News18 »diganta hazarika
-
Eid Assam : ত্যাগ, সংযম আৰু মানৱতাবোধৰ বাৰ্তাৰে অসমত ঈদ-উল-ফিটৰ উদযাপন। কোভিড-১৯ য়ে উকা কৰিলে ঈদগাহ। কোৰোণাৰ পৰা সকলোকে ৰক্ষাৰ প্ৰাৰ্থনা আল্লাহৰ ওচৰত।
যোৰহাটৰ ঐতিহাসিক কাকজান ঈদগাহ উকা। সকলোৱে কোভিড নিয়ম মানি ঘৰৰ পৰাই আদায় কৰিছে নামাজ।...
| News18 Assam | May 14, 2021,10:04 am IST -
প্ৰসৱ যন্ত্ৰণাত চটফটাই থকা কোভিড আক্ৰান্ত মহিলাই ১০৮ এম্বুলেঞ্চতেই জন্ম দিলে সন্তান, প্ৰকৃত কোভিড যোদ্ধাৰ ৰূপত স্বাস্থ্য কৰ্মী
| News18 Assam | May 12, 2021,10:09 pm IST -
অক্ষয় বন্তিত তেল ঢালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ আশীৰ্বাদ প্ৰদান কৰিলে ঢেকীয়াখোৱা বৰনামঘৰে
| News18 Assam | May 10, 2021,11:22 am IST -
Covid 19 Assam: বাগান বাগানে কোৰোণাৰ আতংক। চৰকাৰী কৰ্মচাৰীৰ দৰেই বাগিচাতো ২ বজাত কাম বন্ধ কৰাৰ দাবী শ্ৰমিকৰ।
চাহ বাগিচাৰ শ্ৰমিকসকলে পুৱা ৮ বজাৰ পৰা বিয়লি ৪ বজালৈ কৰ্মত নিয়োজিত হৈ আছে।...
| News18 Assam | May 8, 2021,6:49 pm IST -
উজনিৰ চাৰিলেনযুক্ত ঘাইপথ নিৰ্মাণত অনিশ্চয়তা। ৰাজপথত চিটিকা পাতি হঠাৎ অন্তৰ্ধান হ'ল পথ নিৰ্মাণকাৰী সংস্থা।
| News18 Assam | May 6, 2021,3:05 pm IST -
ৰুণজুনৰ ভৰিৰ খোজত পায়েলৰ শব্দ নহয়...! কান্ধত কোৰখন লৈ পুৱাই পথাৰলৈ ওলাই যোৱা যোৰহাটৰ এগৰাকী যুৱতী
| News18 Assam | May 5, 2021,9:17 am IST -
ক'ভিডকালৰ যোগাত্মক চিন্তা: জনসমাগমস্থলীত সজাগতামূলক পোষ্টাৰ লগাই প্ৰশংসাৰ পাত্ৰ হ'ল এগৰাকী শিক্ষাগুৰু।
| News18 Assam | April 28, 2021,7:48 pm IST -
আজি গৰু বিহুঃ গো-ধনক নোৱাই-ধুৱাই শ্ৰীবৃদ্ধিৰ কামনা ৰাজ্যবাসীৰ, বিভিন্ন প্ৰান্তত উখল মাখল পৰিৱেশ
'লাও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা৷ মাৰ সৰু, বাপেৰ সৰু, তই হ’বি বৰ গৰু৷'...
| News18 Assam | April 14, 2021,8:24 am IST -
আকৌ আহিল হেপাঁহৰ ৰঙালী...দুপৰ নিশালৈকে গাঁৱত ঢোলৰ গুমগুমনি, বৰপেৰাৰ পৰা আইতাৰ ৰিহাখন উলিয়াই নাচনী সাজু বিহুলৈ...
ক'ভিড মহামাৰীৰ কাৰণে যোৱাবাৰ বিহু ন'হলেই।...
| News18 Assam | April 5, 2021,7:04 pm IST -
যোৰহাটৰ এখন ব্যতিক্ৰমী বিবাহ! ৰভাতলীতে ন-কইনাক কাষত বহুৱাই দৰাই কৰিলে ৰক্তদান
| News18 Assam | March 13, 2021,4:59 pm IST -
‘মানসিকতা সলনি কৰক, অন্যথা আপোনাক দিয়া সন্মান ঘূৰাই ল'বলৈ বাধ্য হম’ - শিল্পী বিপিন চাওদাঙক কাৰ এই সকীয়নি?
| News18 Assam | February 26, 2021,6:45 pm IST -
হত্যা নে স্ব-ইচ্ছাই জীৱন ত্যাগ? টীয়কত ঘৰৰ ভিতৰত উদ্ধাৰ হোৱা যুৱতীৰ মৃতদেহকলৈ চাঞ্চল্য, ঘৰৰগৰাকীক গ্ৰেপ্তাৰ
| News18 Assam | February 12, 2021,2:06 pm IST -
টীয়কত ভয়ংকৰ অগ্নিকাণ্ড, চাৰিটাকৈ বাসগৃহ ভস্মীভূত
এই অগ্নিকাণ্ডত লক্ষাধিক টকাৰ সা–সম্পতিৰ লগতে কেইবাটাও পশুধন জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে।...
| News18 Assam | February 12, 2021,8:50 am IST -
হত্যা নে স্ব-ইচ্ছাই মৃত্যু? যোৰহাটত ঘৰৰ ভিতৰতে চিপ লোৱা অৱস্থাত উদ্ধাৰ হোৱা যুৱতীৰ মৃতদেহক লৈ ৰহস্য
অৱশ্যে মৰণোত্তৰ সম্পন্ন হোৱাৰ পাছতহে পোহৰলৈ আহিব এয়া হত্যা নে আত্মহত্যা।...
| News18 Assam | February 10, 2021,7:19 pm IST -
কৰ্কট ৰোগৰ চিকিৎসাৰ পৰা ৰাজনীতিলৈ... উত্তৰ-পূৱৰ প্ৰথমগৰাকী চাৰ্জিকেল অঙ্ক'ল'জিষ্ট এইবাৰ টীয়ক সমষ্টিৰ সম্ভাৱ্য প্ৰাৰ্থী
প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰাৰ্থীত্ব প্ৰয়াসীসকল কাষ চাপিছে সাধাৰণ ভোটাৰ ৰাইজৰ।...
| News18 Assam | February 6, 2021,12:26 pm IST