News18 »chaw hansang konwar
-
বিধায়িকা নৱনীতা সন্দিকৈৰ পুত্ৰসহ ঘনিষ্ঠ সহযোগী আৰু গাড়ী চালকৰ দেহত কোভিড পজিটিভ
ডিব্ৰুগড়স্থিত আইচিএমআৰৰ পৰা অহা নমুনা পৰীক্ষাৰ ফলাফলে তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে সমগ্ৰ সোণাৰিত।...
| News18 Assam | July 17, 2020,2:05 pm IST -
সোণাৰিত মৰ্মান্তিক ঘটনা! বিদ্যুত্স্পৃষ্ট পুত্ৰক বচাবলৈ গৈ কৰুণ মৃত্যুক সাৱটিলে পিতৃয়ে
চৰাইদেউ জিলাৰ সোণাৰিৰ বেঙেনাবাৰীত সংঘটিত হৈছে মৰ্মান্তিক ঘটনা...
| News18 Assam | July 11, 2020,7:53 pm IST -
সুৰাপান কৰি আহি প্ৰতিদিনে অত্যাচাৰ কৰিছিল পিতৃক, পিতৃয়ে শেষেই কৰি পেলালে পুত্ৰৰ জীৱন
| News18 Assam | July 10, 2020,6:52 pm IST -
কোৰোণা সংকটৰ মাজতে অমানৱীয় কাণ্ড, সোণাৰি চাহ বাগিচা কৰ্তৃপক্ষৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ
| News18 Assam | July 10, 2020,5:50 pm IST -
চৰাইদেউত লেব’ৰেটৰী টেকনিচিয়ানৰ দেহত কোভিড পজিটিভ
| News18 Assam | July 10, 2020,2:42 pm IST -
দেখিলেই ওলাব চকুপানী, ১৫ বছৰে এনেদৰেই কটাইছে পিতৃ-মাতৃহীন এইগৰাকী যুৱকে
চৰাইদেউ জিলাৰ সোণাৰি নগৰৰ নাফুক চাহ বাগিচাৰ এক নং লাইনৰ এজন দুৰ্ভগীয়া যুৱক।...
| News18 Assam | July 4, 2020,12:46 pm IST -
চৰাইদেউত বিষাক্ত কাঠফুলা খাই গুৰুতৰভাৱে অসুস্থ একেটা পৰিয়ালৰ ৫ সদস্য
| News18 Assam | June 30, 2020,10:11 am IST -
মানুহজনে চকুৰে নেদেখে, তথাপিও কৰি গৈছে জীৱন যুদ্ধ, কাৰোৰে ওচৰত হাত নাপাতি, চলাই নিছে ৮জনীয়া পৰিয়াল
| News18 Assam | June 28, 2020,1:48 pm IST -
মাতৃয়ে কাপোৰ চিলাই কৰি পঢ়ুৱাইছিল কলেজত, বাণিজ্য শাখাত হৰপ্ৰীতে লাভ কৰিলে দ্বিতীয় স্থান
| News18 Assam | June 25, 2020,5:06 pm IST -
গৰ্গ চেতাৰ্জীৰ বিৰুদ্ধে গৰজি উঠিল টাই আহোম যুৱ পৰিষদ, চ্যুকাফাৰ প্ৰতিমূৰ্তিৰ সন্মুখত প্ৰতিবাদ
| News18 Assam | June 22, 2020,8:08 pm IST -
সোণাৰিৰ ককা–আইতাৰ মুখত বিৰিঙিছে হাঁহি, দৃষ্টিহীন পুত্ৰৰ সৈতে কটাইছিল দুৰ্বিসহ জীৱন
শ্বেত মুণ্ডাৰ পৰিয়ালৰ পূৰ্বৰ উৰুখা পঁজাটোৰ ঠাইত নিৰ্মাণৰ ব্যৱস্থা কৰিলে এটা পকীঘৰ।...
| News18 Assam | June 19, 2020,8:35 pm IST -
অধিক স্মাৰ্ট হ’ব গাঁওবুঢ়াসকল, চৰাইদেউ জিলাৰ চৰকাৰী গাঁওবুঢ়ালৈ বিনামূলীয়া স্মাৰ্টফোন বিতৰণ
চৰাইদেউ জিলাৰ ১৮গৰাকী গাঁওবুঢ়াৰ মাজত বিনামূলীয়াকৈ স্মাৰ্ট ফোন বিতৰণ।...
| News18 Assam | June 15, 2020,7:15 pm IST -
অৰ্কিড সংগ্ৰহৰ ব্যতিক্ৰমী পদক্ষেপ চৰাইদেউৰ টেঙাপুখুৰীৰ অংকুৰৰাজ গগৈৰ, গঢ়িছে ১৪০০ অৰ্কিডৰ ক্ষুদ্ৰ উদ্যান
প্ৰায় ১৪০০ বিধ প্ৰজাতিৰ অৰ্কিড সংগ্ৰহৰ জৰিয়তে ঘৰতে গঢ়ি তুলিছে এখন ক্ষুদ্ৰ অৰ্কিড উদ্যান।...
| News18 Assam | June 13, 2020,6:29 pm IST -
চৰাইদেউ জিলাত ২৬জনকৈ লোকৰ দেহত কোভিদ-১৯ পজিটিভ ধৰা পৰা পিছত সোণাৰিত উপস্থিত হিমন্ত বিশ্ব শৰ্মা
| News18 Assam | June 6, 2020,7:10 am IST -
সোণাৰিৰ চাহ বাগিচাত নাহৰফুটুকীৰ সন্ত্ৰাস...
| News18 Assam | June 3, 2020,10:52 pm IST