News18 » Agency » news18assam
news18assam
-
উপ–নিৰ্বাচনৰ পিছতে বিটিচিত বিপিএফৰ নেতৃত্বত গঠন হ’ব পৰিষদ : হাগ্ৰামা মহিলাৰী
শাসকীয় মিত্ৰজোঁটৰ নেতাই সঘনে যোগাযোগ কৰি আছে বুলি মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে।...
অসম | May 23, 2022,1:38 pm IST -
‘মই শুই আছিলো, দেউতাই মোক জগাই কৈছিল – বুঢ়াক মই মাৰি দিলো’ – জাপৰিগোগ হত্যাকাণ্ডৰ অভিযুক্ত ধৰণী ডেকাৰ পুত্ৰৰ বিস্ফোৰক মন্তব্য
তেওঁ কয়, হেমধৰ বৰুৱাই ঘৰ এৰি যাবলৈ আমাক কৈছিল, কিন্তু কাজিয়া কেতিয়াও হোৱা নাছিল।...
অসম | May 23, 2022,1:27 pm IST -
''মই শুই আছিলো, দেউতাই মোক জগাই কৈছিল- 'বুঢ়াক মই মাৰি দিলো''- জাপৰিগোগ হত্যাকাণ্ডৰ অভিযুক্ত ধৰণী ডেকাৰ পুত্ৰই কৰিলে বহু বিস্ফোৰক মন্তব্য
বৰ্তমান আৰক্ষীৰ জিম্মাত থকা ধৰণী ডেকা আৰু ৰিমি ডেকাক আজি পুনৰ আদালতত হাজিৰ কৰোৱাব আৰক্ষীয়ে।...
অসম | May 23, 2022,1:24 pm IST -
বটদ্ৰৱা থানা জ্বলোৱাৰ সুযোগ লৈ লকআপৰ পৰা পলায়ন কৰা অভিযুক্তক চিনাক্ত
থানা জ্বলাই দিয়াৰ সুবিধা লৈ হেণ্ডকাফ খুলি পলায়ন কৰিছিল অভিযুক্তজনে।...
অসম | May 23, 2022,12:35 pm IST -
Jammu and Kashmir | জম্মু–কাশ্মীৰত লস্কৰ–ই–তৈবাৰ দুই হাইব্ৰিড সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ, অস্ত্ৰ–শস্ত্ৰ জব্দ
দেশ | May 23, 2022,11:56 am IST -
গোৱালপাৰাৰ লক্ষীপুৰত বন্যহস্তীৰ আক্ৰমণত একেটা পৰিয়ালৰে তিনিজন নিহত
অসম | May 23, 2022,11:15 am IST -
হাইলাকান্দিত খহনীয়াৰ কালৰূপ, বৰাকৰ খহনীয়াই টোপনি হৰিছে ৰাইজৰ
অসম | May 23, 2022,11:02 am IST -
Horoscope Today: ২৩ মে’ৰ ৰাশিফল, দিনটো আৰম্ভ কৰাৰ পূৰ্বে চাওক আপোনাৰ ৰাশিফল
কোন ৰাশিৰ জাতক–জাতিকাৰ কেনে যাব আজিৰ দিনটো।...
জীৱন শৈলী | May 23, 2022,9:06 am IST -
বটদ্ৰৱা কাণ্ডৰ আন এটা অভিযুক্তক আটক, উদ্ধাৰ ৰিভলভাৰ, নিচাজাতীয় টেবলেট
ইমান আলীৰ পৰা উদ্ধাৰ এটা নাইন এম এম ৰিভলভাৰ আৰু ৪জাই সজীৱ গুলী।...
অসম | May 23, 2022,8:49 am IST -
উজনি অসমত খোপনি পোতাৰ চেষ্টা AAPৰ ! ডিব্ৰুগড়ত ৫ সহস্ৰাধিক লোকৰ AAPত যোগদান
ৰাজ্যত যেন লাহে লাহে সাংগঠনিক ভেঁটি মজবুত কৰাৰ দিশে অগ্ৰসৰ হৈছে আম আদমী পাৰ্টী।...
অসম | May 22, 2022,10:39 pm IST -
মৰিগাঁৱত মন্ত্ৰীৰ ধমকত কমিল বানত বুৰ যোৱা বিদ্যালয়ৰ সংখ্যা। জানক সবিশেষ
অসম | May 22, 2022,10:30 pm IST -
বকলীয়াঘাটত শোকাৱহ পথ দুৰ্ঘটনা, বাইকৰ খুন্দাত থিতাতে নিহত এগৰাকী মহিলা
বকলীয়াঘাটৰ নাম বকলীয়াত শোকাৱহ পথ দুৰ্ঘটনা।...
অসম | May 22, 2022,10:09 pm IST -
Holy Basil: ঔষধ আৰু মছলা দুয়োটাই হয় তুলসী, অথৰ্ববেদতো আছে ইয়াৰ উল্লেখ, তুলসীৰ লগত জড়িত বিশেষ কথাবোৰ জানি লওক
জীৱন শৈলী | May 22, 2022,9:55 pm IST -
'অখিল গগৈৰ শৰীৰত নাই অসমীয়াৰ তেজ'- কিয় ক'লে মন্ত্ৰী পীয়ুষ হাজৰিকাই?
অসম | May 22, 2022,9:48 pm IST -
LIC Jeevan Labh Plan: LICৰ ছুপাৰহিট পলিচী ধামাকা! মাত্ৰ ২৩৩ টকা বিনিয়োগ কৰি লাভ কৰক ১৭ লাখ টকা...
LIC Jeevan Labh Plan: LICৰ ছুপাৰহিট পলিচী ধামাকা! মাত্ৰ ২৩৩ টকা বিনিয়োগ কৰি লাভ কৰক ১৭ লাখ টকা......
জীৱন শৈলী | May 22, 2022,9:15 pm IST