-
Charaideo: অৱশেষত বেদখলমুক্ত হ'ল চৰাইদেউৰ চুকাফা মৈদাম, বেদখল উচ্ছেদ কৰিলে প্ৰশাসনে
| News18 Assam | February 1, 2023,10:38 am IST -
Republic Day 2023 : গণৰাজ্য দিৱসৰ প্ৰাকমুহূৰ্তত চৰাইদেউ জিলাত সেনা-আৰক্ষীৰ ব্যাপক তালাচী অভিযান
নিষিদ্ধ উগ্ৰপন্থী সংগঠনৰ কৰিড'ৰ হিচাপে চিহ্নিত চৰাইদেউ জিলাত সষ্টম হৈ পৰিছে নিৰাপত্তাৰক্ষী।...
| News18 Assam | January 25, 2023,3:51 pm IST -
সোণাৰিৰ পলষ্টাৰ একাডেমীৰ শিক্ষাৰ্থীসকলে কেৱল ৩ হাজাৰ টকাত নিৰ্মাণ কৰিলে চৰাইদেউ জিলাৰ প্ৰথমটো ৰবট ‘ফুলী’
সোণাৰি পলষ্টাৰ একাডেমিত ছাত্র-ছাত্ৰীৰ প্ৰদৰ্শনী মেলাত প্ৰদৰ্শিত হ’ল জিলাখনৰ প্ৰথমটো ৰবট...
| News18 Assam | January 24, 2023,10:11 am IST -
চৰাইদেউৰ মাইবেলাৰ লাকুৱা তাপবিদ্যুৎ কেন্দ্ৰত ওপৰৰ পৰা পৰি কৰুণ মৃত্যু শ্ৰমিকৰ ...
| News18 Assam | December 30, 2022,8:12 pm IST -
সোণাৰিত দিনৰ পোহৰতে চোৰৰ চাফাই অভিযান ! সদৰ আৰক্ষী থানাৰ সন্মুখত চোৰে লুটি নিলে সোণৰ আ-অলংকাৰ ...
| News18 Assam | December 26, 2022,4:39 pm IST -
U S Defense team in Assam : দ্বিতীয় বিশ্বযুদ্ধত ভূপতিত বিমানৰ ধ্বংসাৱশেষ বিচাৰি চৰাইদেউত উপস্থিত আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগৰ দল
| News18 Assam | December 24, 2022,4:00 pm IST -
Sonari : আত্মীয় নাবালিকাক যৌন নিৰ্যাতন সোণাৰিৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতাৰ
চাজু বৰা অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সোণাৰি আঞ্চলিক সমিতিৰ ভাৰপ্ৰাপ্ত সম্পাদক...
| News18 Assam | December 22, 2022,10:33 pm IST -
Python Rescued in Charaideo : চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰত অজগৰ উদ্ধাৰ
অভয়পুৰ সংৰক্ষিত বনাঞ্চলত বন বিভাগৰ লোকে নিয়ম অনুসৰি এৰি দিয়ে।...
| News18 Assam | December 14, 2022,5:55 pm IST -
চৰাইদেউৰ মাহমৰাৰ কাকতিবাৰীত দশম শ্ৰেণীৰ ছাত্ৰ সন্ধানহীন
ঘটনা সন্দৰত ইতিমধ্যে স্থানীয় কাকতিবাৰী থানাত পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছে৷...
| News18 Assam | December 12, 2022,3:17 pm IST -
মামাৰ উপহাৰ পাই আনন্দিত ভাগিনহঁত, সোণাৰিত মেধাৱী শিক্ষাৰ্থীক স্কুটী বিতৰণ
| News18 Assam | December 9, 2022,4:02 pm IST -
কৰ্ম সংস্থাপনৰ বাবে বহিঃৰাজ্যলৈ গৈ ঘৰলৈ ঘূৰি নাহিল সোণাৰিৰ দুই যুৱক
| News18 Assam | December 9, 2022,3:45 pm IST -
Sonari Police Firing Incident : সোণাৰি আৰক্ষী থানাৰ কাণ্ডক লৈ চাঞ্চল্য অব্যাহত, সতীৰ্থ আৰক্ষীৰ গুলীত নিহত জোৱান বসুমতাৰীৰ ঘৰত শোকাকুল পৰিৱেশ
নিহত আৰক্ষী জোৱানৰ অন্তসত্ত্বা পত্নীয়ে ঘটনাৰ বিষয়ে জানিব পাৰি অসুস্থ হৈ পৰে।...
| News18 Assam | December 6, 2022,6:08 pm IST -
Girl Student Missing : চৰাইদেউ জিলাৰ মাহমৰাত কলেজীয়া ছাত্ৰী সন্ধানহীন, আলফালৈ যোৱা বুলি হোৱাটছ এপ বাৰ্তা প্ৰেৰণ পৰিয়াললৈ
ছাত্ৰীগৰাকীক আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হ'লেহে প্ৰকৃত সত্য পোহৰলৈ অহাৰ আশা কৰা হৈছে।...
| News18 Assam | December 5, 2022,3:03 pm IST -
NAGALAND : নাগালেণ্ডৰ মন জিলাৰ অ’টিং বস্তিত সেনাৰ গুলীবৰ্ষণ কাণ্ডৰ এবছৰ
সমগ্ৰ মন জিলাতে ৫ ডিচেম্বৰত দুঘণ্টাৰ বাবে বন্ধ থাকিব যান-বাহনৰ চলাচল।...
| News18 Assam | December 4, 2022,10:11 pm IST -
SONARI : সোণাৰিত দহ বছৰীয়া কিশোৰক নিষিদ্ধ ড্ৰাগছৰ ব্যৱসায়ত ব্যৱহাৰ কৰি আটক দুই
এটি দহ বছৰীয়া কিশোৰৰ জৰিয়তে অঞ্চলটোত নিষিদ্ধ ড্ৰাগছৰ সৰবৰাহ অব্যাহত ৰাখিছিল বহু দিনৰ পৰা...
| News18 Assam | December 1, 2022,9:36 pm IST