News18 »abdul hakim
-
নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত টকাৰ উজান! ডবকাত এল্ট’ বাহনৰ পৰা জব্দ ৫ লক্ষাধিক টকা
| News18 Assam | March 15, 2021,12:44 pm IST -
অবৈধ প্ৰেমৰ পৰিণতি! যৌন নিৰ্যাতনৰ চেষ্টা চলোৱা প্ৰেমিকক ৰছীৰে বান্ধি প্ৰেমিকাই গতালে আৰক্ষীক
মহিলাগৰাকী আৰু এজন যুৱকৰ দীৰ্ঘদিনৰ পৰা চলি আছিল অবৈধ প্ৰেমৰ সম্পৰ্ক।...
| News18 Assam | March 9, 2021,9:01 am IST -
আজমল পৰিয়ালক মহাজোঁটবন্ধনে যমুনামুখ সমষ্টি এৰি দিয়াত ক্ষোভিত কংগ্ৰেছ নেতা-কৰ্মীসকলৰ সভা
| News18 Assam | March 4, 2021,6:47 pm IST -
‘এইবাৰ শৰাইঘাটৰ শেষ যুদ্ধত অৱতীৰ্ণ হ’ব এজেপি, পুলিয়ে–পোখাই উৎখাত হ’ব বিজেপি’ – হুংকাৰ লুৰিণজ্যোতি গগৈৰ
| News18 Assam | February 25, 2021,9:05 am IST -
হোজাইৰ মোৰাঝাৰত আৰক্ষীৰ জালত ভুৱা RTI কৰ্মী, টকা আনিবলৈ গৈ পৰিল জালত
| News18 Assam | February 23, 2021,9:48 am IST -
কংগ্ৰেছৰ প্ৰতিবাদত আৰক্ষীৰ বাধা! চৰকাৰৰ গঠনৰ দুমাহৰ ভিতৰত বাধা দিয়া আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ হুংকাৰ ৰকিবুল হুছেইনৰ
আৰক্ষীৰ বাধা নেওচি মূৰত গেছ চিলিণ্ডাৰ লৈ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ প্ৰতিবাদ।...
| News18 Assam | February 21, 2021,5:50 pm IST -
হোজাই মোৰাঝাৰত বলেৰ’ পিকআপৰ খুন্দাত থিতাতে নিহত এজন বাইক আৰোহী
বাইক আৰোহী আৰু বলেৰ’ পিক আপৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত বাইক আৰোহীজন তিথাতে নিহত হয়।...
| News18 Assam | February 12, 2021,9:34 am IST -
সামান্য় কথাত তৰ্কা-তৰ্কি! পাষাণ পুত্ৰই মৰিয়াই মৰিয়াই হত্যা কৰিলে বৃদ্ধা মাতৃক
ডবকাৰ আকাশীগংগাত পুত্ৰই দাৰে ঘপিয়াই হত্যা কৰিলে মাতৃক। হত্যাকাৰী পুত্ৰ আৰক্ষীৰ জালত।...
| News18 Assam | January 25, 2021,8:45 am IST -
'সাহস আছে যদি অখিল গগৈক মুকলি কৰি নিৰ্বাচন খেলক'- আজমলৰ দুৰ্গত কঁপনি তুলি ৰাইজৰ দলৰ বিশাল জনসভা
২১ৰ বিধানসভা নিৰ্বাচনত 'ভাৰত মাতা কি জয় 'আৰু 'জয় আই অসম'ৰ মাজত হ'ব যুঁজঃ ভাস্কো ডি শইকীয়া ...
| News18 Assam | January 21, 2021,1:56 pm IST -
কোনোৱে যদি সতীৰ্থক ঘুচিয়াইছে, কোনোৱে আকৌ চকী খনকে ভাঙিছে! হোজাই কংগ্ৰেছৰ আভ্যন্তৰীণ কন্দল দেখি হতবাক সাংসদ প্ৰদ্যুত্ বৰদলৈ
আভ্যন্তৰীণ কংগ্ৰেছত বিধ্বস্ত কংগ্ৰেছ...
| News18 Assam | January 8, 2021,7:59 pm IST -
হোজাইৰ ডবকাত নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত ৰন্ধন গেছ কঢ়িওৱা ট্ৰাক, থিতাতে নিহত চালক
| News18 Assam | January 7, 2021,8:37 am IST -
ৰাজ্য নথকা এজন ৰজাৰ কাহিনী! খেতিপথাৰৰ পৰা চৌদি আৰবলৈ ‘বাদশ্বাহ’ৰ যাত্ৰাৰ কাহিনী
| News18 Assam | January 6, 2021,5:46 pm IST -
মুছলমানক RSS–এ নিঃশেষ কৰাৰ পৰিকল্পনা কৰিছে – হোজাইত AIUDF প্ৰধান বদৰুদ্দিন আজমলৰ বিস্ফোৰক মন্তব্য
আজমলে কয় যে RSS–এ মুছলমান লোকক নিঃশেষ কৰাৰ পৰিকল্পনা কৰিছে৷ ...
| News18 Assam | December 9, 2020,9:30 pm IST -
ডবকাত কুখ্যাত ড্ৰাগছ ব্যৱসায়ী ফিৰোজ আলীক গ্ৰেপ্তাৰ, প্ৰায় ১৪ লাখ টকাৰ হেৰ’ইন জব্দ
ফিৰোজৰ পকেটৰ পৰা ২৮.২৬ গ্ৰাম হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।...
| News18 Assam | December 2, 2020,5:17 pm IST -
হোজাইৰ যমুনামুখত মাটি খান্দোতে ওলাল ৰাধা-কৃষ্ণৰ মূৰ্তি
স্থানীয় একাংশ লোকে সন্দেহ কৰা মতে, মূৰ্তিটো অষ্ট ধাতুৰে নিৰ্মিত আৰু পুৰণি ৰজাদীনীয়া কালৰ৷ ...
| News18 Assam | November 30, 2020,4:09 pm IST