News18 »bhaskar jyoti saikia
-
Child Drawn : নগাঁৱৰ কচুৱাত হৃদয়বিদাৰক ঘটনা। সুতিত পৰি সলিল সমাধি ভাতৃ-ভগ্নীৰ, আন এগৰাকী সন্ধানহীন
| News18 Assam | July 30, 2021,10:35 pm IST -
কামপুৰৰ ভেকচিন কেন্দ্ৰত অঘটন! এগৰাকী মহিলাক দুবাৰকৈ দিলে কোভিডৰ ভেকচিন, তাৰ পিছত হ’ল এই কাণ্ড
| News18 Assam | July 26, 2021,6:52 pm IST -
তিনিবাৰকৈ আধাৰশিলা স্থাপন কৰি সোতৰ বছৰে সম্পূৰ্ণ নোহোৱা এখন দলং, বাহৰ সাকো, নাৱেৰে বিপদসংকুল যাত্ৰা
| News18 Assam | July 22, 2021,10:42 am IST -
Draught in Assam : খৰাঙৰ কৱলত পৰিছে ৰাজ্যৰ বিভিন্ন অঞ্চল। নগাঁৱত ছিঁৰাল ফাট দিছে শ শ বিঘা শালি ধানৰ খেতি পথাৰত।
| News18 Assam | July 21, 2021,7:20 pm IST -
Covid in Nagaon : নগাঁও জিলাৰ বহু ঠাইত ক'ভিড পৰিস্থিতি এতিয়াও চিন্তনীয়, জিলাখনৰ কেইবাখনো বজাৰ এসপ্তাহৰ বাবে বন্ধ ঘোষণা।
| News18 Assam | July 21, 2021,6:49 pm IST -
নগাঁৱত ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত, কচুৱা শিমলুগুৰিত লাখ লাখ টকাৰ ড্ৰাগছ জব্দ।
জব্দ কৰা ৩৫.৮৫ গ্ৰামৰ হেৰ'ইনখিনিৰ মূল্য প্ৰায় ৬ লাখ টকা হ'ব বুলি অনুমান আৰক্ষীৰ।...
| News18 Assam | July 16, 2021,11:23 pm IST -
বাৰিষা আহিলেহে মনত পৰে মথাউৰি নিৰ্মাণৰ কথা, কামপুৰতৰ কপিলী নদীৰ মথাউৰি আজিও নহ'ল নিৰ্মাণ ৷
| News18 Assam | July 16, 2021,9:54 am IST -
নগাঁৱৰ কচুৱাত ভয়ংকৰ ঘটনা, দুৰ্বৃত্তই অগ্নিসংযোগ কৰিলে এটা পৰিয়ালৰ বাসগৃহত, প্ৰাণৰক্ষাৰ বাবে বেৰ কাটি বাহিৰলৈ ওলোৱাত চোকা অস্ত্ৰৰে আক্ৰমণ
দুৰ্বৃত্তকেইটা হৈছে ক্ৰমে দুলাল দাস, শুকদেৱ দাস, মাণিক দাস, স্বপন দাস আৰু বিৰেন্দ্ৰ দাস।...
| News18 Assam | July 15, 2021,11:23 am IST -
নগাঁও জিলাৰ জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন স্থানত আবকাৰী বিভাগ আৰু আৰক্ষীৰ অভিযান
অভিযান কালত উচ্ছেদ কৰিবলৈ সক্ষম হয় কেইবাটাও চুলাই মদৰ ঘাটি।...
| News18 Assam | July 13, 2021,5:27 pm IST -
Female Farmer: জোঙালবলহুৰ এগৰাকী যুৱতী, ৬০ বিঘা মটিত অকলেই কৰিছে শালিধানৰ খেতি
নিবনুৱা সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়ত ৰহাৰ পূৰ্ণিমাই দেখুৱাইছে স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন।...
| News18 Assam | July 11, 2021,3:27 pm IST -
Lock down in Raha : ৰহাত ভয়াৱহ হৈ পৰিছে কোভিড পৰিস্থিতি। পুনৰ ৫ দিনৰ বাবে ৰহা বজাৰৰ লকডাউন ঘোষণা নগাঁও প্ৰশাসনৰ।
অত্যাবশ্যকীয় সামগ্ৰীৰ দোকান খোলা থাকিব যদিও মানি চলিব লাগিব সম্পূৰ্ণ কোভিড বিধি।...
| News18 Assam | July 11, 2021,11:50 am IST -
কৰ্ম জীৱনৰ প্ৰথমটো সপ্তাহতে অবাঞ্চিত ঘটনাৰ বলি হোৱা লংকাৰ উদালীৰ চিকিৎসক ডাঃ সেউজ সেনাপতিয়ে ন উদ্যমেৰে নামি পৰিছে কৰ্মক্ষেত্ৰত...
| News18 Assam | July 9, 2021,8:51 am IST -
হৃদয়বিদাৰক! নগাঁৱৰ কঠীয়াতলীত পথাৰৰ নলাত উদ্ধাৰ হ’ল দুই কণমানিৰ মৃতদেহ
কেনেকৈ শিশু দুটি পথাৰৰ নলাত পৰি মৃত্যু হ'ল সেয়া ৰহস্যৰ আৱৰ্তত৷...
| News18 Assam | July 7, 2021,9:41 am IST -
কঠীয়াতলীত ধানৰ বীজ লৈ বিধায়ক ৰূপক শৰ্মা, 'সমূহীয়া কঠীয়াতলী আঁচনি'ৰ শুভাৰম্ভ
| News18 Assam | July 6, 2021,9:26 pm IST -
নগাঁও জিলাৰ শগুণডাঙ্গাত বোৱাৰীৰ ৰহস্যজনক মৃত্যু, শুই থকা অৱস্থাতে উদ্ধাৰ মৃতদেহ
| News18 Assam | July 5, 2021,4:28 pm IST