News18 »dhruba jyoti kalita
-
পলাশবাৰীৰ ৰামপুৰত অসম জাতীয় পৰিষদত যোগদান অগপ ত্যাগী নেতা পংকজ লোচন গোস্বামীৰ লগতে শতাধিক লোকৰ
উক্ত সভাত চাৰি হাজাৰৰ অধিক লোক উপস্থিত থাকে।...
| News18 Assam | February 19, 2021,10:10 am IST -
সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই একেলগে চাইকেল ৰেলীত অংশগ্ৰহণ নকৰে কিয়? – প্ৰশ্ন গৌৰৱ গগৈৰ
| News18 Assam | February 18, 2021,4:41 pm IST -
আজিৰে পৰা ২১ ফেব্ৰুৱাৰীলৈ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বহুকেইখন ৰাজ্যৰ কিছু কিছু ঠাইত বৰষুণৰ সম্ভাৱনা
আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত বৰষুণৰ লগতে বিজুলী ধেৰেকণি থাকিব অসম, মেঘালয় আৰু অৰুণাচল প্ৰদেশত।...
| News18 Assam | February 17, 2021,7:41 pm IST -
'২০২১ৰ নিৰ্বাচনত মই টিকট লাভ কৰিলে পশ্চিম গুৱাহাটী সমষ্টিত কংগ্ৰেছৰ জয় নিশ্চিত'- দাবী কৰিলে কণ্ঠশিল্পী বাবু বৰুৱাই
| News18 Assam | February 13, 2021,6:31 pm IST -
প্ৰেম সফল হ'বলৈ এই মন্দিৰৰ শিলত আজিও প্ৰেমিক-প্ৰেমিকাই লিখে নিজৰ নাম! শ্ৰীকৃষ্ণৰ শৈশৱকালৰো বহু স্মৃতিৰ সাক্ষী এই তীৰ্থভূমি
মন্দিৰ কমিটীয়ে শ্ৰীকৃষ্ণৰ খোজ সমূহ সংৰক্ষণ কৰি প্ৰায় ২৩ বছৰ ধৰি জ্বলাই আছে অখণ্ড বন্তি।...
| News18 Assam | February 5, 2021,7:54 pm IST -
নামত সাংবাদিক, কামত গাড়ী চোৰ! পলাশবাৰী আৰক্ষীৰ জালত সাংবাদিকৰূপী গাড়ীচোৰ
ৱেব প’ৰ্টেলৰ সাংবাদিক বুলি জাহাই গাড়ী চুৰি চক্ৰৰ লগত জড়িত আছিল লোকজন।...
| News18 Assam | February 1, 2021,8:54 pm IST -
নিৰ্বাচনৰ বাবে কিদৰে সাজু হৈছে কংগ্ৰেছ? গুৱাহাটীত উপস্থিত ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী তথা APCCৰ পৰ্যপেক্ষক ভূপেশ বাঘেল
| News18 Assam | January 18, 2021,4:23 pm IST -
কাইলৈও অসমৰ ঠায়ে ঠায়ে থাকিব ঘন কুঁৱলীৰ আচ্ছাদন! আগজাননী আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ
| News18 Assam | January 17, 2021,5:03 pm IST -
দক্ষিণ কামৰূপৰ বৰ তেজপুৰত বাছ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দিয়ালে আলট্ৰা বাছে, আহত ৩৫জন
দক্ষিণ কামৰূপৰ বৰ তেজপুৰৰ NRL তেল ডিপোৰ সন্মুখত সংঘটিত হয় ভয়ানক পথ দুৰ্ঘটনা।...
| News18 Assam | January 15, 2021,1:37 pm IST -
জালুকবাৰীত ভয়ংকৰ অগ্নিকাণ্ড, নিমিষতে জাহ গল প্ৰায় ৭০টা বাসগৃহ
ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলতেই এই অগ্নিকাণ্ডৰ সূত্ৰপত হয় ৱুলি জানিৱ পৰা গৈছে।...
| News18 Assam | December 19, 2020,5:35 pm IST -
অনলাইন লোণৰ নামত সাংবাদিকৰ পৰা লুটিলে ৩ লাখ ১০ হাজাৰ, ছয়গাঁও আৰক্ষীৰ জালত অভিযুক্ত
| News18 Assam | December 16, 2020,5:08 pm IST -
ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা গুৱাহাটীত উপস্থিত
| News18 Assam | December 16, 2020,1:35 pm IST -
‘বিটিচিত পৰাজিত হ'লেও ২০২১ৰ বিধানসভা নিৰ্বাচনত ভাল ফলাফল দেখুৱাব কংগ্ৰেছ-এআইইউডিএফ মিত্ৰজোঁটে’
বিদেশী সংস্থাৰ পৰা ধন লাভৰ অভিযোগক ৰাজনৈতিক শত্ৰুতা আখ্যা আজমলৰ।...
| News18 Assam | December 16, 2020,8:59 am IST -
ডিচেম্বৰ মানেই বনভোজৰ আমেজ, বনভোজৰ বাবে মুকলি হ’ল দীপৰ বিলৰ পাৰ
ডিচেম্বৰ মাহৰ প্ৰথমটো দেওবাৰৰ পৰাই আৰম্ভ হ’ল দ্বীপৰ বিলৰ পাৰত বনভোজ।...
| News18 Assam | December 6, 2020,5:53 pm IST -
দিল্লীত গ্ৰেপ্তাৰ হ’ল দেশ জোকাৰি যোৱা JEE পৰীক্ষাত নীল নক্ষত্র দাসৰ হৈ পৰীক্ষা দিয়া ভাৰাতীয়া পৰীক্ষাৰ্থী প্ৰদীপ কুমাৰ
দীৰ্ঘদিন ধৰি দিল্লীত আত্মগোপন কৰি আছিল প্রদীপ কুমাৰে।...
| News18 Assam | November 29, 2020,9:16 pm IST