News18 »ajoy barman
-
সচিবালয়ৰ প্ৰৱেশ পত্ৰ লৈ ঘূৰে জালনোট ব্যৱসায়ী, জালত পৰিল গীতানগৰ আৰক্ষীৰ
জালনোট প্ৰস্তুতকাৰী মূল মাষ্টাৰমাইণ্ড আজমল হক পলাতক। ...
| News18 Assam | August 5, 2021,3:02 pm IST -
আৰ্থিক দীনতাৰ বাবে আত্মহত্যাৰ পথ বাছি ল'লে গুৱাহাটীৰ প্ৰিন্টিং প্ৰেছৰ স্বত্বাধিকাৰীয়ে
| News18 Assam | August 2, 2021,2:14 pm IST -
Guwahati Murder : মহানগৰীৰ নুনমাটিত নৃশংস হত্যাকাণ্ড, টেংকাৰ চালকে লোৰ লিভাৰেৰে নৃশংসভাৱে হত্যা কৰিলে সতীৰ্থ চালকক
ঘটনাটো সংঘটিত হৈছে গুৱাহাটীৰ নুনমাটি থানাৰ অন্তৰ্গত ছেক্টৰ-৩ৰ অইল টেংকাৰ পাৰ্কিং স্থানত।...
| News18 Assam | July 30, 2021,2:06 pm IST -
ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ বিৰোধিতাৰে উত্তাল চন্দ্ৰপুৰ ! হাজংবৰী খেলপথাৰত শ শ পুৰুষ মহিলাৰ সত্যাগ্ৰহ...
| News18 Assam | July 20, 2021,3:52 pm IST -
গো সুৰক্ষা বিধেয়ক উত্থাপন হোৱাৰ পিছতেই আৰক্ষী আৰু ৰাইজৰ তৎপৰতা, গুৱাহাটীত গৰু সৰবৰাহকাৰী কৰায়ত্ত।
মহানগৰীৰ পানীখাইতিৰ লাহাপাৰাত এটি গৰু বিক্ৰী চক্ৰক আটক কৰে ৰাইজে ।...
| News18 Assam | July 15, 2021,3:52 pm IST -
Covid Checking : কোৰোণাক লৈ কঠোৰ গুৱাহাটী মহানগৰ আৰক্ষী। সন্ধিয়াৰ পৰা গুৱাহাটীৰ বিভিন্ন ঠাইত নাকা-চেকিং। বহু বাহনক জৰিমনা।
| News18 Assam | July 9, 2021,8:42 pm IST -
জি এছ ৰোডত মুক্ত বিচৰণ কৰা হাতীটো আঘাতপ্ৰাপ্ত। বন্যহস্তীৰ জাকৰ আক্ৰমণত হৈছিল আহত।
| News18 Assam | June 14, 2021,2:52 pm IST -
গুৱাহাটী, কামৰূপ আৰু দৰঙত মহানগৰ আৰক্ষীৰ অভিযান, ৫০ লক্ষাধিক টকাৰ ড্ৰাগছসহ ৫ জন গ্ৰেপ্তাৰ
| News18 Assam | June 13, 2021,3:51 pm IST -
মহানগৰীৰ নাৰেংগীত অভাৱনীয় ঘটনা। ৰে'লৱে ক্ৰছিঙত লাইনচ্যুত ছয়টা ডবা। সমগ্ৰ অঞ্চলত আতংক ।
| News18 Assam | June 12, 2021,5:27 pm IST -
চন্দ্ৰপুৰত বেদখলৰ কৱলত গো-চৰণীয়া পথাৰ । গভীৰ খাদ্য সংকটত পশুধন।
| News18 Assam | June 12, 2021,9:44 am IST -
অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ দাবীত ৰাজ্যৰ আন প্ৰান্তৰ লগতে মহানগৰীতো প্ৰতিবাদ কংগ্ৰেছৰ
| News18 Assam | June 11, 2021,4:26 pm IST -
অতীত হ'ল মহানগৰীৰ জনপ্ৰিয় চিনেমা হল বন্দনা
| News18 Assam | June 9, 2021,4:24 pm IST -
চন্দ্ৰপুৰ তাপ বিদ্যুৎ প্রকল্পক লৈ চৰকাৰে কৰিছে ইতিবাচক চিন্তা। শক্তি মন্ত্ৰী বিমল বৰাৰ মন্তব্য।
| News18 Assam | June 8, 2021,10:45 pm IST -
ঘৰতেই খুলিছিল Wine Shop...মহানগৰীৰ সাতগাঁও আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ বিলাতী সুৰা...
| News18 Assam | June 8, 2021,2:17 pm IST -
Crime, Drugs : আৰক্ষীৰ জালত দুই কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী। জব্দ নগদ ধন, বৃহৎ পৰিমাণৰ ড্ৰাগছ।
ভাড়াঘৰৰ কোঠালীৰ পৰা ৫৪টাকৈ ড্ৰাগছ ভৰ্তি কণ্টেইনাৰসহ নগদ ১১,৬০০ টকা জব্দ ।...
| News18 Assam | June 7, 2021,11:10 pm IST