ভাষা নিৰ্বাচন :

অসমীয়া(Assamese)

আজিৰ দিনটোৰ সুবৰ্ণ সুযোগ! মাত্ৰ ৫০০০ টকা বিনিয়োগ কৰি হওক লাখপতি, সম্পূৰ্ণ প্লেনৰ বিষয়ে জানক

ইয়াৰ বিষয়ে বিতং ভাবে জানো আহকঃ

যদি আপুনি কোৰোণাৰ সময়চোৱাত মিউচুৱেল ফাণ্ডত (Mutual Fund) ধন বিনিয়োগ কৰাৰ পৰিকল্পনা কৰি আছে ,তেনেহ'লে আপোনাৰ বাবে আছে ভাল খবৰ। আজিৰ পৰা আপুনি মাত্ৰ ৫০০০ টকা বিনিয়োগ কৰি এক বৃহৎ লাভ অৰ্জন কৰিব পাৰে।

আপোনাৰ জনাই দিও যে, ফাণ্ড হাউচ মিৰাই এচেটে ভাৰতত প্ৰথমবাৰলৈ দুটা পেচিব NYSE FANG+ লন্স কৰিছে। এই দুয়োটা ফাণ্ড ১৯ এপ্ৰিল ২০২১ৰ দিনটোত অ'পেন হৈছে। এই কোম্পানীৰে লাৰ্জ কেপ ফাণ্ডে পৰৱৰ্তী এবছৰ বিনিয়োগকাৰীক ৫৭.১ শতাংশৰ ৰিটাৰ্ণ প্ৰদান কৰিব।

ইয়াৰ বিষয়ে বিতং ভাবে জানো আহকঃ


ইয়াত কোম্পানীৰ প্ৰথম প্ৰ'ডাক্ট মিৰে এচেট NYSE FANG+ ETF’। উল্লেখ্য যে, ই এক অপেন এণ্ডেড স্কীম। যি NYSE FANG+ Total Return Indexক দৰ্শাই। আনহাতে মিৰে এচেটৰ দ্বিতীয়টো প্ৰডাক্ট হৈছে NYSE FANG+ETF Fund of Fund। ই অপেন এণ্ডেড ফাণ্ড অব ফাণ্ড স্কীম। যি Mirae Asset NYSE FANG+ETF ত বিনিয়োগ কৰে।

শীৰ্ষ কোম্পানীবোৰৰ ভিতৰত আছেঃ

বষ্টন পৰামৰ্শদাতা গোটৰ মতে, নিউয়ৰ্ক ষ্টক এক্সচেঞ্জৰ ১০টা কোম্পানীৰ ভিতৰত ৭টা কোম্পানী, NYSE FANG+Indexএ ২০২০ চনত শীৰ্ষ ৫০ টা কোম্পানীত স্থান লাভ কৰিছে।


পুঁজিটোৰ বিশেষত্ব কি?

  • NYSE FANG+ Index হৈছে প্ৰযুক্তি আৰু উপভোক্তা আৱিষ্কাৰ খণ্ডক প্ৰতিনিধিত্ব কৰাৰ বাবে প্ৰস্তুত কৰা এক equal weighted Index। ইয়াত বহুত উচ্চ বাণিজ্য বিকাশৰ ষ্টক আছে।

  • NYSE FANG+ Index ভাৰতীয় বিনিয়োগকাৰীক গ্লোবেল ইনভেশ্যন লিডাৰ্চ যেনে, ফেটবুক  আমাজন, এপল, নেটফ্লিক্স, এলফাবেট (গুগল), টেছলা, টুইটাৰত  এক্সপোজাৰ দিয়ে। FANG+ কোম্পানীবোৰৰ মুঠ বজাৰ মূলধন হৈছে ৭.৭ ট্ৰিলিয়ন ডলাৰ।


  •  এই খণ্ড আৰু কোম্পানীবোৰে দীৰ্ঘম্যাদী বৃহৎ প্ৰৱণতা প্ৰতিফলিত কৰে। তেওঁলোকৰ অৰ্থনীতি, ব্যৱসায় আৰু সমাজক পৰিৱৰ্তন কৰাৰ ক্ষমতা আছে।

  • FANG + ইণ্ডেক্সত বিনিয়োগ কৰিলে ভাৰতীয় বিনিয়োগকাৰীসকল টকাৰ দুৰ্বলতাৰ পৰা লাভান্বিত হ'ব।

  • Published by: Himangshu Bhuyan
    First published: April 19, 2021, 12:25 PM IST