Change Language
News18 »
-
Assam Assembly Election: "মাস্কৰ সৈতে আছে EVMৰ সম্পৰ্ক"। ভোটগ্ৰহণৰ মাজতে গোলকগঞ্জৰ ভোট কেন্দ্ৰত বিয়পি পৰিল উৰা বাতৰি। কি হ'ল তাৰ পিছত?
| News18 Assam | April 6, 2021,7:52 pm IST -
গোলকগঞ্জৰ চিলাৰায় মহাবিদ্যালয়ত হ’ব বিশ্ব মহাবীৰ চিলাৰায় বিশ্ববিদ্যালয়
কোচ ৰাজবংশীৰ জনজাতিকৰণৰ ৯০ শতাংশ সমস্যা সমাধানৰ পথত বুলিও মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই।...
| News18 Assam | January 7, 2021,5:17 pm IST -
গোলকগঞ্জৰ বিধায়ক অশ্বিনী ৰায় সৰকাৰৰ জ্যেষ্ঠ ভাতৃৰ বিয়োগ
আজি পুৱা বিধায়কগৰাকীৰ জ্যেষ্ঠ ভাতৃ ধীৰেন ৰায়ৰ নিজ বাসগৃহত বিয়োগ ঘটে৷...
| News18 Assam | October 22, 2020,10:19 am IST -
গোলকগঞ্জত অঘটন, গংগাধৰ নৈত জাপ দিলে এজন লোকে
নৈৰ পাৰলৈ যোৱা একাংশ লোকে এই ঘটনা প্ৰত্যক্ষ কৰাৰ লগে লগে আৰক্ষীক খবৰ দিয়ে।...
| News18 Assam | September 27, 2020,6:41 pm IST -
তিনিদিন পূৰ্বে পিতৃৰ বিয়োগ, আজি মাতৃক হেৰুৱালে বিধায়ক অশ্বিনী ৰায় সৰকাৰে
তিনিদিনৰ ব্যৱধানত পিত–মাতৃয়ে বিধায়কগৰাকীক এৰি যোৱা ঘটনাই গোলকগঞ্জত গভীৰ শোকৰ ছাঁ পেলাইছে।...
| News18 Assam | August 11, 2020,10:45 am IST -
পিতৃহাৰা হ’ল বিধায়ক অশ্বিনী ৰায় সৰকাৰ
সামাজিক দূৰত্ব বজাই ৰাখি নিজ ঘৰৰ সন্মুখতে শেষকৃত্য সম্পন্ন কৰা হয় সৰকাৰৰ।...
| News18 Assam | August 9, 2020,8:54 pm IST -
ড্ৰাগছৰ বিৰুদ্ধে ক’ত জেহাদ ঘোষণা অসম আৰক্ষীৰ?
| News18 Assam | August 7, 2020,11:50 pm IST -
লকডাউনত পিতৃৰ শ্ৰাদ্ধ কৰিবলৈ আহি নৈৰ বুকুত হেৰুৱালে ১১বছৰীয়া পুত্ৰক
| News18 Assam | July 7, 2020,9:41 pm IST -
কলিকতাত শিপিনীৰ কাম কৰে পিতৃয়ে, কন্যাই ভেন্সাৰ স্কুলত পঢ়ি পালে কলাৰ দশম স্থান
কৃষ্ণা বালা দাসে APSC ৰ জৰিয়তে প্ৰশাসনিক বিষয়া হোৱাৰ সপোন প্ৰকাশ কৰিছে। ...
| News18 Assam | June 25, 2020,1:00 pm IST -
গৰুৰ চোৰাং বেপাৰৰ বিৰুদ্ধে নিশা ৰাজপথত বিধায়কৰ অভিযান, জব্দ কৰিলে গৰুভৰ্তি বাহন
নিশা ৰাজপথত নামিল বিধায়ক সৰকাৰ৷ সংগী বিজেপিৰ যুৱ মৰ্চাৰ একাংশ কৰ্মী৷...
| News18 Assam | June 13, 2020,8:48 am IST -
কোৰোণাৰ আতংকই খেদিছে ছাগলীয়াত,ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে পেলাইছে কোৱাৰেণ্টাইন চেণ্টাৰত ব্যৱহৃত PPE কিট আৰু পেলনীয়া সামগ্ৰী
ছাগলীয়াৰ প্ৰশাসনে কোৰোণা ভাইৰাছক কৰিছে নেকি ভেঙুচালি?...
| News18 Assam | May 29, 2020,1:19 pm IST -
অসম-বংগ সীমান্তত প্ৰশাসনে আয়োজন কৰিলে এখন বিয়াৰ, বিয়াৰ পিছতে কোৱাৰেণ্টাইনত দৰা–কইনা
| News18 Assam | May 23, 2020,10:31 pm IST -
ছাগলীয়াত খং উঠিল মন্ত্ৰী পীযূষ হাজৰিকাৰ, কঠোৰ নিৰ্দেশ দিলে প্ৰশাসনক
সীমান্ত পৰিদৰ্শন কৰাৰ পিছত মন্ত্ৰীগৰাকীয়ে পৰিদৰ্শন কৰিলে কোৱাৰেণ্টাইন চেণ্টাৰ৷...
| News18 Assam | May 18, 2020,9:40 pm IST -
লকডাউন শিথিলৰ কাৰণে গৈছিল ককাকৰ ঘৰলৈ! উভতাৰ পথত ৪বছৰীয়া ৰনঞ্জয়ে একেলগে হেৰুৱালে মাক–দেউতাকক
| News18 Assam | May 11, 2020,8:25 pm IST -
অসম আৰক্ষীৰ বিশেষ পদক্ষেপ, হোৱাটছ এপৰ জৰিয়তে চুবুৰীয়া ৰাজ্যৰ পৰা সীমান্তৰ লোকক অনাই দিছে ঔষধ
ধুবুৰীৰ সীমামূৰীয়া লোকক সহায় অসম আৰক্ষীৰ।...
| News18 Assam | May 4, 2020,3:46 pm IST