News18 »bhaskar jyoti kataky
-
'মা-দেউতা আকৌ কেতিয়া ঘূৰি আহিব আইতা?- আইতাকৰ চকুতো কেৱল চকুপানী! মাত্ৰ ৯ দিনৰ ভিতৰতে পিতৃ-মাতৃক হেৰুৱালে মাজুলীৰ ৪ বছৰীয়া কণমানি অংকুৰে!
মাত্ৰ চাৰি বছৰ বয়সতে পিতৃ-মাতৃয়ে চিৰদিনৰ বাবে এৰি থৈ গ'ল মৰমলগা অকণমাণি অংকুৰক।...
| News18 Assam | April 21, 2022,9:57 am IST -
গঁড়ৰ আক্ৰমণত নিহত হোৱা মাজুলীৰ মদন দাসৰ পৰিয়াললৈ আৰ্থিক সাহায্য, মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ ১ লাখ টকাৰ চেক প্ৰদান কৰে বিধায়ক ভূৱন গামে
মদন দাসৰ বাসগৃহত বিধায়ক ভূবন গাম।...
| News18 Assam | April 20, 2022,10:19 am IST -
Jorhat-Majuli Bridge : আজিৰে পৰা আৰম্ভ হ'ব যোৰহাট-মাজুলী দলঙৰ কাম, মুখ্যমন্ত্ৰীয়ে কৰিব প্ৰথমটো খুঁটাৰ শুভাৰম্ভণি
| News18 Assam | November 29, 2021,8:29 am IST -
Majuli : মাজুলীবাসীৰ মূৰত বাজিছে বিপদঘণ্টা ! পুনৰ আন এক দুৰ্যোগৰ সন্মুখত মাজুলী!
৪৮ ঘণ্টাৰ বাবে মাজুলীৰ সকলো ব্যৱসায়ীক প্ৰতিস্থান বন্ধৰ ঘোষণা মাজুলী জিলা বণিক সন্থাৰ।...
| News18 Assam | October 10, 2021,10:30 pm IST -
মাজুলীয়ে আকৌ দুখ পালে ! এমাহৰ পিছতে মাজুলীত পুনৰ আৰম্ভ একক ইঞ্জিনযুক্ত ফেৰী, ফেৰীত উঠাইছে দুচকীয়া-চাৰিচকীয়া গাড়ী...
| News18 Assam | October 9, 2021,12:49 am IST -
Explainer : মাজুলীৰ স্থায়ী ভৌগলিক সুৰক্ষা হ'বনে, ঐতিহ্য ক্ষেত্ৰ মাজুলী নিশ্চিহ্ন হ'ব নেকি ! ভবিষ্যৎ কি মাজুলীৰ?
| News18 Assam | October 8, 2021,8:02 am IST -
Assam Farmer Woes| মাজুলীৰ নামনি অঞ্চলৰ বিঘাই-বিঘাই কৃষি ভূমিত এতিয়া শুঁৰ পোকৰ উপদ্ৰৱ, কোনে শুনিব কৃষকৰ বিননি
শ-শ কৃষকৰ মাজত হাহাকাৰ। দুবাৰকৈ সিচিলে কঠিয়া।...
| News18 Assam | October 7, 2021,3:57 pm IST -
মাজুলীৰ ৰঙা বাওধানে পালে বিশ্ব বজাৰৰ মজিয়া, অধিক মূল্যত জাপান-বেলজিয়াম আদি দেশত হ'ব বিক্ৰী
মাজুলীৰ জিলা কৃষি বিষয়া বেণীমাধৱ বৰুৱাই ৰঙা বাও মাজুলীৰ ঐতিহ্য বুলি উল্লেখ কৰে।...
| News18 Assam | September 28, 2021,10:37 pm IST -
Explained : অভিশপ্ত ৮ ছেপ্টেম্বৰ আৰু মাজুলীবাসীৰ দুখ ! মাজুলীবাসীয়ে কি পালে কি হেৰুৱালে!
| News18 Assam | September 20, 2021,6:16 pm IST -
মাজুলীবাসীৰ বাবে সকাহ! কমলাবাৰী-নিমাতীৰ মাজত যাতায়াতৰ বাবে নতুনকৈ দুখন জাহাজ
| News18 Assam | September 19, 2021,11:59 am IST -
Nimatighat Boat Tragedy : নিমাতীঘাটত সেইদিনা যেন ঈশ্বৰৰ দূত হৈ আহিছিল পাপলু, আজি পাপলুক বিচাৰি উলিয়ালে প্ৰাণ ৰক্ষা পৰা প্ৰস্তুতিয়ে
| News18 Assam | September 11, 2021,7:58 pm IST