News18 »diganta hazarika
-
Thief : কোৰোণাৰ ভেকচিন ল'বলৈ যাওতে সাৱধান, কোনো নথকাত ঘৰত চোৰে ল'ব পাৰে চান্স!
কিন্তু চোৰৰ ভাগ্য বেয়া। সকলোবোৰ লণ্ড-ভণ্ড কৰে যদিও বেচেৰা চোৰে একো নাপালে।...
| News18 Assam | August 9, 2021,5:06 pm IST -
'মোক কিবা এটা সংস্থাপন দিয়ক, ছাৰ মই কথা দিছো, মই দেশৰ মান ৰাখিম', মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এগৰাকী ভাৰতীয় মহিলা ফুটবল দলৰ খেলুৱৈৰ কাতৰ আহ্বান...
| News18 Assam | August 5, 2021,1:19 pm IST -
সাঁচিগছৰ খেতিক লৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাই দেখুৱাইছে আশাৰ ৰেঙনি, কেইটামান বছৰতে হ'ব পাৰে কোটিপতি
উজনিৰ যোৰহাট, শিৱসাগৰ আৰু গোলাঘাট জিলাৰ বহু পৰিয়ালে বাৰীত সাঁচিগছৰ খেতিৰে দেখিছে ৰঙীন সপোন।...
| News18 Assam | July 28, 2021,2:46 pm IST -
Covid 19: যোৰহাটত ড্ৰ'নেৰে নিৰীক্ষণ জনসমাগম, কোভিড সংক্ৰমণ বৃদ্ধিক লৈ কঠোৰ হৈছে প্ৰশাসন
ক'ভিডৰ লগতে সামাজিক ব্যাধি চুলাই মদক বিদায় দিয়াৰ আহ্বান জনায় যোৰহাটৰ উপায়ুক্তই।...
| News18 Assam | July 11, 2021,9:24 pm IST -
টীয়কত জাঁজী নদীৰ বাঢ়নী পানীত নাৱৰ পৰা পৰি যুৱক সন্ধানহীন
SDRF উপস্থিত হৈ উদ্ধাৰৰ চেষ্টা চলায় যদিও এই পৰ্যন্ত শুংসূত্ৰ নাই যুৱকজনৰ।...
| News18 Assam | July 7, 2021,4:59 pm IST -
Containment Zoneত দাদাগিৰি! মাস্ক নিপিন্ধাক লৈ প্ৰশ্ন কৰাত যুৱকক মাৰধৰ গাঁওৰক্ষী বাহিনীৰ
কণ্টেইনমেন জ'নস্থিত ঘৰৰ পৰা কিতাপ আৰু চাউল আনিবলৈ যাওঁতে এই ঘটনাৰ সন্মুখীন হয় যুৱকগৰাকী।...
| News18 Assam | July 5, 2021,4:21 pm IST -
অধিক ভয়াৱহ হৈ পৰিছে যোৰহাটৰ গ্ৰামাঞ্চলৰ ক'ভিড পৰিস্থিতি। টীয়কত একেখন গাঁৱতে ৮০ জন ক'ভিড আক্ৰান্ত।
| News18 Assam | July 4, 2021,12:32 pm IST -
অখিলৰ শিৱসাগৰ যাত্ৰাত সান্ধ্য আইন উলংঘা, টীয়কত অখিল গগৈৰ সমৰ্থকৰ এঘাৰখন গাড়ী আটক কৰি গোচৰ পঞ্জীয়ন।
| News18 Assam | July 2, 2021,7:13 pm IST -
যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত নিযুক্তি কেলেংকাৰী!তিনিগৰাকীক চাকৰিৰ পৰা বৰ্খাস্ত ।
| News18 Assam | June 28, 2021,5:31 pm IST -
Night Curfew Violated : টীয়কত নৈশ আইন ভংগকাৰীক লক্ষ্য কৰি আৰক্ষীৰ শূন্যলৈ গুলী।
| News18 Assam | June 28, 2021,12:29 am IST -
Covid-19: ক'ভিডত আক্ৰান্ত হৈ প্ৰাক্তন ৰাষ্ট্ৰীয় ফুটবলাৰ মফিজুৰ ৰহমানৰ মৃত্যু
উইলছ ট্ৰফী, এ টি পি এ আদি আগশাৰীৰ খেলৰ ফুটবল খেলুৱৈ আছিল যোৰহাটৰ মফিজুৰ ৰহমান।...
| News18 Assam | June 25, 2021,10:53 pm IST -
Teacher Appointment: TET উত্তীৰ্ণ B.ED অধ্যয়নৰত শিক্ষাৰ্থীৰ বাবে ভাল খবৰ দিলে শিক্ষামন্ত্ৰীয়ে ৰণোজ পেগুৱে
টেট উত্তীৰ্ণৰ দোমোজা ভাঙিলে শিক্ষামন্ত্ৰীয়ে...
| News18 Assam | June 23, 2021,6:15 pm IST -
যোৰহাটত নহয় সম্পূৰ্ণ লকডাউন – ভেকচিন প্ৰদান কেন্দ্ৰ পৰিদৰ্শন কৰি মন্তব্য স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ
| News18 Assam | June 23, 2021,3:43 pm IST -
কোভিড মহামাৰীৰ পৰা এগৰাকী মহিলাৰ শিক্ষা! ঘৰৰ জুহালখনৰ পৰাই মাহিলি উপাৰ্জন কৰিছে ৫০ হাজাৰকৈ টকা ।
| News18 Assam | June 21, 2021,12:35 pm IST -
Bishnu Prasad Rabha Remembered : অভিনৱ শিল্পৰে কলাগুৰুক স্মৰণ এগৰাকী ছাত্ৰীৰ। টেবলেটত বিষ্ণু ৰাভাৰ ছবি কৰিলে অংকন।
| News18 Assam | June 20, 2021,12:17 pm IST