News18 »abdul hakim
-
হোজাইত হস্ত নিৰ্মিত বন্দুক, তিনিজাঁই সক্ৰিয় গুলীসহ এজনক গ্ৰেপ্তাৰ। ঘটনাৰ আঁৰত ভূমি বিবাদ, ষড়যন্ত্ৰৰ অভিযোগ।
| News18 Assam | June 4, 2021,5:05 pm IST -
Crime : পৰকীয়া প্ৰেমৰ বাবেই বৈ গ'ল তেজৰ নৈ। হাতে হাতে লাঠি, দা লৈ দুই ফৈদৰ প্ৰচণ্ড মাৰপিটত ৰক্তাক্ত পৰিবেশ।
আক্ৰমণৰ ফলত জাকিৰ হুছেইনসহ পাঁচজনকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।...
| News18 Assam | June 4, 2021,8:40 am IST -
উদালী কাণ্ডঃ ২৪ অভিযুক্তৰ ১৪ জনক জে'ললৈ প্ৰেৰণ, ফাষ্টট্ৰেকত বিচাৰ চলোৱাৰ আশ্বাস
| News18 Assam | June 2, 2021,8:46 pm IST -
হোজাইৰ নীলবাগানত মুল্যৱান কাঠভৰ্তি ট্ৰাক জব্দ । লকডাউন, কাৰ্ফিউৰ মাজতে চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায়।
নীলবাগনত চাৰিলেনযুক্ত ৫৪ নং ৰাষ্ট্ৰীয় ঘাই পথত বন বিভাগে জব্দ কৰে চোৰাং কাঠ ভৰ্তি ট্ৰাক। ...
| News18 Assam | May 31, 2021,7:41 pm IST -
হাস্পতালত সাৱধানে থাকক! কোৰোণা ৰোগীৰ ৰূপত হাস্পতালত সোমাই থাকিব পাৰে চোৰ!
হোজাইৰ নীলবাগান কোভিড হাস্পতালৰ ৰোগীৰ মোবাইল, নগদ ধন চুৰি কৰি পলায়ন কোৰোণা আক্ৰান্ত চোৰৰ।...
| News18 Assam | May 30, 2021,10:30 pm IST -
খেলা–ধূলা, ৰন্ধা–বঢ়াৰ মাজেৰে কোৰোণাক জয় কৰিলে হোজাইৰ ৫ বছৰীয়া শিশুৱে, মানসিক দৃঢ়তাক প্ৰশংসা
| News18 Assam | May 29, 2021,9:18 pm IST -
হোজাইৰ যমুনামুখ আৰক্ষীৰ জালত তিনি গভাইত চোৰ, দুটাক জে’ললৈ প্ৰেৰণ
| News18 Assam | May 28, 2021,8:56 pm IST -
ডবকা টোলগেটত লাগে ডাবল টেক্স! চালকে নিদিয়াত পিটিলে ৰডেৰে, থানাত গোচৰ
| News18 Assam | May 27, 2021,9:02 pm IST -
সম্প্ৰীতিৰ নিদৰ্শন! ডবকাত মুছলমান লোকে নিৰ্মাণ কৰি দিলে গণেশ মন্দিৰ
| News18 Assam | May 26, 2021,1:35 pm IST -
Corona Impact : কোভিড ১৯ৰ বাবেই হোজাইত হোটেল ব্যৱসায়ী, ৰিক্সা-ঠেলা আৰু টেক্সি চালকৰ নাজল নাথল অৱস্থা। চৰকাৰৰ পৰা সহায়ৰ সাহাৰ্যৰ দাবী।
| News18 Assam | May 21, 2021,7:42 pm IST -
Drugs, Crime: হোজাইত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ ৫ জন যুৱক আটক। দুখন বাহন জব্দ, চাৰিজনক জেললৈ প্ৰেৰণ।
ডবকা-ডিফু বাইপাছত আটক এলবাৰ্ট টকবি, পৰম তেৰং, ৰাইকোম বে আৰু চাৰিম বে। আজি আটক ডবকাৰ ছাহাব উদ্দিন।...
| News18 Assam | May 21, 2021,2:37 pm IST -
হোজাইত প্ৰচণ্ড ধুমুহা, ৪০টাতকৈ অধিক বাসগৃহ তচনচ কৰিলে ধুমুহাই
ধুমুহাই উৰুৱাই নিলে প্ৰায় ৩০টা ঘৰৰ টিনপাত, সা-সামগ্ৰী আদি৷ ধুমুহাত বাগৰি পৰে প্ৰায় ১০টাকৈ বাসগৃহ৷...
| News18 Assam | May 14, 2021,7:04 pm IST -
হোজাইত যান-বাহনৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ল যুগ্ম-অযুগ্মৰ ফৰ্মূলা । ঈদৰ দিনা বজাৰলৈ ওলাই অহা লোকক মাক্স বিতৰণ আৰক্ষীৰ।
হোজাইত কঠোৰ আৰক্ষী । ঈদৰ দিনা মাক্স নিপিন্ধা লোকৰ মাজত মাক্স বিতৰণ, একাংশক বিহিলে জৰিমনা ।...
| News18 Assam | May 14, 2021,3:54 pm IST -
হোজাইত ভয়ানকভাৱে বৃদ্ধি পাবলৈ ধৰিছে ক'ভিড-১৯ ৰোগীৰ সংখ্যা। শুকুৰবাৰে ৭১ জন লোকৰ দেহত ধৰা পৰিল ক'ভিডৰ অৱস্থিতি।
| News18 Assam | May 8, 2021,8:36 am IST -
খাদ্যক লৈ হোজাইৰ নীলবাগানত মডেল হাস্পতালত কোভিড ৰোগীৰ প্ৰতিবাদ
| News18 Assam | April 30, 2021,9:55 am IST