News18 »dhruba jyoti kalita
-
মহানগৰীৰ জালুকবাৰী–আদাবাৰীত সান্ধ্য আইন উলংঘা
জালুকবাৰী আৰক্ষী চকীৰ পৰা প্ৰায় এক কিলোমিটাৰ দূৰত্বত এনে ঘটনা।...
| News18 Assam | June 3, 2021,3:53 pm IST -
মহানগৰীৰ ভৰলুৰ AT ৰোডত অট্টালিকাৰ দ্বিতীয় মহলাৰ পৰা কিয় জপিয়ালে যুৱকে ?
মহানগৰীৰ ভৰলুৰ এটি ৰোডত অঘটন । দুই মহলীয়া অট্টালিকাৰ পৰা প্ৰাণ বচোৱাৰ বাবে জাপ দিয়ে যুৱকে !...
| News18 Assam | June 3, 2021,2:41 pm IST -
হোজাইত চিকিৎসকক আক্ৰমণৰ ঘটনাৰ প্ৰতিবাদ, জালুকবাৰীস্থিত চৰকাৰী আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয়ত ক’লা বেজ পৰিধান কৰি প্ৰতিবাদ শিক্ষক সন্থা, ছাত্ৰ–ছাত্ৰীৰ
| News18 Assam | June 2, 2021,8:14 pm IST -
ড্ৰাগছৰ বিৰুদ্ধে বঙৰা-ধাৰাপুৰত আৰক্ষীৰ তীব্ৰ অভিযান। ড্ৰাগছসহ পৃথকে পৃথকে জালত পৰিল ২ ড্ৰাগছ ব্যৱসায়ী।
| News18 Assam | May 31, 2021,9:52 am IST -
Covid-19ৰ বিৰুদ্ধে উঠি পৰি লাগিছে এগৰাকী বিধায়ক । বিমান বন্দৰৰ পৰা ৰাজহুৱা স্থানলৈ সকলোতে বিধায়কৰ উদ্যোগত sanitization...
| News18 Assam | May 28, 2021,6:26 pm IST -
এফালে কোৰোণাৰ সংক্ৰমণ, আনফালে ব্ৰহ্মপুত্ৰৰ খহনীয়াত জাহ যোৱাৰ আশংকাত উজাগৰী নিশা কটাবলগীয়া হৈছে দক্ষিণ কামৰূপৰ এইসকল লোকে
| News18 Assam | May 26, 2021,4:27 pm IST -
আহি আছে সাগৰীয় ঘূৰ্ণি বতাহ য়াছ, ওড়িশালৈ ৰাওনা গুৱাহাটীৰ ৰাণীস্থিত NDRF
| News18 Assam | May 24, 2021,7:50 pm IST -
কোভিডত মৃত্যু হোৱাই দোষ! চিকিৎসালয়ৰ বাহিৰত ১০ ঘণ্টা পৰি থাকিল মহিলাৰ মৃতদেহ, মিৰ্জাৰ গ্ৰাম্য চিকিৎসালয়ৰ দায়িত্ৱক লৈ প্ৰশ্ন পৰিয়ালৰ?
| News18 Assam | May 24, 2021,5:26 pm IST -
কৃষ্ণচূড়াৰ ৰঙেৰে ৰঙীণ গুৱাহাটী বিশ্ববিদ্যালয় চৌহদ। প্ৰকৃতিৰ নয়নাভিৰাম সৌন্দৰ্য ।
গুৱাহাটী বিশ্ববিদ্যালয়ত কৃষ্ণচূড়াৰ লগতে ৰহণ চৰাইছে ৰাধাচুড়া,সোণাৰু আৰু এজাৰ ফুলে।...
| News18 Assam | May 23, 2021,6:59 pm IST -
পুনৰ গজৰাজৰ মৃতদেহ উদ্ধাৰ অসম–মেঘালয় সীমান্তৰ কুলশী টিয়ামাৰীত
হাতীটোৰ মৃত্যু স্থানীয় লোকে গোপনে সংযোগ কৰা বিদ্যুতৰ তাঁৰত লাগি হোৱাৰ সন্দেহ কৰা হৈছে।...
| News18 Assam | May 20, 2021,9:14 pm IST -
অসমৰ বহু ঠাইত আগন্তুক তিনিদিনলৈ থাকিব মজলীয়া বৰষুণ! এইসমূহ ঠাইত ৩০–৪০ কিঃমিঃ গতিবেগত আহিব পাৰে ধুমুহা
অহা ২৪ ঘণ্টাৰ ভিতৰত অসম তথা উত্তৰ–পূৰ্বাঞ্চলৰ বহুকেইখন ৰাজ্যত হ’ব মজলীয়া বৰষুণ।...
| News18 Assam | May 20, 2021,6:23 pm IST -
আজাৰা আৰক্ষীৰ জালত ৬টা গভাইত চোৰ, ৫টাক জে’ললৈ প্ৰেৰণ, কোভিডে জে’লৰ ভাত খোৱাৰ পৰা বচালে এটাক
আজাৰা অঞ্চলত যোৱা কেইবামাহৰ পৰা বাইক চুৰি কাণ্ড সংঘটিত হৈ আহিছিল।...
| News18 Assam | May 18, 2021,5:48 pm IST -
উত্তৰ–পূব সীমান্ত ৰে'লৱেই ২৮৩টা শ্লিপাৰ দবা ৰূপান্তৰিত কৰিলে কোভিড আইছোলেচন চেণ্টাৰলৈ
উত্তৰ–পূব ৰে'লৱেই কোভিড ৰোগীৰ চিকিৎসাৰ বাবে অসম চৰকাৰক প্ৰদান কৰিছে ১২১টা ৰে'লৰ আইছোলেচন দবা।...
| News18 Assam | May 15, 2021,3:25 pm IST -
ছয়গাঁওৰ বিশিষ্ট সাংবাদিক শিৱচৰণ কলিতাৰ মৃ্ত্যু, কোভিডত আক্ৰান্ত হৈ আছিল আইচিইউত
| News18 Assam | May 14, 2021,9:32 pm IST -
পলাশবাৰীৰ নহিৰাত প্ৰতিদিনে বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা, মৃত্যুমুখত দুগৰাকী
নহিৰা কোচপাৰা মজলীয়া বিদ্যালয়ত ৫০গৰাকী লোকক কৰা কোভিড টেষ্টত ১২ জনৰে দেহত ধৰা পৰিছে কোভিড।...
| News18 Assam | May 13, 2021,11:06 pm IST