আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত খটখটিত এক বিশেষ নাকা তালাচীৰ ব্যৱস্থা কৰিছিল
অপৰাধনামা |অভিযানত জব্দ ২ কেজি ১২৫ গ্ৰাম মাৰাত্মক হেৰ'ইন । ১৬৪টা পেকেটত ভৰাই ৰখা হৈছিল হেৰ'ইনখিনি।
অপৰাধনামা |ক'ৰোণা সংকটৰ মাজত ডিফুত মানৱতাৰ জয়গান। গৃহহীন ভোকাতুৰ লোকক অন্ন, বিগত ১০ দিন ধৰি প্ৰদান কৰি আহিছে নৈশ আহাৰ। নিজা খৰচত নিতৌ ৫০ গৰাকী অসহায় লোকক নৈশ আহাৰ।
অসম |কাৰ্বি আংলঙৰ বকলীয়াঘাটত ক'ভিডৰ বিৰুদ্ধে ব্যাপক সজাগতা জিলা প্ৰশাসনৰ । একেদিনাই দুই শতাধিক ব্যৱসায়ীৰ ক'ভিড টেষ্ট। প্ৰতি ২১ দিনৰ পিছত চলিব এই কাৰ্যসূচী ।
অসম |বিবিধ ফল-মূল, শস্য-পাচলিৰে নদন-বদন এই সুবিশাল বাৰীখন সদায় সকলোৰে চৰ্চাৰ অন্যতম কেন্দ্ৰবিন্দু ।
অসম |যুৱকজন ডিফু শীতলাবাৰীৰ দেৱজিৎ সিনহা। ডিফুত ম'বাইলৰ দোকান আছিল সিনহাৰ।
অসম |ডিমা হাছাওত সংঘটিত হৈছে এক জঘন্য কাণ্ড
অসম |পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ ভিডিঅ’। বৰ্তমান ভিডিঅ’টো সৰ্বত্ৰ ভাইৰেল হৈ পৰিছে।
অসম |ডিফু চিকিত্সা মহাবিদ্যালয় হাস্পতালত কোৰোণাৰ আতংক
অসম |সোমবাৰে অৰুণ কাকতিৰ দেহত কোৰোণাৰ অৱস্থিতি ধৰা পৰে
অসম |কোৰোণাৰ ত্ৰাসৰ মাজতো পাহাৰীয়া জিলা কাৰ্বি আংলঙত ব্যাপত হাৰত অব্যাহত আছে অসম আৰক্ষীৰ উগ্ৰপন্থী বিৰোধী অভিযান
অসম |পাহাৰীয়া জিলাখনত আনন্দৰ বন্যা।
অসম |নিহত চিকাৰীটো৷ দুৰ্ধৰ্ষ চিকাৰীটোৰ পৰা এটা এছ বি বি এল বন্দুক আৰু গুলী উদ্ধাৰ হৈছে৷
অসম |SDRF বাহিনীৰ অভিযান চলি থকাৰ মাজতে অভিযানস্থলীৰ পৰা প্ৰায় ৫০০ মিটাৰ নিলগত অভিনৱৰ নিথৰ দেহ দীঘলপানী নৈৰ দাঁতিত প্ৰত্যক্ষ কৰে স্থানীয় একাংশ লোকে।
অসম |দীঘলপানী নৈত গা ধুবলৈ গৈ সন্ধানহীন এজন কিশোৰ৷
অসম |ৰাজ্যৰ তিনি পাহাৰীয়া জিলাত সৰ্বমুঠ কোভিড–১৯ পজিটিভ ৰোগীৰ সংখ্যা বৃদ্ধি পালে ১৭ জনলৈ।
অসম |ডিমা হাছাও জিলাত ৭জন কোভিড পজিটিভ ৰোগী চিনাক্ত হৈছে
অসম |বাপতিসাহোন ৰঙালী বিহুৰ বতৰতো ৰং নাই অসমীয়াৰ মনত। বিশেষকৈ বিহু বুলি আখলত একোৱেই যোগাৰ নাই অধিকসংখ্যক পৰিয়ালে৷
অসম |ব্যতিক্ৰমী প্ৰয়াস।
অসম |