News18 »dhruba jyoti kalita
-
নিমাতীঘাটৰ ঘটনাক অত্যন্ত বেদনাদায়ক বুলি মন্তব্য সৰ্বানন্দ সোণোৱালৰ, ক’লে – মাজুলীত দলং হ’বই
| News18 Assam | September 9, 2021,8:12 pm IST -
অসম–মেঘালয় সীমান্তৰ ৰাণী উদয়পুৰত জীৱশ্ৰেষ্ঠ মানুহৰ হাতত প্ৰাণ গ’ল বন্যহস্তীৰ
ৰাণী সংৰক্ষিত বনাঞ্চলৰ অসম-মেঘালয় সীমান্তৰ উদয়পুৰত খেতিপথাৰত সংঘটিত হয় এই কৰুণ ঘটনা।...
| News18 Assam | September 3, 2021,7:35 pm IST -
ৰাহুল গান্ধীৰ পৰা সেউজ সংকেত লৈ দিল্লীৰ পৰা উভতিল ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, বিমানবন্দৰত অখিল গগৈয়ে ক’লে এইদৰে
| News18 Assam | September 3, 2021,5:12 pm IST -
'মিত্ৰতা নকৰিলে কংগ্ৰেছশূন্য হ'ব অসম', অখিল গগৈৰ মন্তব্যক লৈ ভূপেন বৰাৰ প্ৰতিক্ৰিয়া
মিত্ৰতা সন্দৰ্ভত আলোচনা চলি আছে লুৰিণজ্যোতি গগৈৰে।...
| News18 Assam | September 2, 2021,6:22 pm IST -
কাৰ্বি ভূমিত শান্তি ঘূৰি অহাৰ পথ প্ৰশস্ত! দিল্লীত গৃহমন্ত্ৰীৰে অনুষ্ঠিত হ'ব শান্তি আলোচনা
বৰঝাৰ বিমানবন্দৰৰ পৰা দিল্লীলৈ উৰা মাৰিলে ৬টা বিদ্ৰোহী সংগঠনৰ ১৬২গৰাকী কেডাৰ। ...
| News18 Assam | September 1, 2021,6:37 pm IST -
Brahmaputra Water Level: মহানগৰীত ব্ৰহ্মপুত্ৰই অতিক্ৰম কৰিছে বিপদ সীমা ! কালিপুৰস্থিত শ্ৰী শ্ৰী বাবা চক্ৰেশ্বৰ মন্দিৰৰ নাৰায়ণৰ বিগ্ৰহ চুই গৈছে লুইতৰ বাঢ়নী পানীয়ে...
| News18 Assam | August 30, 2021,3:30 pm IST -
বিগত এমাহত নিচাযুক্ত দ্ৰৱ্য আৰু অভিযুক্তক কৰায়ত্ত কৰাত কিমান সফল মহানগৰ আৰক্ষী? জনালে আৰক্ষী আয়ুক্ত হৰমিত সিঙে
মহানগৰীৰ আজাৰা থানাত দেওবাৰে এক সংবাদমেল আয়োজন কৰি মহানগৰ আৰক্ষী আয়ুক্তই এই তথ্য সদৰি কৰে।...
| News18 Assam | August 29, 2021,4:14 pm IST -
Army Jawan Death: গুৱাহাটীৰ হোটেলত চিপ লোৱা অৱস্থাত উদ্ধাৰ সেনা জোৱানৰ মৃতদেহ। কাগজৰ টুকুৰাত উদ্ধাৰ এটা ফোন নম্বৰ!
| News18 Assam | August 23, 2021,8:59 am IST -
BJPৰ টীম ইণ্ডিয়াৰ কেপ্তেইন নৰেন্দ্ৰ মোডী আৰু অসমৰ কেপ্তেইন হিমন্ত বিশ্ব শৰ্মা: অসমত উপস্থিত হৈ মুখ্যমন্ত্ৰীৰ প্ৰশংসাত পঞ্চমুখ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল...
| News18 Assam | August 21, 2021,2:58 pm IST -
মহানগৰীৰ ধাৰাপুৰৰ পঞ্জাব নেচনেল বেংকৰ অঞ্চল লেখ পৰীক্ষা কাৰ্যালয়ৰ তৰফৰ পৰা লাভলীনালৈ ৫ লাখ টকাৰ চেক প্ৰদান
ধাৰাপুৰৰ পঞ্জাব নেচনেল বেংকত লাভলীনাৰ লগতে লাভলীনাৰ পিতৃ টিকেন বৰগোহাঁইকো সম্বৰ্ধনা জনায়। ...
| News18 Assam | August 18, 2021,5:41 pm IST -
বিমানবন্দৰ আদানি গ্ৰুপক হস্তান্তৰৰ বিৰুদ্ধে গণস্বাক্ষৰ অভিযানত লুৰিণজ্যোতি গগৈ
যোৱা ৯ আগষ্টৰ পৰা অব্যাহত ৰাখিছে গণস্বাক্ষৰ অভিযান।...
| News18 Assam | August 14, 2021,5:14 pm IST -
ব্যৱসায়ীৰ বাসগৃহত ৰহস্যজনকভাৱে যুৱকৰ মৃতদেহ উদ্ধাৰ, পলাশবাৰীৰ ভোলাগাঁৱত চাঞ্চল্য
মৃতদেহটো ১৯ বছৰীয়া আছিফ আলী নামৰ যুৱকৰ বুলি চিনাক্ত কৰা হৈছে।...
| News18 Assam | August 12, 2021,4:24 pm IST -
এজাক সপোন যেন বৰষুণ ! ৰাজ্যবাসীক গেলা গৰমৰ পৰা পৰিত্ৰাণ দিবলৈ আহিব নেকি জাক জাক বৰষুণ ? কি ক'লে বতৰ বিজ্ঞান কেন্দ্ৰই ?
| News18 Assam | August 10, 2021,10:44 pm IST -
Lovlina Borgohain : আজি স্বদেশত আহি উপস্থিত হ'ব লাভলীনা বৰগোহাঁই, নিজ কন্যাক আদৰিবলৈ দিল্লীলৈ উৰা মাৰিলে পিতৃ টিকেন বৰগোহাঁয়ে
টকিঅ’ৰ পৰা আজি বিমানযোগে আহি দিল্লীত উপস্থিত হ’ব লাভলীনা। ...
| News18 Assam | August 9, 2021,1:20 pm IST -
ধাৰাপুৰত নিৰ্মাণৰত এটা অট্টালিকা হৈ পৰিছে আতংকৰ অন্য নাম, অভিযোগৰ উপৰি অভিযোগ ৰাইজৰ
দেৱাল পৰি তলত থকা ঘৰ চূৰমাৰ হোৱাটো প্ৰথম ঘটনা নহয়, পূৰ্বেও ঘটিছে এনে ঘটনা।...
| News18 Assam | August 4, 2021,7:01 pm IST