News18 »dhruba jyoti kalita
-
ব্যৱসায়ীৰ বাসগৃহত ৰহস্যজনকভাৱে যুৱকৰ মৃতদেহ উদ্ধাৰ, পলাশবাৰীৰ ভোলাগাঁৱত চাঞ্চল্য
মৃতদেহটো ১৯ বছৰীয়া আছিফ আলী নামৰ যুৱকৰ বুলি চিনাক্ত কৰা হৈছে।...
| News18 Assam | August 12, 2021,4:24 pm IST -
এজাক সপোন যেন বৰষুণ ! ৰাজ্যবাসীক গেলা গৰমৰ পৰা পৰিত্ৰাণ দিবলৈ আহিব নেকি জাক জাক বৰষুণ ? কি ক'লে বতৰ বিজ্ঞান কেন্দ্ৰই ?
| News18 Assam | August 10, 2021,10:44 pm IST -
Lovlina Borgohain : আজি স্বদেশত আহি উপস্থিত হ'ব লাভলীনা বৰগোহাঁই, নিজ কন্যাক আদৰিবলৈ দিল্লীলৈ উৰা মাৰিলে পিতৃ টিকেন বৰগোহাঁয়ে
টকিঅ’ৰ পৰা আজি বিমানযোগে আহি দিল্লীত উপস্থিত হ’ব লাভলীনা।...
| News18 Assam | August 9, 2021,1:20 pm IST -
ধাৰাপুৰত নিৰ্মাণৰত এটা অট্টালিকা হৈ পৰিছে আতংকৰ অন্য নাম, অভিযোগৰ উপৰি অভিযোগ ৰাইজৰ
দেৱাল পৰি তলত থকা ঘৰ চূৰমাৰ হোৱাটো প্ৰথম ঘটনা নহয়, পূৰ্বেও ঘটিছে এনে ঘটনা।...
| News18 Assam | August 4, 2021,7:01 pm IST -
Encounter : এইবাৰ বিজয়নগৰত আৰক্ষীৰ এনকাউণ্টাৰ, ব্যৱসায়ীক হত্যাৰ চেষ্টা কৰা আনোৱাৰ হুছেইন গুলীবিদ্ধ।
১ আগষ্টত বিজয়নগৰৰ ব্যৱসায়ী পৱন কুমাৰ আগৰৱালাক পিস্তল টোৱাই আক্ৰমণ কৰিছিল আনোৱাৰ হুছেইন ওৰফে বগাই।...
| News18 Assam | August 4, 2021,4:58 pm IST -
হাবিৰ মাজত দুগ্ধ প্ৰকল্প, মহন্তৰ দিনতে স্থাপিত ভৱানীপুৰৰ এই প্ৰকল্পলৈ চকু নপৰিল কোনো এখন চৰকাৰৰ
| News18 Assam | August 4, 2021,4:25 pm IST -
পলাশবাৰী আৰক্ষীৰ জালত Most Wanted বগা আৰু টেকেলী, দিন দুপৰতে ব্যৱসায়ীক গুলীয়াই হত্যাৰ চেষ্টা চলাইছিল ইহঁত দুটাই
| News18 Assam | August 3, 2021,4:15 pm IST -
Businessman Attacked : বিজয়নগৰত দিন দুপৰতেই গুলীয়াই হত্যাৰ চেষ্টা ব্যৱসায়ীক, কথমপি ৰক্ষা অসম ষ্টোৰৰ মালিক পৱন কুমাৰ আগৰৱালাৰ
| News18 Assam | August 1, 2021,5:45 pm IST -
ৰাণীৰ গুইমাৰীৰ শতায়ু গৰকা এগৰাকী আইতা! জীৱনৰ বিয়লি টুকিবলগীয়া হৈছে চকুলো
| News18 Assam | July 31, 2021,2:31 pm IST -
Assam-Mizoram Clash : মিজোৰামৰ আক্ৰমণত আহত ২ জোৱানক আৰোগ্যৰ বাবে লাগে অসমবাসীৰ প্ৰাৰ্থনা, এয়াৰ এম্বুলেন্সেৰে আনিলে গুৱাহাটীলৈ।
| News18 Assam | July 27, 2021,9:34 pm IST -
৪ জ্যেষ্ঠ কংগ্ৰেছ নেতাৰ মাজৰ পৰাই হ'ব প্ৰদেশ কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি, সুশান্ত বৰগোঁহাইৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য ৰিপুণ বৰাৰ...
দুই এদিনতে ঘোষণা হ'ব কংগ্ৰেছৰ ৰাজ্যিক সভাপতিৰ নাম।...
| News18 Assam | July 24, 2021,9:14 am IST -
Child Missing: পলাশবাৰীত নিজ ঘৰৰ পদূলিমুখলৈ ওলাই অহাৰ পিছতে নিৰুদ্দেশ ৬ বছৰীয়া শিশু, এখন ক'লা ৱাগনাৰলৈ সন্দেহ
| News18 Assam | July 20, 2021,9:13 pm IST -
Mohan Bhgawat in Guwahati : গুৱাহাটীত উপস্থিত RSS প্ৰধান মোহন ভাগৱত। কাইলৈ কেইবাটাও কাৰ্যসূচীত ল'ব অংশ।
দুদিনীয়া কাৰ্যসূচী হাতত লৈ গুৱাহাটীত RSS প্ৰধান মোহন ভাগৱত (Mohan Bhagawat)। ...
| News18 Assam | July 20, 2021,5:44 pm IST -
শাওনৰ পথাৰত বোকা-পানীৰে লুতুৰি-পুতুৰি কৃষক-ৰোৱনী ! যান্ত্ৰিকতাৰ মহানগৰীৰ সমীপৰ অঞ্চলত ৰ'দ-বৰষুণ নেওচি নাচি-বাগি কঠীয়া ৰোৱাত ব্যস্ত এওলোক...
| News18 Assam | July 19, 2021,5:17 pm IST -
Father Killed Son : পলাশবাৰী দখলাত শিহৰণকাৰী হত্যাকাণ্ড, পিতৃয়ে ত্ৰিশূলেৰে হানি-খুঁচি হত্যা কৰিলে পুত্ৰক।
দক্ষিণ কামৰূপৰ পলাশবাৰীৰ দখলাত পিতৃয়ে ত্ৰিশূলেৰে হানি-খুঁচি হত্যা কৰিলে নিজ পুত্ৰক। ...
| News18 Assam | July 19, 2021,4:26 pm IST