News18 »chaw hansang konwar
-
Drugs Seized: চৰাইদেউত বুজন পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ, মাতৃ–কন্যাসহ আটক ৩
নিষিদ্ধ নিচাজাতীয় সামগ্ৰীৰ ব্যৱসায়ৰ লগতে অসামাজিক কাৰ্যকলাপৰ ঘাটিত পৰিণত হোৱা নামতোলা।...
| News18 Assam | July 3, 2021,8:19 pm IST -
conservation of Folk Instruments : থলুৱা শিল্প সংৰক্ষণৰ অনবদ্য প্ৰয়াস চৰাইদেউৰ এজন শিল্পীৰ। নিজা ঘৰতে সংৰক্ষণ কৰিছে অসমৰ আপুৰুগীয়া লোক বাদ্যযন্ত্ৰ।
| News18 Assam | June 25, 2021,2:31 pm IST -
নিৰাশাৰ মাজতো পথৰ পুথিভঁৰালে আনিছে আশাৰ বতৰা ৷ সোণাৰিৰ কানু ভোগবাৰী গাঁৱৰ পথৰ পুথিভঁৰালে জিনিছে জগত।
| News18 Assam | June 15, 2021,8:57 am IST -
অসম-নাগালেণ্ড সীমান্তত বুজন পৰিমাণৰ গাঞ্জাসহ আৰক্ষী-CRPFৰ জালত পৰিল এজন...
| News18 Assam | June 10, 2021,9:57 am IST -
Drugs : সোণাৰিৰ অসম-নাগালেণ্ড সিমান্তত ড্ৰাগছসহ আৰক্ষীৰ জালত পৰিল তিনি যুৱক। ধৃত তিনিজনৰ এজন কোভিড পজিটিভ।
নাগালেণ্ড সীমান্তৰ কোনো এক স্থানত নিষিদ্ধ ড্ৰাগছ ক্ৰয় কৰি উভতি অহাৰ সময়তে ধৰা পৰে যুৱক তিনিজন।...
| News18 Assam | June 3, 2021,9:08 am IST -
কোভিডমুক্ত হৈ হাস্পতালৰ পৰা ঘৰলৈ গৈ থকা মহিলাক বলাৎকাৰ কৰা দুই অভিযুক্তক আটক
| News18 Assam | May 31, 2021,6:48 pm IST -
সোণাৰিত কোভিডমুক্ত হৈ হাস্পতালৰ পৰা ঘৰলৈ ওভতা মহিলাক বলাৎকাৰ, কথমপি ৰক্ষা পৰিল মহিলাগৰাকীৰ কন্যা
| News18 Assam | May 31, 2021,9:35 am IST -
চৰাইদেউ আৰক্ষীৰ বৃহৎ সাফল্য, ড্ৰাগছৰ লগতে নগদ ২,৭৩,৭০০ টকাসহ আটক এগৰাকী মহিলাক
| News18 Assam | May 30, 2021,9:00 am IST -
চৰাইদেউ জিলা ভ্ৰমণ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ ৷ বুজ ল'লে কভিড পৰিস্থিতি ৷
| News18 Assam | May 29, 2021,11:17 am IST -
অসমৰ খাদ্য সম্ভাৰ বিশ্ব দৰবাৰত প্ৰতিষ্ঠাৰ লক্ষ্য, ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত জয়ী হৈ অসমৰ নাম উজলালে সোণাৰিৰ হৰপল সিঙে।
| News18 Assam | May 28, 2021,1:10 pm IST -
সোণাৰিৰ এটি দেৱশিশুক লাগে আপোনাৰ সহায়, ৬ মাহ বয়সতে যকৃতৰ ৰোগত আক্ৰান্ত
ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসমবাসীৰ পৰা সহায় বিচাৰিছে শিশুটিৰ পিতৃ–মাতৃয়ে।...
| News18 Assam | May 28, 2021,8:52 am IST -
ইটোৰ পিছত সিটো অপৰাধৰ ঘটনা সোণাৰিত, জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ।
| News18 Assam | May 21, 2021,8:25 am IST -
ইমান নীচ মনৰ হ’ব পাৰেনে মানুহ! কণমানি জিউৰ চিকিৎসাৰ ধন কৌশলেৰে আত্মসাৎ কৰি ৰঙাঘৰত সোমাল এইজন ভদ্ৰতাৰ মুখা পিন্ধা যুৱক
| News18 Assam | May 14, 2021,9:03 pm IST -
ব'হাগৰ বিহুৰ আন এক পৰম্পৰা এশ এবিধ শাকৰ জুতি ল'লেনে? কিয় খোৱা হয় ১০১ বিধ শাক?
ব'হাগ মাহত চলি অহা বিভিন্ন লােক পৰম্পৰাৰ ভিতৰত অন্যতম হল এশ এবিধ শাক খােৱা ।...
| News18 Assam | April 15, 2021,2:05 pm IST -
সোণাৰিত নৱম শ্ৰেণীৰ ছাত্ৰীক দলবদ্ধ বলাৎকাৰ, ঘটনাত প্ৰাক্তন প্ৰেমিক জড়িত থকাৰ অভিযোগ
আৰক্ষীয়ে ঘটনাৰ মূল অভিযুক্তক আটক কৰাৰ লগতে আন দুজন যুৱকৰ সন্দৰ্ভত সোধা–পোছা অব্যাহত ৰাখিছে।...
| News18 Assam | April 11, 2021,11:32 am IST