News18 »chaw hansang konwar
-
Sonari: আলফা(স্বা)ত যোগদান কৰিবলৈ আহি হোটেলত চাহ খাই থাকোঁতে আটক দুই যুৱক
আটকাধীন যুৱক দুজনক অসম ৰাইফলছে সোণাৰি আৰক্ষীক চমজাই দিয়ে...
| News18 Assam | April 27, 2022,8:43 pm IST -
প্ৰধানমন্ত্ৰীৰ আগমনৰ প্ৰকমুহূৰ্তত সোণাৰি নগৰত বোমাতংক, পিছত কি হ’ল?
| News18 Assam | April 27, 2022,6:26 pm IST -
Sonari: সোণাৰিত গৰুৰ হাড়েৰে প্ৰস্তুত কৰা কুকুৰৰ খাদ্যৰ পেকেটত দিল্লীৱালাৰ বিৰিয়ানি পৰিৱেশন, তীব্ৰ প্ৰতিক্ৰিয়া
এজাহাৰ দাখিলৰ পাছতে ব্যৱসায়ী চক্ৰটোৰ দুজন যুৱকক সোণাৰি আৰক্ষীয়ে আটক কৰে।...
| News18 Assam | April 27, 2022,1:55 pm IST -
সোণাৰিত IPL জুৱা চক্ৰ উৎখাত, আটক সাত জুৱাৰী
আৰক্ষীয়ে আটক কৰিলে সাতজন জুৱাৰী।...
| News18 Assam | April 23, 2022,1:45 pm IST -
চাহ শ্ৰমিকৰ ভৱিষ্যনিধিৰ ধনৰ কোটিটকীয়া কেলেংকাৰী ! সোণাৰিৰ দুখনকৈ চাহ বাগিছাৰ পৰিচালকক আৰক্ষীৰ মাৰাথন জেৰা ...
| News18 Assam | April 22, 2022,6:24 pm IST -
Sonari: ৰবৰ খেতিৰ জৰিয়তে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে চৰাইদেউ জিলাৰ সোণাৰিৰ এটি আত্মসহায়ক গোটে
ৰবৰ গছৰ পৰা এইবছৰ প্ৰথম ৰবৰ উৎপাদন কৰি তিনি লাখতকৈ অধিক টকা উপাৰ্জন কৰিছে...
| News18 Assam | April 21, 2022,3:24 pm IST -
সোণাৰিৰ নামতোলাত ২০ লক্ষাধিক টকাৰ ব্ৰাউন ছুগাৰ জব্দ, মহিলাসহ আটক তিনি
আৰক্ষীৰ অভিযানৰ সময়ত দুই ড্ৰাগছ সৰবৰাহকাৰীক কঢ়িয়াই অনা অটোখনৰ চালককো আটক কৰে আৰক্ষীয়ে।...
| News18 Assam | April 20, 2022,6:01 pm IST -
Charaideo : চৰাইদেউ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত স্বামীৰ ঘৰৰ অত্যাচাৰৰ ন্যায় বিচাৰি প্ৰতিবাদ
ভুক্তভোগী মহিলাগৰাকীয়ে বৰহাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল যদিও কোনো সঁহাৰি লাভ নকৰাত এই পথ লয়...
| News18 Assam | April 12, 2022,6:48 pm IST -
ৰঙালীৰ প্ৰাকক্ষণত চৰাইদেউৰ এখন গাঁৱত কান্দোনৰ ৰোল ! বনৰীয়া কাঠফুলা ভক্ষণ কৰি আৰু ৩ গৰাকী মহিলাৰ মৃত্যু, মৃত্যুৰ সংখ্যা ৭ জনলৈ বৃদ্ধি ...
| News18 Assam | April 12, 2022,6:44 pm IST -
সোণাৰিৰ ২নং লালতি পথাৰত বিষাক্ত কাঠফুলা ভক্ষণ কৰা মাতৃ, পুত্ৰ-কন্যাসহ চাৰিজনৰ মৃত্যু
যোৱা ৬ এপ্ৰিলত দুটি শিশুসহ ৮গৰাকী লোকে বিষাক্ত কাঠফুলা ভক্ষণ কৰি অসুস্থ হৈ পৰিছিল।...
| News18 Assam | April 11, 2022,7:03 pm IST -
স্বামী আৰু দুই সন্তানক এৰি আলফা(স্বাধীন)ত যোগদান কৰিবলৈ যোৱা মহিলাক অৱশেষত আটক কৰিলে সোণাৰি আৰক্ষীয়ে
ঘটনাৰ সন্দৰ্ভত সবিশেষ জনাই চৰাইদেউ জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙে।...
| News18 Assam | April 11, 2022,11:13 am IST -
অৰুণাচলৰ বন বিষয়াক দাবী কৰা ধন নিবলৈ আহি সোণাৰিৰ নামতোলাত আৰক্ষীৰ জালত পৰিল নগা উগ্ৰপন্থী ...
| News18 Assam | April 4, 2022,5:47 pm IST -
নীল আকাশ–কুসুম কৈলাসৰ প্ৰশংসনীয় পদক্ষেপ, বিহুৰ বতৰত কি কৰিলে জনপ্ৰিয় কণ্ঠশিল্পী দুজনে?
| News18 Assam | April 3, 2022,8:49 am IST -
চৰাইদেউ জিলাৰ তিনিখন বাগিচাত প্ৰাপ্যৰ দাবীত বাগিচাৰ কৰ্মচাৰীৰ ৯ ঘণ্টীয়া অনশন
| News18 Assam | March 28, 2022,2:11 pm IST -
সাপ হৈ খুটি বেজ হৈ জাৰিছিল! কোন মহিলাৰ প্ৰৰোচনাত পৰি চৰাইদেউৰ যুৱ ব্যৱসায়ী চন্দন গগৈৰ বাসগৃহত অগ্নি সংযোগ কৰিছিল প্ৰতিবেশী ভাইমনে?
| News18 Assam | March 27, 2022,1:30 pm IST