-
আজি লাচিত দিৱস, মহানগৰীৰ জালুকবাৰীত বীৰ লাচিতলৈ শ্ৰদ্ধাঞ্জলি
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও লাচিত বৰফুকনৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি জনালে শ্ৰদ্ধা।...
| News18 Assam | November 24, 2020,12:56 pm IST -
সকলো আঞ্চলিক দলকে অগপৰ মজিয়ালৈ আহি নেতৃত্ব লোৱাৰ আহ্বান কমলা কলিতাৰ
কলিতাই কয় – ৰাইজৰ দল ৰাইজৰ কাষত নাই, অসম জাতীয় পৰিষদৰ নামহে শুনিছে অসম গণ পৰিষদে।...
| News18 Assam | November 23, 2020,4:23 pm IST -
পশ্চিম গুৱাহাটী সমষ্টি এৰি দিব অগপৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই, যদিহে বিজেপিয়ে মানি লয় এই চৰ্ত!
কোনো কাৰণতে অগপৰ দখলত থকা পশ্চিম গুৱাহাটী সমষ্টি এৰি নিদিয়ে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই।...
| News18 Assam | November 20, 2020,5:32 pm IST -
আজাৰাত ১১জন ভুৱা সেনা জোৱান গ্ৰেপ্তাৰ, বৰঝাৰ বিমানবন্দৰত দিছিল টহল
বৰ্তমান আটাইকেইজনক আজাৰা আৰক্ষী থানাত ৰাখি সোধা–পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে।...
| News18 Assam | November 17, 2020,4:52 pm IST -
এতিয়ালৈ গ্ৰেপ্তাৰ নহ’ল সাংবাদিক মিলন মহন্তক আক্ৰমণ কৰা ভূ–মাফিয়া তথা জুৱাৰী সঞ্জয় ঠাকুৰীয়া
| News18 Assam | November 16, 2020,4:19 pm IST -
দক্ষিণ কামৰূপৰ মনীয়েৰী তিনিআলিত সাংবাদিকক হত্যাৰ চেষ্টা!
মনীয়েৰী তিনিআলিত জুৱাৰীয়ে লাইট পোষ্টত বান্ধি লৈ প্ৰহাৰ কৰিলে মিলন মহন্ত নামৰ সাংবাদিকগৰাকীক।...
| News18 Assam | November 15, 2020,4:06 pm IST -
জালুকবাৰী আৰক্ষীৰ জালত পাঁচ দুৰ্ধৰ্ষ চোৰ, ৰাজ্যৰ বিভিন্ন স্থানত অভিযান চলাই গ্ৰেপ্তাৰ চোৰকেইটাক
ধৃত চোৰকেইটা মহানগৰীৰ বহু চুৰিকাণ্ডৰ ঘটনাত জড়িত থকাৰ তথ্য লাভ কৰিছিল জালুকবাৰী আৰক্ষীয়ে।...
| News18 Assam | November 11, 2020,5:13 pm IST -
অহা ১ মাহৰ ভিতৰত মহানগৰবাসীয়ে লাভ কৰিব বিশুদ্ধ খোৱাপানী!
অহা দুমাহৰ ভিতৰত খাৰঘূলিৰ পানী যোগান প্ৰকল্প সম্পূৰ্ণ হৈ উঠিব।...
| News18 Assam | November 6, 2020,5:51 pm IST -
JEE পৰীক্ষা কেলেংকাৰীঃ মূল অভিযুক্ত ভাৰ্গৱ ডেকাক গ্ৰেপ্তাৰ, শিক্ষাৰ্থীৰ জীৱনৰ লগত হেতালি খেলি পলাই আছিল বেংককত
অৱশেষত JEE পৰীক্ষা কেলেংকাৰীৰ মূল অভিযুক্ত ভাৰ্গৱ ডেকাক বৰঝাৰ বিমান বন্দৰত গ্ৰেপ্তাৰ।...
| News18 Assam | November 1, 2020,10:32 pm IST -
বৰঝাৰ বিমানবন্দৰত প্ৰায় ১৭ লাখ টকা মূল্যৰ সোণসহ এজনক আটক
সোণখিনি CISF বাহিনীয়ে শুল্ক বিভাগক চমজাই দিয়ে।...
| News18 Assam | November 1, 2020,8:17 pm IST -
এইবাৰ ITBP পৰীক্ষাত কেলেংকাৰী, আজাৰা আৰক্ষীৰ জালত বিজনীৰ জনক দৈমাৰী আৰু কৰমচাত বসুমতাৰী
| News18 Assam | October 30, 2020,3:29 pm IST -
মা–দেউতাইহে জোৰ কৰিলে, মোৰ মন কলা শাখাত পঢ়াৰ আছিল...চিকিৎসক পিতৃ–মাতৃৰ উচ্চাকাংক্ষাই কেনেকৈ ধ্বংস কৰিলে মেট্ৰিকত ৯০শতাংশ নম্বৰ পোৱা নীল নক্ষত্ৰ দাসৰ জীৱন?
| News18 Assam | October 29, 2020,2:59 pm IST -
মাত্ৰ এমাহ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল, কিহৰ বাবে জীৱনৰ মোহ এৰিলে আৰক্ষী কনিষ্টবল কল্পনাই?
কি কাৰণত ভাড়াঘৰত কল্পনাই এই পথ বাচি ল’লে সেয়া জানিব পৰা হোৱা নাই।...
| News18 Assam | October 28, 2020,2:00 pm IST -
২০ লাখ টকাৰ বিনিময়ত পৰীক্ষাত বহিল অন্য লোক! কিমান স্বচ্ছ JEE পৰীক্ষা? ভাইৰেল হৈছে এটা অডিঅ’ ক্লীপ
ৰাজ্যত এছ আই কেলেংকাৰীৰ তদন্ত প্ৰক্ৰিয়া চলি থকাৰ মাজতে এইবাৰ পোহৰলৈ আহিছে আন এক ভয়ংকৰ অনিয়ম।...
| News18 Assam | October 24, 2020,10:30 am IST -
মহানগৰীৰ পাণ্ডুত হাহাকাৰ, তিনিদিন ধৰি সন্ধানহীন হৈ থকা যুৱকৰ মৃতদেহ উদ্ধাৰ
পৰিয়ালৰ লোকে জানিব দিয়া মতে এয়া পৰিকল্পিত হত্যা কাণ্ড।...
| News18 Assam | October 22, 2020,7:11 pm IST