News18 »abdul hakim
-
প্ৰথমে বিলাসী গাড়ী ভাড়া, তাৰ পিছত চালকক অপহৰণ কৰি গাড়ী চুৰি, কিন্তু দিন বেয়া আছিল দুই চোৰৰ
| News18 Assam | September 10, 2020,9:26 pm IST -
হোজাইৰ ভেলৌগুৰিত কিশোৰীক জংঘললৈ টানি নি বলাৎকাৰ বহিঃৰাজ্যৰ যুৱকৰ, ৰাইজে খেদি খেদি ধৰিলে বলাৎকাৰীক
কিশোৰীগৰাকীক মুৰ্মূষু অৱস্থাত জংঘলত উদ্ধাৰ কৰাৰ লগতে লম্পট শ্ৰমিকজনক ৰাইজে খেদি খেদি কৰায়ত্ত কৰে।...
| News18 Assam | September 10, 2020,12:39 pm IST -
ৰকিবুল হুছেইনৰ ফাৰ্ম হাউচত যুৱতী ধৰ্ষণৰ ঘটনাঃ নিৰ্যাতিতা যুৱতীৰ পৰিয়ালক হত্যাৰ ভাবুকি মূল অভিযুক্ত তাজ উদ্দিনৰ পৰিয়ালৰ
| News18 Assam | September 6, 2020,10:28 pm IST -
ৰকিবুল হুছেইনৰ ফাৰ্ম হাউচত যুৱতী ধৰ্ষণ কাণ্ডঃ আৰক্ষীৰ জালত আন এটা অভিযুক্ত গুলজাৰ হুছেইন
ডবকাত সংঘটিত হোৱা যুৱতী ধৰ্ষণ কাণ্ডই এতিয়া জোকাৰিছে সমগ্ৰ ৰাজ্য...
| News18 Assam | September 6, 2020,4:10 pm IST -
সংখ্যালঘু ছাত্ৰ বৃত্তি প্ৰদানত দুৰ্নীতি! হোজাইৰ ডবকা নগৰত আমছুৰ উত্তাল প্ৰতিবাদ
আমছুৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানমৰ্মে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংগঠনটোৱে প্ৰতিবাদ কৰে।...
| News18 Assam | August 20, 2020,9:26 pm IST -
আৰু কিমান দিন ৰ’ব! পূৰ্বৰ দৰে কাম চলাই নিয়াৰ দাবীত হোজাই উকীল সন্থাৰ প্ৰতিবাদ
| News18 Assam | August 13, 2020,8:25 pm IST -
হত্যা নে আত্মহত্যা! হোজাইত ৰহস্যজনক অৱস্থাত উদ্ধাৰ বোৱাৰীৰ মৃতদেহ
| News18 Assam | August 11, 2020,1:59 pm IST -
হোজাইৰ সৰুপথাৰত থকা স্ক্ৰীণিং এণ্ড টেষ্টিং চেণ্টাৰত আতংকত কাম কৰিছো কোভিড যোদ্ধাই, পোৱা নাই ন্যূনতম সুবিধাও
| News18 Assam | August 7, 2020,12:59 pm IST -
ডবকা–যমুনামুখত ১২জনকৈ লোকৰ দেহত কোভিড-১৯ পজিটিভ, বন্ধন বেংকক কণ্টেইনমেণ্ট জ’ন ঘোষণা
ডবকাতো চাৰিজনৰ দেহত ধৰা পৰিছে কোভিড-১৯ পজিটিভৰ অৱস্থিতি।...
| News18 Assam | August 6, 2020,9:05 am IST -
বানতকৈও ভয়ংকৰ খহনীয়া! ৰক্ষাকৱচ মথাউৰিৰ অৱশিষ্ট অংশ নৈত জাহ যাও যাও, আতংকিত দেৱস্থানবাসী
অসম চৰকাৰে বিষয়টো গুৰুত্ব সহকাৰে লৈ মথাউৰিটো পুনৰ নিৰ্মান কৰিবলৈ আহবান জনাইছে দেৱস্থান বাসীয়ে ৷...
| News18 Assam | August 1, 2020,12:35 pm IST -
ডবকাত একেটা পৰিয়ালৰ তিনিজন লোকৰ দেহত কোভিড-১৯ পজিটিভ
| News18 Assam | July 29, 2020,7:29 pm IST -
কৰ্মৰ সন্ধানত যোৱা অসমৰ মহিলাক চৌদি আৰৱত অকথ্য নিৰ্যাতন, মালিক পক্ষৰ অমানুসিক অত্যাচাৰৰ কাৰণে কি?
| News18 Assam | July 20, 2020,4:35 pm IST -
কোৱাৰেণ্টাইন কেন্দ্ৰত থকাৰ ভয়, জীৱন শেষ কৰিলে হোজাইৰ যুৱকে
| News18 Assam | July 10, 2020,1:46 pm IST -
হোজাইত অভিযন্তাৰ দেহত কোভিড-১৯ পজিটিভ, ছেনিটাইজ নকৰাকৈয়ে কাৰ্যালয়ত চলিছে কাম–কাজ
অভিযন্তাগৰাকীৰ কোভিড-১৯ পজিটিভ ধৰা পৰাৰ পিছতেই ব্লকটোৰ কৰ্মচাৰীসকলৰ মাজত হাহাকাৰ লাগিছে।...
| News18 Assam | July 8, 2020,6:15 pm IST -
হোজাইৰ ডবকাত ব্যৱসায়ীক গুৰুলা-গুৰুলকৈ প্ৰহাৰ টোলগে’টত থকা কৰ্মচাৰীৰ
| News18 Assam | July 2, 2020,2:14 pm IST