News18 »dhanjit kumar das
-
Assam HS result | Barpeta: বিজ্ঞান শাখাত দশম স্থানপ্ৰাপ্ত বৰপেটাৰোডৰ ছাত্ৰ সুপ্ৰজিৎ সাহাৰ ইচ্ছা মেকানিকেল ইঞ্জিনীয়াৰ হোৱাৰ
মনোযোগেৰে অধ্যয়ন কৰি মাতৃ-মোমায়েক তথা পৰিয়ালৰ আশা পূৰণ কৰিছিল তেওঁ।...
| News18 Assam | June 27, 2022,1:14 pm IST -
ৰঞ্জিত দাসক হাফপেন্ট পিন্ধা ৰাজনীতি বন্ধ কৰিবলৈ আহ্বান বিধায়ক মনোৰঞ্জন তালুকদাৰৰ ! ক'লে,'কাশ্মীৰত প্ৰমোদ বিহাৰৰ বাবে যোৱা নাই, ছ'চিয়েল মিডিয়াত অপপ্ৰচাৰ হৈছে' ...
| News18 Assam | June 20, 2022,5:21 pm IST -
Assam Flood: ভূটানে পানী এৰিলে ভয়াৱহ হ'ব নামনি অসমৰ বান পৰিস্থিতি। মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ মন্তব্য
| News18 Assam | June 19, 2022,9:24 am IST -
বানপানীত ৰাজ্যবাসীয়ে ককবকাই থকাৰ মাজতে বাক্সাৰ লাৱদাংগুৰীত বন্যহস্তীয়ে ভাঙিলে ১২টাকৈ বাসগৃহ ...
| News18 Assam | June 16, 2022,2:13 pm IST -
কৃত্ৰিম বানপানীৰ কবলত বৰপেটাৰোড চহৰ, নিৰ্বিকাৰ বৰপেটাৰোড পৌৰসভা
| News18 Assam | June 15, 2022,5:35 pm IST -
বৰপেটাৰোডত হোটেলৰ তৃতীয় মহলাৰ পৰা পৰি যুৱকৰ মৃত্যু
| News18 Assam | June 14, 2022,4:32 pm IST -
Kalgachia: কলগাছিয়াৰ এটা পথ, ৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ ব্যস্ত পথটো বছৰ বছৰ ধৰি জৰাজীৰ্ণ
বছৰ বছৰ ধৰি যাতায়াতৰ ক্ষেত্ৰত জীয়াতু ভুগি আহিছে অঞ্চলটোৰ ৰাইজে।...
| News18 Assam | June 13, 2022,1:09 pm IST -
বৰপেটাৰোডত সোণৰ নাওসহ দুজন যুৱকক আটক
যুৱকদ্বৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰা সোণখিনিৰ ওজন প্ৰায় ডেৰ কিলোগ্ৰাম বুলি জানিব পৰা গৈছে৷...
| News18 Assam | June 8, 2022,5:55 pm IST -
FREE FIRE গেম খেলি থকাত পৰিয়ালৰ লোকে দিছিল বাধা, বৰপেটাত দশম শ্ৰেণীৰ ছাত্ৰই দিলে জীৱন বিসৰ্জন
ৰাতি ৩/৪ বজালৈ গেম খেলি থকা কাৰণে ঘৰৰ লোকে বাধা দিয়ে, কিন্তু এই বাধাই মাতিলে নেকি মৃত্যু...
| News18 Assam | June 8, 2022,3:10 pm IST -
HSLC Result 2022 | Barpeta: বৰপেটাৰ বিলাসীপাৰাৰ ছাত্ৰী আলমিনা খাতুনৰ সাফল্য, দশম স্থানেৰে উজলালে নৱমিলন জাতীয় বিদ্যালয়ক
| News18 Assam | June 7, 2022,5:49 pm IST -
বৰপেটাৰ সৰভোগত শোকাৱহ ঘটনা ! ৰান্ধনীশালত ভাত বনাই থাকোতে গাত জুই লাগি মহিলাৰ মৃত্য়ু, স্বামীৰ অৱস্থা সংকটজনক ...
| News18 Assam | June 6, 2022,5:38 pm IST -
বৰপেটা ৰোডত অবৈধ বেদখলকাৰী দোকান পোহাৰ আৰু সুৰাৰ ঘাটিৰ বিৰুদ্ধে প্ৰশাসনৰ উচ্ছেদ অভিযান ...
বৰপেটাৰোডত অবৈধ ভাবে চৰকাৰী মাটি বেদখল কৰা দোকান পোহাৰ আৰু মদৰ ঘাটিৰ বিৰুদ্ধে উচ্ছেদ অভিযান।...
| News18 Assam | June 4, 2022,7:11 pm IST -
বৰপেটাৰোড আৰক্ষীৰ জালত পৰিল ৫টা গাড়ী চোৰ, জব্দ কৰিলে এখন চুৰি বলেৰ' পিকআপ ভান আৰু বাইক
চোৰকেইটাৰ পৰা এখন চুৰি বলেৰ' পিকআপ ভান আৰু এখন বাইক জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষী।...
| News18 Assam | June 1, 2022,6:55 pm IST -
Congress: কংগ্ৰেছত অব্যাহত খহনীয়া, বৰপেটাত ১৩ গৰাকী জ্যেষ্ঠ কংগ্ৰেছীৰ বিভিন্ন পদবীৰ পৰা সমূহীয়া পদত্যাগ
| News18 Assam | May 28, 2022,7:13 pm IST -
সাৱধান হওক, ৰাজ্যত নাৰী সৰবৰাহৰ বৃহত্ জাল! দিল্লীলৈ কিশোৰী সৰবৰাহৰ যো-জা চলাওতেই আৰক্ষীৰ জালত পৰিল দুই যুৱক
কিশোৰীগৰাকী ওদালগুৰি জিলাৰ টংলাৰ আৰু যুৱক দুজনৰ ঘৰ বাক্সা জিলাৰ বাহবাৰীত বুলি জানিব পৰা গৈছে।...
| News18 Assam | May 27, 2022,9:33 pm IST