News18 »bipul barman
-
Assam-Meghalaya Border: মেঘালয়ে লাভ কৰিব ১৮.২৯ বৰ্গ কিলোমিটাৰ অসমৰ ভূমি, সৰ্বদলীয় বৈঠকত ল'লে কেইবাটাও সিদ্ধান্ত…
| News18 Assam | January 18, 2022,5:17 pm IST -
'ঐ', 'আই', 'ই' এইবোৰ মন্তব্য মুখ্যমন্ত্ৰীৰ মুখত মুঠেই শোভা নাপায়- সমালোচনামুখৰ ৰকিবুল হুছেইন
গৃহ বিভাগৰ দায়িত্ব পালনত মুখ্যমন্ত্ৰী সম্পূৰ্ণ ৰূপে ব্যৰ্থ হৈছে: ৰকিবুল হুছেইন...
| News18 Assam | January 18, 2022,4:16 pm IST -
ফটো সাংবাদিক "তৰণী কান্ত বৰ্মন বঁটা -২০২২" লাভ কৰে বিশিষ্ট চিত্ৰশিল্পী - কাৰ্টুনিষ্ট প্ৰদীপ নাথে।
Tarani Kanta Barman Award, 2022 : তৰণী কান্ত বৰ্মনক মৰণোত্তৰ ভাৱে "চিত্ৰ জ্যোতি" উপাধি প্ৰদান।...
| News18 Assam | January 17, 2022,9:44 pm IST -
Lovlina Borgohain : DSP হ’ব লাভলীনা, বুধবাৰে অসম আৰক্ষীৰ DSP পদত যোগ দিব অলিম্পিকত পদক বিজয়ী লাভলীনা বৰগোহাঁয়ে
| News18 Assam | January 11, 2022,3:01 pm IST -
বিজেপিৰ সৈতে মিত্ৰতাত থাকি পৌৰ নিৰ্বাচনত নামিব অগপঃ ৰমেন্দ্ৰ নাৰায়ণ কলিতা
অচিৰেই কংগ্ৰেছৰ কেইজনমান বিধায়কে অগপত যোগ দিব।...
| News18 Assam | January 10, 2022,3:48 pm IST -
CAA বলৱৎ হ’লে অসমৰ ভাষা–সংস্কৃতি আৰু সমাজৰ কোনো ক্ষতি নহয়, বৰঞ্চ ৰাজ্যখন অধিক শক্তিশালীহে হ’ব : ভুবনেশ্বৰ কলিতা
| News18 Assam | January 9, 2022,2:58 pm IST -
'দুভাগ ৰাতি ৰাজপথৰ ট্ৰেফিক হ'বলৈ গৈ নিজৰ পদমৰ্যদা হানি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই'- কিয় এনেদৰে ক'লে সাংসদ ৰিপুণ বৰাই?
| News18 Assam | January 8, 2022,4:02 pm IST -
সন্মুখত ৰাজ্যসভা নিৰ্বাচন, দ্বিতীয়খন আসনত প্ৰাৰ্থিত্ব দিব AIUDF–এ, বিৰোধীৰ অংকত লাগিছে আউল
| News18 Assam | January 5, 2022,6:50 pm IST -
'আলোপটি চৰ আৰু খানখোৱা চৰত কেবিনেট বৈঠক অনুষ্ঠিত কৰক' , মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এই আহ্বান সাংসদ আব্দুল খালেকৰ
গৰুখুঁটি সম্পৰ্কত বিজেপিৰ স্ব-বিৰোধী স্থিতি। মন্তব্য কৰিলে কংগ্ৰেছী সাংসদগৰাকীয়ে...
| News18 Assam | January 2, 2022,5:07 pm IST -
Abdul Khalek : ‘‘মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ দিয়াটো কেনেকৈ আন্তঃৰাষ্ট্ৰীয় ষড়যন্ত্ৰ হয়?’’ – সংবাদমেলত প্ৰশ্ন সাংসদ আব্দুল খালেকৰ, ক’লে – বিজেপিতকৈ মই কম ৰাষ্ট্ৰবাদী নহয়
| News18 Assam | January 2, 2022,3:13 pm IST -
Covid Vaccination: কোৰোণাৰ দুয়োটা ডোজ লোৱা শিক্ষাৰ্থীহে অৱতীৰ্ণ হ'ব পাৰিব নেকি মেট্ৰিক আৰু HS পৰীক্ষাত? ৩ৰ পৰা ৯ জানুৱাৰীলৈকে ৰাজ্যৰ প্ৰতিখন বিদ্যালয়ত ভেকচিনেশ্যন কেম্প
| News18 Assam | December 31, 2021,7:54 pm IST -
'APCCৰ সভাপতি ভূপেন বৰাই মনে প্ৰাণে বিজেপিত যোগদান কৰিবলৈ বিচাৰি আছে'- নতুন বছৰত ৪গৰাকী কংগ্ৰেছ বিধায়কে বিজেপিত যোগদান কৰাৰ দাবী বিধায়ক দিগন্ত কলিতাৰ
বিধায়ক দিগন্ত কলিতাৰ মতে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ টাৰ্গেট ৰাজ্যৰ ১২৬ খন আসন লাভ।...
| News18 Assam | December 31, 2021,6:10 pm IST -
'আমি ৰাইজৰ মাজৰে এজন, দেহৰক্ষীৰ প্ৰয়োজন নাই'- PSO ত্যাগ কৰিলে অসম বিধানসভাৰ উপাধ্যক্ষ ডা০ নোমল মমিনে
| News18 Assam | December 29, 2021,9:02 pm IST -
Case Against CM Himanta Biswa Sarma : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দিশপুৰ থানাত গোচৰ, মুখ্যমন্ত্ৰীয়ে সংবিধান উলংঘা কৰাৰ অভিযোগ আব্দুল খালেকৰ
| News18 Assam | December 29, 2021,4:32 pm IST -
Himanta Biswa Sarma| 'বাংলাদেশী মুছলমান" বুলি কৈ মুখ্যমন্ত্ৰীয়ে অপমান কৰিছে সংখ্যালঘুক'- দিছপুৰ থানাত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ তৰিলে কংগ্ৰেছী সাংসদ আব্দুল খালেকে
১০ ডিচেম্বৰত গৰুখুটি সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্য দুৰ্ভাগ্যজনক আখ্যা সাংসদ খালেকৰ।...
| News18 Assam | December 29, 2021,2:54 pm IST