Change Language
News18 »biju kumar deka
-
দিল্লী নহয়, এইবাৰ গুৱাহাটীৰ পৰাই প্ৰকাশ পাব কংগ্ৰেছৰ প্ৰাৰ্থীৰ তালিকা
৬ মাৰ্চৰ ভিতৰত আনুষ্ঠানিকভাৱে ঘোষণা হ'ব কংগ্ৰেছৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা৷...
| News18 Assam | March 2, 2021,8:17 pm IST -
৫ হাজাৰ যোগ্য অসমীয়া অভিযন্তাক নিযুক্তি দিব কুইপ'ই! ULFA-I আৰু কুইপ'ৰ মধ্যস্থতা প্ৰায় সম্পন্ন
এই হিচাপত অতি সোনকালে অপহৃত দুই বিষয়াক উভতাই পোৱাৰ আশা প্ৰকাশ কৰিছে মধ্যস্থতাকাৰী কৌশিক ফুকনে ৷...
| News18 Assam | March 1, 2021,9:44 pm IST -
নিৰ্বাচনত কি কি বিধি মানিব লাগিব? ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়াই কৰিলে ঘোষণা
| News18 Assam | March 1, 2021,5:44 pm IST -
২০২১ৰ নিৰ্বাচনত অসমৰ আকাশত উৰিব ১৪খন হেলিকপ্টাৰ
| News18 Assam | March 1, 2021,3:00 pm IST -
প্ৰিয়ংকা গান্ধীক আৱৰ্ত ভৱনত ৰুম নিদিলে বিশ্বনাথ প্ৰশাসনে, কি ক’লে ৰিপুণ বৰাই?
দুদিনীয়া ভ্ৰমণসূচীলৈ সোমবাৰে গুৱাহাটীত উপস্থিত হ'বহি AICCৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী৷...
| News18 Assam | February 28, 2021,7:22 pm IST -
মই নাই যেতিয়া BJPৰ চৰকাৰো অসমত আৰু নাই : হাগ্ৰামা মহিলাৰী
| News18 Assam | February 28, 2021,4:04 pm IST -
গুৱাহাটীলৈ ভয়তে নাহিল কুইপ'ৰ কৰ্তৃপক্ষ! আলোচনাৰ বাবে দিল্লীলৈ মাতিলে মধ্যস্থতাকাৰীক
আলফা স্বাধীনৰ কব্জাৰ পৰা দুই অপহৃত বিষয়াই মুক্তি লাভ কৰিব পাৰিবনে?...
| News18 Assam | February 25, 2021,3:02 pm IST -
কংগ্ৰেছ-AIUDFৰ আসনৰ বুজাবুজি ১৫ মাৰ্চত! AIUDFক কিমানখন আসন এৰি দিব কংগ্ৰেছে?
আসনৰ ভাগ-বতৰা সম্পূৰ্ণ বুজাবুজিৰ ভিত্তিত হ'ব বুলি সদৰি কৰিছে AIUDFএ ৷...
| News18 Assam | February 25, 2021,2:09 pm IST -
তলা বন্ধ! গুৱাহাটীৰ শাখা কাৰ্যালয় এৰিলে কুইপ'ৰ বিষয়া-কৰ্মচাৰীয়ে
আজি কুইপ'ৰ মুখ্য কাৰ্যালয়ৰ পৰা ঊর্ধ্বতন কর্তৃপক্ষ আহিব গুৱাহাটীলৈ...
| News18 Assam | February 24, 2021,5:09 pm IST -
নিৰ্বাচনৰ বাবে বান্ধিছে কঁকালত টঙালি! কংগ্ৰেছৰ হৈ ছচিয়েল মিডিয়াত কাম আৰম্ভ কৰিলে ডিজাইন বক্সে
নীলমণিৰ মতে, ৰঞ্জিত কুমাৰ দাসে জীৱনত অংকত পাছেই কৰি নাপালে ৷...
| News18 Assam | February 24, 2021,4:07 pm IST -
প্ৰধানমন্ত্ৰী মোদীলৈ APPCৰ সভাপতি ৰিপুণ বৰাৰ ছয়টা প্ৰশ্ন
| News18 Assam | February 22, 2021,12:56 pm IST -
কুইপ'ৰ অপহৃত দুই বিষয়াক লৈ মধ্যস্থতাকাৰী কৌশিক ফুকন EXCLUSIVE
| News18 Assam | February 22, 2021,9:06 am IST -
চৰম সিদ্ধান্ত লোৱাৰ দিন বৃদ্ধিৰ সম্ভৱনা, কুইপ'ৰ অপহৃত দুই বিষয়াক লৈ মধ্যস্থতা অব্যাহত
| News18 Assam | February 21, 2021,4:55 pm IST -
কুইপ'ৰ সৈতে আৰু নহ'ব আলোচনা! অপহৃত দুই বিষয়াক যিকোনো মুহূৰ্তত চৰম শাস্তি! ঘোষণা ULFA-I আৰু NSCN-Kৰ
ইয়াৰ বাবে কুইপ', অইল আৰু চৰকাৰ দোষী হ'ব বুলি ঘোষণা।...
| News18 Assam | February 19, 2021,4:49 pm IST -
বড়োভূমিৰ ১২টা বিধানসভা সমষ্টি কোনে দখল কৰিব? AJP-ৰাইজৰ দলে BPFক দিবনে এৰি?
ইতিমধ্যে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ সৈতে গোপনে আলোচনা চলাইছে BPF মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে!...
| News18 Assam | February 18, 2021,9:35 am IST