News18 »diganta hazarika
-
Assam Boat Tragedy: পুত্ৰ ঘূৰি অহাৰ অযুত আশা বুকুত লৈ পদূলিমুখত পিতৃ, কিন্তু নাই আহিল মাথোঁ দুঃখবৰটো...
বিক্ৰমজিত বৰুৱাৰ পিতৃৰ আশা তথা বেদনাভৰা চাৱনিয়ে বহু কথাই কৈ গ'ল নীৰৱে।...
| News18 Assam | September 14, 2021,9:01 pm IST -
আজিও বন্ধ হৈ আছে নিমাতী-মাজুলী সামগ্ৰী কঢ়িওৱা ফেৰী সেৱা ! মাজুলীত অত্যাৱশ্যকীয় সামগ্ৰী নাটনি হোৱাৰ আশংকা ...
| News18 Assam | September 12, 2021,10:57 am IST -
'হিয়া ভাঙি যোৱা মৰণকাতৰ চিঞৰবোৰ শুনি ৰ'ব নোৱাৰিলো'- নিমাতীৰ নাও দুৰ্ঘটনাৰ ৮৭ জনকৈ যাত্ৰীক উদ্ধাৰ কৰা এইসকল 'দেৱদূত'ক চেল্যুট! আনুষ্ঠানিক প্ৰশিক্ষণ অবিহনেই আনক বচাবলৈ দিছিল ব্ৰহ্মপুত্ৰত জাপ
| News18 Assam | September 10, 2021,6:17 pm IST -
Assam Boat Accident: কান্দি কান্দি ভৰালুইতৰ বুকুত প্ৰাৰ্থনা পৰিয়ালৰ, "দৈনিক বৰলুইত ইপাৰ সিপাৰ হোৱা বিক্ৰমজিতৰ যদি কিবা দোষ হৈছিল, সেয়া মাফ কৰি দিবা !"
| News18 Assam | September 10, 2021,1:12 pm IST -
নিমাতীঘাটৰ বিননীত সাৰ পালে ৰজাঘৰে! আজিৰে পৰা চলিল চৰকাৰী জাহাজ, কেতিয়াও পিন্ধি নোপোৱা লাইফ জেকেট পিন্ধি ফেৰীত উঠিল যাত্ৰী
চিনাকী ঘাটৰ অচিনাকী দৃশ্য। নিমাতীঘাটৰ ভয়ংকৰ নাও দুৰ্ঘটনাই সলনি কৰিলে দৃশ্যপট।...
| News18 Assam | September 10, 2021,12:28 pm IST -
নিমাতীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা: ভৰ বাৰিষা ৰ'পেস্ক জাহাজৰ চলাচল বন্ধ হৈ থকাক লৈ হ'ব তদন্ত, নৱেম্বৰৰ পৰা আৰম্ভ হ'ব নিমাতী-মাজুলী সংযোগী দলঙৰ কাম...
| News18 Assam | September 9, 2021,11:23 am IST -
Srimanta Sankardev : আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৩ সংখ্যক তিৰোভাৱ তিথি, পুৱাৰ পৰাই নামঘৰে নামঘৰে জগতগুৰুৰ বন্দনাৰে মুখৰিত ৰাজ্য
| News18 Assam | September 8, 2021,8:59 am IST -
Mahapurush Madhavdev : আজি মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি। পুৱাৰে পৰাই হৰিনামৰ ধ্বনিৰে মুখৰিত ৰাজ্য।
| News18 Assam | August 27, 2021,8:46 am IST -
Ex Padadhikar Died : শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন পদাধিকাৰ মুখ্যেশ্বৰ শইকীয়াৰ পৰলোকপ্ৰাপ্তি , ৮৫ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ।
| News18 Assam | August 25, 2021,8:26 pm IST -
৩২ বছৰে পুত্ৰৰ সন্ধানত হাবাথুৰি খাই ফুৰা এগৰাকী দুৰ্ভগীয়া মাতৃ, ১৯৯০ চনৰ অপাৰেচন ৰাইন'ৰ সময়ত সেনাই ধৰি নিছিল একমাত্ৰ পুত্ৰক
| News18 Assam | August 25, 2021,2:31 pm IST -
Sarbananda Sonowal : ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত আশীৰ্বাদ ল'লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে, দেশৰ প্ৰধানমন্ত্ৰীৰ হৈও কৰিলে প্ৰাৰ্থনা
| News18 Assam | August 23, 2021,7:16 pm IST -
Assam Teacher Awarded : যোৰহাটৰ কংকন কিশোৰ দত্তলৈ ২০২১ বৰ্ষৰ ৰাষ্ট্ৰীয় কৃতী শিক্ষকৰ বঁটা। ৰাষ্ট্ৰীয় পৰ্যায়ৰ বহুবাৰ জিলিকিছে এইগৰাকী যুৱ শিক্ষকৰ নাম।
| News18 Assam | August 20, 2021,2:53 pm IST -
CM Speaks on police Jawan Ritul Bora : আলফা স্বাধীনৰ শিৱিৰলৈ অসম আৰক্ষীৰ কোন জোৱান ! নিৰুদ্দিষ্ট আৰক্ষী জোৱানক লৈ মুখ্যমন্ত্ৰীৰ তাৎপৰ্যপূৰ্ণ মন্তব্য।
| News18 Assam | August 20, 2021,11:30 am IST -
Assam Women's University : অসমৰ মহিলা বিশ্ববিদ্যালয়লৈ সুখবৰ, নিযুক্তি দিলে প্ৰথমগৰাকী উপাচাৰ্যক, ফল ধৰিলে শিক্ষাৰ্থীৰ প্ৰতিবাদে
| News18 Assam | August 19, 2021,11:02 pm IST -
টীয়কত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত দিন দুপৰতে ডকাইতি, নিজকে আৰক্ষী বুলি পৰিচয় দি লুটি নিলে ২ লাখ টকা
| News18 Assam | August 18, 2021,4:43 pm IST