজাগ হোৱাৰ পাছত দালাল চক্ৰই সৰবৰাহৰ ক্ষেত্ৰত নতুন পন্থা অৱলম্বন কৰিছিল...
| News18 Assam | September 12, 2021,3:39 pm IST -
কৰিমগঞ্জত কাৰাবন্দী মহিলাই জন্ম দিলে কন্যা সন্তান, জন্মৰ পিছতে সন্তানৰ নাগৰিকত্বক লৈ প্ৰশ্ন! শ’লঠেকত প্ৰশাসন
| News18 Assam | July 9, 2021,11:38 am IST -
DRDO, 2-DG : আপুনি জানেনে, DRDOৰ 2-DG দৰৱ উদ্ভাৱনৰ আঁৰত আছে এগৰাকী অসমীয়া মহিলা? নাম তেওঁৰ জুবিলী।
| News18 Assam | May 22, 2021,1:09 pm IST -
কাছাৰত ভয়ংকৰ দুৰ্ঘটনাত থিতাতে চাৰিজন কলেজৰ ছাত্ৰ
নিহত আটাইকেজন কৰিমগঞ্জ জিলাৰ বদৰপুৰৰ নবীন চন্দ্ৰ কলেজৰ ছাত্ৰ বুলি জানিব পৰা গৈছে৷...
| News18 Assam | December 2, 2020,5:53 pm IST -
কৰিমগঞ্জৰ দলবদ্ধ বলাৎকাৰ কাণ্ডত জড়িত থকাৰ সন্দেহত ৬ জনক আটক
| News18 Assam | November 15, 2020,5:36 pm IST -
কৰিমগঞ্জত জঘন্য ঘটনা, দুই যুৱতীক দলবদ্ধ বলাৎকাৰ ৬ নৰপিশাচৰ
ভুক্তভোগীয়ে সুযোগ বুজি পলায়ন কৰি নিলামবজাৰ থানালৈ আহি গোচৰ তৰে। ...
| News18 Assam | November 15, 2020,9:35 am IST -
কৰিমগঞ্জৰ বদৰপুৰত নৃশংস হত্যাকাণ্ড, দাৰে ঘপিয়াই হত্যা এজন লোকক
মাছুকুৰ ৰহমানৰ পত্নী হুছনা বেগমৰ অভিযোগ, গাঁৱৰ হামিদ আৰু গণি নামৰ লোক দুজনে হত্যা কৰিছে মাছুকুৰক।...
| News18 Assam | October 27, 2020,12:09 pm IST -
যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ন্যায় বিচাৰি কৰিমগঞ্জত উত্তাল প্ৰতিবাদ
আৰক্ষীৰ ভূমিকাত ক্ষোভ প্ৰকাশ কৰি আজি মহিলা সংগঠনসহ কেইবাটাও সংগঠনে সাব্যস্ত কৰে প্ৰতিবাদ।...
| News18 Assam | October 6, 2020,6:14 pm IST -
বেটাৰী চুৰি কৰি ধৰা পৰিল এসপ্তাহ পূৰ্বে মৃত্যু হোৱা যুৱক! হাইলাকান্দিত মৃত্যু হোৱা যুৱক কৰিমগঞ্জত গ্ৰেপ্তাৰ হ’ল কেনেকৈ?
| News18 Assam | September 9, 2020,12:56 pm IST -
পৰিয়ালৰ ৭জন সদস্য কোৰোণাত আক্ৰান্ত হৈ হাস্পতালত, ঘৰত বৃদ্ধ পিতৃৰ মৃত্যু
| News18 Assam | September 8, 2020,12:36 pm IST -
ছোৱালী হৈ জন্ম লোৱাটোৱেই অপৰাধ, পাষাণ পিতৃয়ে হত্যা কৰিলে ৯ মহীয়া সন্তানক, আৰক্ষীয়ে খান্দি উলিয়ালে মৃতদেহ
পত্নীৰ অভিযোগ, নিজ কন্যা সন্তানক হত্যা কৰি কবৰ দিছিল পাষাণ পিতৃ উছমান আলীয়ে।...
| News18 Assam | September 3, 2020,6:39 pm IST -
দ্ৰুতগতিত বাঢ়িছে কোৰোণাত আক্ৰান্তৰ সংখ্যা, ২৬ আগষ্টৰ পৰা সম্পূৰ্ণ লকডাউন হ’ব অসমৰ এইখন ঠাইত!
বৰাক উপত্যকাৰ সাধাৰণ ৰাইজেও বিচাৰে লকডাউন হোৱাটো।...
| News18 Assam | August 23, 2020,3:00 pm IST -
স্বামী কামনাশীষৰ পৰকীয়া প্ৰেম! স্বামীৰ লগতে অবৈধ প্ৰেমিকাক ৰাম পিটন দিলে পত্নীয়ে, সহযোগ কৰিলে মাতৃয়ে
| News18 Assam | August 21, 2020,1:07 pm IST