Change Language
News18 »bhaskar jyoti hazarika
-
‘ভুৱা ৰাজসাক্ষীৰে অখিলক ভৰাই থোৱা হৈছে কাৰাগাৰত, মাওবাদীৰ ভূতে খেদিছে বিজেপি চৰকাৰক’
| News18 Assam | January 11, 2021,3:51 pm IST -
উত্তৰ পূৱ গ্ৰন্থমেলাত ‘লাইফ অৱ এ ড্ৰাইভাৰ, কেবিনৰ ইপাৰে’ গ্ৰন্থখনে গঢ়িলে অভিলেখ! মাত্ৰ ১০ দিনতে বিক্ৰী হ’ল গ্ৰন্থখনৰ ৮টাকৈ সংস্কৰণ
অবিশ্বাস্য যেন লাগিলেও, ৰূপম দত্তৰ এই কিতাপখনৰ এতিয়ালৈকে ৮নং সংস্কৰণ প্ৰকাশ কৰা হৈছে। ...
| News18 Assam | January 9, 2021,7:46 pm IST -
ডেষ্টিনেশ্যনে মিথুনক দিলে 'ডেষ্টিনী’, আঢ়ৈ বছৰৰ মূৰত সন্তানক ঘূৰাই পাই আবেগিক পিতৃ–মাতৃ
প্ৰায় আঢ়ৈ বছৰৰ অন্তত মিথুনৰ পৰিয়ালৰে যোগাযোগ কৰিবলৈ সক্ষম হল সংস্থাটোৰ কৰ্মীসকলে৷...
| News18 Assam | December 27, 2020,6:14 pm IST -
ৰহাত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰেভেলাৰ আৰু মাৰুতি ভানৰ মুখামুখি সংঘৰ্ষ
আহতসকলক নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।...
| News18 Assam | December 18, 2020,6:43 pm IST -
ড্ৰাগছ ব্যৱসায়ত ধন বিনিয়োগ মাছখোৱাৰ ব্যৱসায়ীৰ, জালত পৰিল ব্যৱসায়ী চুনু আগৰৱালা
ব্যৱসায়ী চুনু আগৰৱালাই অধিক ধনৰ লাভত ড্ৰাগছ ব্যৱসায়ীক বিনিয়োগ কৰে ধন৷...
| News18 Assam | December 4, 2020,5:36 pm IST -
কঠোৰ পৰিবহণ বিভাগ! এতিয়াৰ পৰা বাইকৰ পিছফালে বহা জনেও পৰিধান কৰিব লাগিব হেলমেট, অন্যথা কঠোৰ শাস্তি
| News18 Assam | December 4, 2020,3:23 pm IST -
৭ দিনৰ ভিতৰত চৰকাৰ আৰু পৌৰ নিগমক কাৰণ দৰ্শোৱাৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
গুৱাহাটী পৌৰ নিগমৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছিল ২০১৩ চনৰ ৩১ জুলাইত৷...
| News18 Assam | November 28, 2020,4:41 pm IST -
উচ্চতম ন্যায়ালয়ৰ এক নিৰ্দেশত অসমৰ ৰাজনীতিত ধুমুহা, কি আছে এই নিৰ্দেশনাত?
| News18 Assam | November 17, 2020,11:00 am IST -
কিমান আৰু সহিব! উপায়ন্তৰ হৈ নিজ মাতৃয়ে দুবছৰ ধৰি শিকলিৰে বান্ধি ৰাখিছে পুত্ৰক
বিগত দুটা বছৰে মাতৃ আৰু কন্যাই প্ৰতিদিনেই সন্মুখীন হৈ আহিছে এই পৰিস্থিতিৰ৷...
| News18 Assam | November 16, 2020,12:00 pm IST -
‘অসমত বৰ্তমান শক্তিশালী ৰূপত বিজেপিৰ সাংগঠনিক ভেটি, অকলে প্ৰতিহত কৰা অসম্ভৱ’
ৰাজ্যত এতিয়া বলিছে নিবাচনী বতাহ...
| News18 Assam | November 13, 2020,4:58 pm IST -
ৰীণা দাস হত্যাকাণ্ডৰ ঘটনাই লৈছে নতুন মোৰ, পুত্ৰ-বোৱাৰীক সোধা-পোছা কৰিবলৈ আগবাঢ়িছে আৰক্ষী
| News18 Assam | November 13, 2020,2:47 pm IST -
১ ডিচেম্বৰ পৰা পুনৰ দৰ্শণাৰ্থীৰ বাবে মুকলি হ’ব অসম ৰাজ্যিক চিৰিয়াখানা, কিন্তু সোমাব নোৱাৰিব এইসকল লোক
পুৱা ৮ বজাৰ পৰা ১১ বজালৈ আৰু ১ বজাৰ পৰা ৪ বজালৈ চাব পাৰিব চিৰিয়াখানা৷...
| News18 Assam | November 9, 2020,5:25 pm IST -
আচৰিত! অসম আৰক্ষীৰ লক-আপত ভগৱান শ্ৰীকৃষ্ণ!
যোৱা বছৰৰ পূৰ্বে মহাবাহু বহ্মপুএত লতাশীল আৰক্ষীয়ে উদ্ধাৰ কৰিছিল ৪২টাকৈ হিন্দু দেৱ দেৱীৰ মূৰ্তি৷...
| News18 Assam | November 7, 2020,2:01 pm IST -
অসম আৰক্ষীৰ উপ-পৰিদৰ্শক আৰু পৰিদৰ্শকৰ সম্পত্তিৰ তালিকা ৰাজহুৱা হ’ব চৰকাৰী ৱেবচাইটত
| News18 Assam | November 7, 2020,12:37 pm IST -
শিশুৰ খেলৰ সামগ্ৰীৰে সুন্দৰকৈ সজোৱা হৈছে থানাৰ কোঠা, কিয় এইদৰে সজোৱা হৈছে আজাৰা থানাৰ এই কোঠাটো?
সুন্দৰকৈ সজোৱাৰ উপৰি কোঠাটোৰ বাহিৰক নিয়োগ কৰা হৈছে মহিলা নিৰাপত্তাৰক্ষী৷ AC লগোৱা হৈছে কোঠাটোত৷...
| News18 Assam | November 3, 2020,8:04 pm IST