-
প্ৰথমে ভতিজাকক ডিঙি কাটি হত্যা, তাৰ পিছত ভতিজাকৰ পত্নীকো আক্ৰমণ, হোজাইত চাঞ্চল্য
| News18 Assam | November 19, 2020,3:51 pm IST -
মোৰাঝাৰত ভয়ংকৰ ডকাইতি, ব্যৱসায়ীলৈ লক্ষ্য কৰি কেইবাজাঁই গুলীচালনা কৰি ধন লুট, ৰাইজে খেদি খেদি ধৰিলে ২ ডকাইতক
গাড়ী কেইখনৰ পৰা অনুমানিক বিশ লক্ষাধিক টকা লুট কৰা বুলি স্থানীয় লোকে সন্দেহ কৰিছে৷ ...
| News18 Assam | November 15, 2020,2:49 pm IST -
হোজাইৰ সৰুপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনা, দ্ৰুতবেগী বাহনৰ খুন্দাত থিতাতে নিহত এজন লোক
দুর্ঘটনা সংঘটিত কৰি বাহনসহ চালকে পলায়ন কৰে।...
| News18 Assam | November 11, 2020,3:49 pm IST -
পাৰিবাৰিক কন্দল, হোজাইত পাষাণ স্বামীয়ে ডিঙিত ঘপিয়াই হত্যা কৰিলে পত্নীক
খঙৰ ভমকত নুৰে এখন দৰে পত্নীৰ ডিঙিৰ পিছফালে উপৰ্যুপৰি ঘাপ মাৰি হত্যা কৰে।...
| News18 Assam | October 20, 2020,8:57 pm IST -
ডবকাত ভয়ংকৰ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা চাৰিচকীয়া বাহনৰ, থিতাতে নিহত চালক
| News18 Assam | October 20, 2020,8:46 pm IST -
দিন হাজিৰা কৰি কন্যাৰ বিয়াৰ বাবে গোটাইছিল ধন, কৌশলেৰে দুৰ্বৃত্তই লুটি নিলে সকলো
চিলনী চোৰৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ বলি হোৱা দম্পতীয়ে নীলবাগান আৰক্ষী পহৰা চকীত এটা গোচৰ তৰিছে।...
| News18 Assam | October 15, 2020,1:51 pm IST -
আধাৰ কাৰ্ডৰ নামত মুকলিকৈ ধন সংগ্ৰহ, হোজাইত শিক্ষকসহ দুজনক চাকৰিৰ পৰা নিলম্বন
মঙলবাৰে News18ত সম্প্ৰচাৰ হোৱাৰ পিছতেই আজি হোজাই জিলা উপায়ুক্তই সৰৱ হোৱা পৰিলক্ষিত হয়।...
| News18 Assam | October 14, 2020,8:05 pm IST -
হোজাইত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল পতি–পত্নীৰ
৩৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা গছসমূহৰ বাবে সঘনাই অঞ্চলটোত দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ ৰাইজৰ৷...
| News18 Assam | October 13, 2020,6:30 pm IST -
হোজাইৰ শংকৰদেৱ নগৰত ভূমিহীন খিলঞ্জীয়া পৰিয়ালক পট্টা আৰু আবণ্টন পত্ৰ বিতৰণ
| News18 Assam | October 5, 2020,3:02 pm IST -
হোজাই তিনি কুখ্যাত গাড়ী চোৰক আটক, উদ্ধাৰ ভাড়ালৈ নি বিক্ৰী কৰা গাড়ী
ধৃত চোৰকেইটা ক্ৰমে আব্দুল লতিফ, আব্দুল কালাম আৰু ৰহমত আলী৷...
| News18 Assam | October 4, 2020,9:20 am IST -
ডবকাত আৰক্ষীৰ অভিযানত উদ্ধাৰ লাখে লাখে টকা–সোণৰ অলংকাৰ, কোনে ৰাখিছিল এই টকা?
নিশা দহ বজাৰ পৰা পুৱতি নিশা ৩ বজালৈ চলিছিল অভিযান।...
| News18 Assam | September 28, 2020,9:40 am IST -
হোজাই মোৰাঝাৰত ২১ লাখ টকা মূল্যৰ হাতীৰ দাঁতসহ দুই কুখ্যাত চোৰাং চিকাৰী গ্ৰেপ্তাৰ
এই চোৰাং ব্যৱসায়ৰ লগত আন তিনিজন লোকো জড়িত থকাৰ কথা স্বীকাৰ কৰিছে আটকাধীন লোককেইজনে। ...
| News18 Assam | September 24, 2020,10:52 pm IST -
ৰং নম্বৰত প্ৰেম, বিয়াও পাতিলে প্ৰেমিকাক, তাৰ পিছত পত্নীক এৰি স্কুটী–সোণৰ অলংকাৰ সকলো লৈ উধাও স্বামী
| News18 Assam | September 20, 2020,1:55 pm IST -
ডবকাত আৰক্ষীৰ জালত কুখ্যাত ডকাইত, বানপানীৰ সময়ত সংঘটিত কৰিছিল ডকাইতি কাণ্ড
| News18 Assam | September 15, 2020,9:08 am IST -
ডবকাত মহিলাৰ পৰা দুৰ্বৃত্তই কাঢ়ি নিলে ৭০ হাজাৰ টকাৰ লগতে মোবাইল, এটিএম কাৰ্ড
মহিলাগৰাকীৰ বেগত ৭০ হাজাৰ টকাৰ লগতে ATM, মোবাইল আছিল বুলি মহিলাগৰাকীয়ে জানিবলৈ দিয়ে।...
| News18 Assam | September 14, 2020,7:01 pm IST