News18 »dhruba jyoti kalita
-
পশ্চিম গুৱাহাটী সমষ্টিত অগপ বিজেপিৰ প্ৰাৰ্থীত্বকেন্দ্ৰিক সংঘাত! বিজেপিয়ে প্ৰাৰ্থী নিদিলে সমূহীয়া দলত্যাগৰ হুংকাৰ দলীয় কৰ্মীৰ
| News18 Assam | March 7, 2021,5:03 pm IST -
'কা' বিৰোধী স্থিতি গ্ৰহণ কৰা দলৰ লগত মই আছো'- কি ইংগিত দিলে প্ৰফুল্ল কুমাৰ মহন্তই?
| News18 Assam | March 6, 2021,8:56 am IST -
১০ দিনৰ মূৰত অপহৰণকাৰীৰ কবলৰ পৰা মুক্ত হ’ল মিৰ্জাৰ ব্যৱসায়ী মুনিন্দ্ৰ তালুকদাৰ ওৰফে মণি, জালত ৩ অপহৰণকাৰী
| News18 Assam | March 2, 2021,5:57 pm IST -
গুৱাহাটীত উপস্থিত আৰ জে ডিৰ সভাপতি তেজস্বী যাদৱ, অসমলৈ কিয় আহিছে তেজস্বী?
| News18 Assam | February 26, 2021,9:01 pm IST -
বিমানবন্দৰত চাকৰি দিয়াৰ নামত বহু যুৱকৰ পৰা লৈছিল ধন, জালত পৰিল প্ৰৱঞ্চক চামচুল হক
যুৱক জনৰ ঘৰ হ’ল বাইহাটা চাৰিআলিত।...
| News18 Assam | February 23, 2021,8:16 pm IST -
ডিঙিত পিঁয়াজৰ মালা পিন্ধি, হাতত ৰন্ধন গেছৰ চিলিণ্ডাৰ লৈ কংগ্ৰেছৰ প্ৰতিবাদ
| News18 Assam | February 23, 2021,3:22 pm IST -
দক্ষিণ কামৰূপৰ মিৰ্জাত অপহৰণ কাণ্ড, দোকান বন্ধ কৰি ঘৰলৈ অহাৰ পথত ব্যৱসায়ীক অপহৰণ
আন্ধাৰৰ বাবে স্থানীয় লোকে চিনাক্ত কৰিব নোৱাৰিলে দুৰ্বৃত্তৰ দলটোক।...
| News18 Assam | February 21, 2021,1:58 pm IST -
পলাশবাৰীৰ ৰামপুৰত অসম জাতীয় পৰিষদত যোগদান অগপ ত্যাগী নেতা পংকজ লোচন গোস্বামীৰ লগতে শতাধিক লোকৰ
উক্ত সভাত চাৰি হাজাৰৰ অধিক লোক উপস্থিত থাকে।...
| News18 Assam | February 19, 2021,10:10 am IST -
সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই একেলগে চাইকেল ৰেলীত অংশগ্ৰহণ নকৰে কিয়? – প্ৰশ্ন গৌৰৱ গগৈৰ
| News18 Assam | February 18, 2021,4:41 pm IST -
আজিৰে পৰা ২১ ফেব্ৰুৱাৰীলৈ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বহুকেইখন ৰাজ্যৰ কিছু কিছু ঠাইত বৰষুণৰ সম্ভাৱনা
আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত বৰষুণৰ লগতে বিজুলী ধেৰেকণি থাকিব অসম, মেঘালয় আৰু অৰুণাচল প্ৰদেশত।...
| News18 Assam | February 17, 2021,7:41 pm IST -
'২০২১ৰ নিৰ্বাচনত মই টিকট লাভ কৰিলে পশ্চিম গুৱাহাটী সমষ্টিত কংগ্ৰেছৰ জয় নিশ্চিত'- দাবী কৰিলে কণ্ঠশিল্পী বাবু বৰুৱাই
| News18 Assam | February 13, 2021,6:31 pm IST -
প্ৰেম সফল হ'বলৈ এই মন্দিৰৰ শিলত আজিও প্ৰেমিক-প্ৰেমিকাই লিখে নিজৰ নাম! শ্ৰীকৃষ্ণৰ শৈশৱকালৰো বহু স্মৃতিৰ সাক্ষী এই তীৰ্থভূমি
মন্দিৰ কমিটীয়ে শ্ৰীকৃষ্ণৰ খোজ সমূহ সংৰক্ষণ কৰি প্ৰায় ২৩ বছৰ ধৰি জ্বলাই আছে অখণ্ড বন্তি।...
| News18 Assam | February 5, 2021,7:54 pm IST -
নামত সাংবাদিক, কামত গাড়ী চোৰ! পলাশবাৰী আৰক্ষীৰ জালত সাংবাদিকৰূপী গাড়ীচোৰ
ৱেব প’ৰ্টেলৰ সাংবাদিক বুলি জাহাই গাড়ী চুৰি চক্ৰৰ লগত জড়িত আছিল লোকজন।...
| News18 Assam | February 1, 2021,8:54 pm IST -
নিৰ্বাচনৰ বাবে কিদৰে সাজু হৈছে কংগ্ৰেছ? গুৱাহাটীত উপস্থিত ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী তথা APCCৰ পৰ্যপেক্ষক ভূপেশ বাঘেল
| News18 Assam | January 18, 2021,4:23 pm IST -
কাইলৈও অসমৰ ঠায়ে ঠায়ে থাকিব ঘন কুঁৱলীৰ আচ্ছাদন! আগজাননী আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ
| News18 Assam | January 17, 2021,5:03 pm IST