বৰপেটা লোকসভা সমষ্টিৰ কেইবাহাজাৰো দলীয় কৰ্মকৰ্তাৰ উপস্থিতিত এখন বিশেষ কৰ্মকৰ্তা সন্মিলন অনুষ্ঠিত হয়।
অসম |গুৱাহাটী ক্ৰীড়া সন্থাৰ এজনো প্ৰতিনিধিয়ে স্থান নাপালে নতুন কমিটিত।
অসম |গুৱাহাটী ভলীবল কোচিং চেন্টাৰ দলে শনিবাৰে গুৱাহাটীৰ ফাউণ্ডেছন দে ভলীবল চেম্পিয়নশ্বিপত চূড়ান্ত বিজয়ী সম্মান অৰ্জন কৰে।
অসম |১০ মিটাৰ এয়াৰ ৰাইফল ইভেন্টত বিশ্বৰ ভিতৰতে দ্বিতীয় স্থান লাভ কৰিছিল হৃদয় হাজৰিকাই।
ক্ৰীড়া |বদৰুদ্দিন আজমল নেতৃত্বত নীতিশ কুমাৰক সাক্ষাৎ কৰা দলটোত আছে আমিনুল ইছলাম, কমিম উদ্দিন বৰভূঞা, নজৰুল হক
অসম |অসমত ধানৰ উৎপাদন বছৰে গড়ে ১০ শতাংশ হ্ৰাস হোৱাটো চৰকাৰৰ হিতাধিকাৰী-মুখী আঁচনিৰ কুফলঃ জগদীশ ভূঞা
অসম |ভূপেন বৰাৰ নিৰ্দেশত কংগ্ৰেছত নতুন দায়িত্ব লাভ কৰিলে আনোৱাৰ হুছেইন লস্কৰে।
অসম |অলিম্পিয়ান জয়ন্ত তালুকদাৰক সম্বৰ্ধনা জনায় অসম আৰ্চাৰী সন্থাই।
ক্ৰীড়া |শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অসম চৰকাৰ আৰু ৯ টা উদ্যোগিক প্ৰতিষ্ঠানৰ সৈতে সম্পন্ন হয় বুজাবুজি চুক্তি।
অসম |দুলু আহমেদৰ হোটেলত ৪৫ লাখ টকাৰ বিল কংগ্ৰেছে দিবলগীয়া হৈ আছিল।
অসম |মধ্যাহ্ন ভোজনৰ ৰান্ধনীসকলে বৰ্তমান এহেজাৰ টকা মাননী পাই যদিও সেয়াও বিগত পাঁচ মাহ ধৰি বন্ধ হৈ থকাৰ অভিযোগ।
অসম |১১ মে' পৰা ১৯ মে' ২০২৩ তাৰিখলৈ আমেৰিকা যুক্তৰাষ্ট্রৰ প্ৰখ্যাত চিকাগো' বিশ্ববিদ্যালয়ত অনুষ্ঠিত হব কাৰ্য্যসূচী।
অসম |AIUDFৰ মুৰব্বী বদৰুদ্দিন আজমলৰ সন্মান লাঘৱৰ অভিযোগ
অসম |যিকোনো প্ৰত্যাহ্বান নেওচি বৰাক-ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়াম সকলোতে অগপক অধিক শক্তিশালী কৰাটোৱেই আমাৰ প্ৰধান লক্ষ্য: অতুল বৰা
অসম |ভূপেন বৰা আৰু গৌৰৱ গগৈৰ উপস্থিতিত কংগ্ৰেছত যোগ দিলে বহু সংখ্যক বিজেপি কৰ্মীয়ে।
অসম |আগন্তুক পাচ বছৰলৈ নতুন সাধাৰণ সম্পাদক হল থাই টি ডাওলাগপু। ডিমা হাছাও জিলা ক্ৰীড়া সন্থাৰ সভাপতি পদত বিনা প্ৰতিদ্বন্দিতাৰে পুনৰ বাৰ নিৰ্বাচিত হৈছে ডিমা হাছাও স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য দেৱলাল গাৰ্লোছা।
অসম |ভাৰতে প্ৰথমে কিৰগিজস্তান তাৰ পিছত ঘৰুৱা উজবেকিস্তান আৰু ফাইনেলত শক্তিশালী চীনক পৰাস্ত কৰে।
অসম |ভাৰতীয় দলটোত আছে অসমৰ অভিজ্ঞ আৰ্চাৰ জয়ন্ত তালুকদাৰ।
ক্ৰীড়া |৫ মে'ত ডিফুত কংগ্ৰেছত যোগ দিব বহু সংখ্যক নেতা-কৰ্মীয়ে
অসম |জয়ৰাম ইংলেং ২০১৬ চনত হাওৰাঘাট সমষ্টিৰ বিজেপিৰ বিধায়ক আছিল।
অসম |কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ বাবে তাত থকা অসমীয়া সমাজৰ মাজত কংগ্ৰেছৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই।
অসম |জি এম ডি এই জালুকবাৰী উৰণীয়া সেতু, ভূপেন হাজৰিকা সমাধিক্ষেত্ৰ, বালাজী মন্দিৰ, উমানন্দ মন্দিৰ, বিভিন্ন উদ্যানকে ধৰি গুৰুত্বপূৰ্ণ স্থানসমূহ আলোকিত কৰাৰ দায়িত্ব পালিন কৰিব৷
অসম |অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰে অভিনন্দন জনাই মেহদী হাচানক।
ক্ৰীড়া |জিতেন্দ্ৰ সিঙে ৯.৩০ বজাত বৰঝাৰ বিমানবন্দৰত উপস্থিত হ'ব কাইলৈ
অসম |