সৰুপথাৰ ৰেল ষ্টেচনক অমৃত ভাৰত আঁচনিৰ অধীনত ইতিমধ্যে মডেল ষ্টেচন হিচাপে ঘোষণা কৰিছে ৷ যাৰবাবে ৰেলবিভাগক এই উচ্ছেদ অভিযান চলোৱা পৰিলক্ষিত হয় ৷ উচ্ছেদৰ পিছতে আৰম্ভ হব মডেল ৰে'ল ষ্টেচনৰ প্ৰাৰম্ভিক কাম।
অসম |এই বাসুদেৱ থানৰ বটবৃক্ষত শুদ্ধ মনেৰে হালধীয়া বস্ত্ৰ মেৰিয়াই সেৱা আগবঢ়ালে ভক্তৰ মনোকামনা পূৰণ হয়। সম্পূৰ্ণ শংকৰী সংস্কৃতিৰে নাম–প্ৰসংগ হোৱা এই বটবৃক্ষৰ ছাঁত অসমৰ লগতে বহিঃৰাজ্যৰো ভক্তৰ আগমন হয়।
অসম |বাঘ নিধনক লৈ বন বিভাগৰ গোচৰ ৰুজু
অসম |মংগলবাৰে গোলাঘাট জিলা উপায়ুক্ত কাৰ্যালয় আৰু সৰুপথাৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ সৌজন্যত গোলাঘাট দক্ষিণ উন্নয়ন খণ্ডৰ প্ৰেক্ষাগৃহত দ্বিতীয় পৰ্যায়ত খৰাংপীড়িত বহুকেইজন কৃষকক ক্ষতিপূৰণৰ চেক প্ৰদান কৰা হয় আৰু বাকী কৃষকসকলক নিজা নিজা বেংক একাউন্টৰ জড়িয়তে প্ৰদান কৰা ব্যৱস্থা কৰা হৈছে ৷
অসম |আজি পুৱাৰ ভাগত বজাত ধনশিৰি মহকুমাৰ কেইবাটাও অঞ্চলত হয় প্ৰবল শিলাবৃষ্টি। শুভ্ৰ আস্বাদনে আৱৰি ধৰে টেঙানি, চিলনীজান, জামুগুৰি, নামবৰ অভয়াৰণ্যৰ বিস্তৃত অঞ্চল।
অসম |গুৰুত্বপূৰ্ণ যে চৰকাৰী সা-সুবিধা অবিহনে নিজৰ গাঁঠিৰ ধন ভাঙি ভাৰতৰ বিভিন্ন ঠাইত খেলিবলৈ যাবলগীয়া হয় অসমৰ খেলুৱৈসকল।
অসম |জুবিনৰ পৰা বিউটি বাইলুংলৈকে অসমৰ বহু কেইজন শিল্পী উপস্থিত থকা দেৰগাঁৱৰ কইনাৰ ঘৰত আচুৰ্যৰ সাক্ষী হৈ গৈছিল জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশ।
মনোৰঞ্জন |সৰুপথাৰ টেঙাহোলাৰ নিজ গৃহতেই অনুষ্ঠিত হ’ব বিবাহ আৰু অভ্যৰ্থনা।
অসম |মই অসমীয়া হৈয়ে জন্ম লাভ কৰিছিলোঁ, মোৰ জন্মৰ পিচতহে অৰুণাচল সৃষ্টি হৈছে। আমি সকলো চিষ্টাৰ ষ্টেট মিলি জুলি থাকিব লাগে। সৰুপথাৰত এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ।
অসম |কেঁচা চাহপাতৰ ব্যৱসায়ত জড়িত আছিল যুৱকজন। ৰেংমা চাহ বাগানত কেঁচা চাহ পাত দি ঘৰলৈ ঘূৰি অহা পথত সংঘটিত হয় দুৰ্ঘটনাটো।
অসম |৬০০ বস্তা বাৰ্মিজ চুপাৰি জব্দ কৰাৰ লগতে ১০জন অবৈধ বাৰ্মিজ চুপাৰি ব্যৱসায়ত জড়িতক গ্ৰেপ্তাৰ কৰি জে'ল-হাজোতলৈ প্ৰেৰণ কৰে।
অপৰাধনামা |Assam's Girl Body Found in Delhi: দিল্লীৰ ভাৰাঘৰৰ কোঠাৰ ভিতৰতে পিংকীৰ মৃতদেহ উদ্ধাৰ কৰিছে আৰক্ষীয়ে।
অসম |যুৱকজন ২০২১ চনৰ ১৩ আগষ্টত সৰুপথাৰ ইকৰানীৰ শ্যাম পেট্ৰ'ল পাম্পত হোৱা ডকাইতি ঘটনাৰ লগত জড়িত আছিল
অসম |বাৰ্মিজ চুপাৰি অসম হৈ কলকাতালৈ সৰবৰাহ হৈ আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷
অসম |ধৃত চোৰটোৰ পৰা আৰক্ষীয়ে আন সামগ্ৰীৰ উপৰি উদ্ধাৰ কৰে গলিত সোণ
অপৰাধনামা |এখন সংবাদমেলত চুতীয়া ছাত্ৰ সন্থাই ONGCৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ক্ষোভ উজাৰে।
অসম |বৃহস্পতিবাৰে নিশা সৰুপথাৰ নগাজৰী গাঁৱত এক উৎসৱমুখৰ পৰিৱেশ। ঢোলে দগৰে নাচি বাগি আনন্দত আত্মহাৰা ৫খন গাঁৱৰ ৰাইজ।
অসম |সৰুপথাৰৰ অসম নাগালেণ্ড সীমান্তত পুনৰ উত্তেজনা। নগাৰ বাবেই তিনি মাহেই বন্ধ হৈ পৰিছে সৌভাগ্য আচঁনিৰ গ্ৰাম্য বৈদ্যুতিকৰণৰ কাম।
অসম |Burmese Supari: চুপাৰি ছিণ্ডিকেটৰ লগত গুৱাহাটীৰ এটা আগশাৰী ট্ৰেভেল এজেঞ্চীৰ স্বতাধিকাৰী জড়িত থকাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে।
অপৰাধনামা |মন্ত্ৰী কেশৱ মহন্তই বৰপথাৰত উদ্ধোধন কৰে চাহ বাগান আদৰ্শ বিদ্যালয়। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰাৰ লগতে মত বিনিময় কৰে মন্ত্ৰী গৰাকীয়ে ।
অসম |Fertilizer Scam: ইউৰিয়া সাৰৰ চোৰাং ব্যৱসায়ৰ লগত জড়িত পুঠি খলিহনাক গ্ৰেপ্তাৰ পিচত সৰুপথাৰ আৰক্ষীৰ জালত ৰৌ-বৰালি। এইবাৰ বৰপথাৰৰ পৰা গ্ৰেপ্তাৰ ব্যৱসায়ী অনুপ খেইতানক।
অপৰাধনামা |যোৰহাট DCB মহাবিদ্যালয়ৰ BSC দ্বিতীয় বাৰ্ষিকত পঢ়ি থকা ছাত্ৰীগৰাকীৰ শেহতীয়া কাম-কাজত আৰক্ষীয়ে চোকা দৃষ্টি ৰাখি থকাৰ মাজতে অতি শেহতীয়াকৈ ছচিয়েল মিডিয়াত লিখা এটা বিদ্ৰোহী লেখাই বিতৰ্কৰ সৃষ্টি কৰিছিল।
অসম |কৃষকৰ নামত আবণ্টিত ২৬০ টকীয়া ইউৰিয়া সাৰ ৭০০ টকাত নাগালেণ্ডলৈ বিক্ৰী
অসম |সৰুপথাৰ আৰক্ষীৰ বৃহৎ সফলতা। দীৰ্ঘদিন ধৰি ধনশিৰি মহকুমাৰ লগতে উজনি অসমত ড্ৰাগছৰ বৃহৎ সাম্ৰাজ্য গঢ়ি তোলা কুখ্যাত ড্ৰাগছ বেপাৰী সঞ্জু আলীক গ্ৰেপ্তাৰ কৰে সৰুপথাৰ আৰক্ষীয়ে।
অপৰাধনামা |