-
কোনোৱে যদি সতীৰ্থক ঘুচিয়াইছে, কোনোৱে আকৌ চকী খনকে ভাঙিছে! হোজাই কংগ্ৰেছৰ আভ্যন্তৰীণ কন্দল দেখি হতবাক সাংসদ প্ৰদ্যুত্ বৰদলৈ
আভ্যন্তৰীণ কংগ্ৰেছত বিধ্বস্ত কংগ্ৰেছ...
| News18 Assam | January 8, 2021,7:59 pm IST -
হোজাইৰ ডবকাত নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত ৰন্ধন গেছ কঢ়িওৱা ট্ৰাক, থিতাতে নিহত চালক
| News18 Assam | January 7, 2021,8:37 am IST -
ৰাজ্য নথকা এজন ৰজাৰ কাহিনী! খেতিপথাৰৰ পৰা চৌদি আৰবলৈ ‘বাদশ্বাহ’ৰ যাত্ৰাৰ কাহিনী
| News18 Assam | January 6, 2021,5:46 pm IST -
মুছলমানক RSS–এ নিঃশেষ কৰাৰ পৰিকল্পনা কৰিছে – হোজাইত AIUDF প্ৰধান বদৰুদ্দিন আজমলৰ বিস্ফোৰক মন্তব্য
আজমলে কয় যে RSS–এ মুছলমান লোকক নিঃশেষ কৰাৰ পৰিকল্পনা কৰিছে৷...
| News18 Assam | December 9, 2020,9:30 pm IST -
ডবকাত কুখ্যাত ড্ৰাগছ ব্যৱসায়ী ফিৰোজ আলীক গ্ৰেপ্তাৰ, প্ৰায় ১৪ লাখ টকাৰ হেৰ’ইন জব্দ
ফিৰোজৰ পকেটৰ পৰা ২৮.২৬ গ্ৰাম হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।...
| News18 Assam | December 2, 2020,5:17 pm IST -
হোজাইৰ যমুনামুখত মাটি খান্দোতে ওলাল ৰাধা-কৃষ্ণৰ মূৰ্তি
স্থানীয় একাংশ লোকে সন্দেহ কৰা মতে, মূৰ্তিটো অষ্ট ধাতুৰে নিৰ্মিত আৰু পুৰণি ৰজাদীনীয়া কালৰ৷...
| News18 Assam | November 30, 2020,4:09 pm IST -
প্ৰথমে ভতিজাকক ডিঙি কাটি হত্যা, তাৰ পিছত ভতিজাকৰ পত্নীকো আক্ৰমণ, হোজাইত চাঞ্চল্য
| News18 Assam | November 19, 2020,3:51 pm IST -
মোৰাঝাৰত ভয়ংকৰ ডকাইতি, ব্যৱসায়ীলৈ লক্ষ্য কৰি কেইবাজাঁই গুলীচালনা কৰি ধন লুট, ৰাইজে খেদি খেদি ধৰিলে ২ ডকাইতক
গাড়ী কেইখনৰ পৰা অনুমানিক বিশ লক্ষাধিক টকা লুট কৰা বুলি স্থানীয় লোকে সন্দেহ কৰিছে৷...
| News18 Assam | November 15, 2020,2:49 pm IST -
হোজাইৰ সৰুপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনা, দ্ৰুতবেগী বাহনৰ খুন্দাত থিতাতে নিহত এজন লোক
দুর্ঘটনা সংঘটিত কৰি বাহনসহ চালকে পলায়ন কৰে।...
| News18 Assam | November 11, 2020,3:49 pm IST -
পাৰিবাৰিক কন্দল, হোজাইত পাষাণ স্বামীয়ে ডিঙিত ঘপিয়াই হত্যা কৰিলে পত্নীক
খঙৰ ভমকত নুৰে এখন দৰে পত্নীৰ ডিঙিৰ পিছফালে উপৰ্যুপৰি ঘাপ মাৰি হত্যা কৰে।...
| News18 Assam | October 20, 2020,8:57 pm IST -
ডবকাত ভয়ংকৰ দুৰ্ঘটনা, নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা চাৰিচকীয়া বাহনৰ, থিতাতে নিহত চালক
| News18 Assam | October 20, 2020,8:46 pm IST -
দিন হাজিৰা কৰি কন্যাৰ বিয়াৰ বাবে গোটাইছিল ধন, কৌশলেৰে দুৰ্বৃত্তই লুটি নিলে সকলো
চিলনী চোৰৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ বলি হোৱা দম্পতীয়ে নীলবাগান আৰক্ষী পহৰা চকীত এটা গোচৰ তৰিছে।...
| News18 Assam | October 15, 2020,1:51 pm IST -
আধাৰ কাৰ্ডৰ নামত মুকলিকৈ ধন সংগ্ৰহ, হোজাইত শিক্ষকসহ দুজনক চাকৰিৰ পৰা নিলম্বন
মঙলবাৰে News18ত সম্প্ৰচাৰ হোৱাৰ পিছতেই আজি হোজাই জিলা উপায়ুক্তই সৰৱ হোৱা পৰিলক্ষিত হয়।...
| News18 Assam | October 14, 2020,8:05 pm IST -
হোজাইত ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ’ল পতি–পত্নীৰ
৩৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা গছসমূহৰ বাবে সঘনাই অঞ্চলটোত দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ ৰাইজৰ৷...
| News18 Assam | October 13, 2020,6:30 pm IST -
হোজাইৰ শংকৰদেৱ নগৰত ভূমিহীন খিলঞ্জীয়া পৰিয়ালক পট্টা আৰু আবণ্টন পত্ৰ বিতৰণ
| News18 Assam | October 5, 2020,3:02 pm IST