News18 » Agency » news18assam
news18assam
-
Akhil Gogoi | ‘দিনৰ পোহৰতে কেনেকৈ দুষ্কৃতিকাৰীয়ে থানা জ্বলাব পাৰিলে?’ – বটদ্ৰৱা কাণ্ডক লৈ প্ৰতিক্ৰিয়া অখিল গগৈৰ, পীযূষ হাজৰিকাক মোগলৰ মানুহ আখ্যা
অসম | May 23, 2022,4:54 pm IST -
বক্ৰপথেৰে চাকৰি লোৱাসকলৰ বিপদ সমাগত! ২০১৪ৰ APSC পৰীক্ষাৰ তদন্তৰ দায়িত্ব ল'লে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লব কুমাৰ শৰ্মাই
অসম | May 23, 2022,4:48 pm IST -
মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু কেন্দ্ৰীয় চৰকাৰে লৈছে বিশেষ পদক্ষেপ, RBIৰ গৰ্ভনৰ শক্তিকান্ত দাসৰ মতে, শীঘ্ৰে সাধাৰণ জনতাই পাব সকাহ
দেশ | May 23, 2022,4:27 pm IST -
বটদ্ৰৱা কাণ্ডৰ সন্দৰ্ভত নগাঁৱৰ আৰক্ষী অধীক্ষকৰ সংবাদমেল, বৰ্তমানলৈকে আৰক্ষীৰ জালত ৬টা, দুই অভিযুক্ত এতিয়াও পলাতক
অসম | May 23, 2022,4:08 pm IST -
Patol English Meaning: ৮০ শতাংশ লোকৰ হাততে নাই সঠিক উত্তৰ! পটলৰ ইংৰাজী নাম কি জানেনে?
জীৱন শৈলী | May 23, 2022,3:36 pm IST -
Dental Problems : দাঁতৰ অসুখৰ এনে ৪টা লক্ষণ হ'ব পাৰে ডাঙৰ ৰোগৰ কাৰণ, পলম নকৰি দন্ত চিকিৎসকৰ পৰামৰ্শ লোৱা ভাল
দাঁতৰ সমস্যা এক গুৰুতৰ সমস্যা, দাঁতৰ বিষত নোভোগা কোনো লোকে এয়া উপলব্ধি কৰিব নোৱাৰে...
স্বাস্থ্য | May 23, 2022,3:31 pm IST -
Weight Loss Tips: ওজন হ্ৰাস কৰিবলৈ মন মেলিছে যদি শোৱাৰ আগতে খাওক ইয়াৰে যিকোনো একাপ চাহ
জীৱন শৈলী | May 23, 2022,3:05 pm IST -
'এনকাউণ্টাৰ কৰা আৰক্ষীৰ গুলী ঘটনাৰ সময়ত কিয় নুফুটিল?' বটদ্ৰৱা কাণ্ডৰ বাবে গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জগৰীয়া কৰিলে AJPৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে
সোমবাৰে ৰহাৰ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে।...
অসম | May 23, 2022,2:39 pm IST -
বটদ্ৰৱা আৰক্ষী থানাত অগ্নিসংযোগ কৰিবলৈ নিৰ্দেশ দিয়া যুৱকক চিনাক্ত
পূৰ্বে ভুৱা পৰিচয়ৰে সংখ্যালঘূ ছাত্ৰবৃত্তিৰ বাবে ছিম কাৰ্ড যোগান ধৰিছিল ছাদ্দামে।...
অসম | May 23, 2022,2:38 pm IST -
এইজন যুৱকেই উচতনি দিছিল থানা জ্বলাবলৈ, চাওক ভিডিঅ’
অসম | May 23, 2022,2:09 pm IST -
Himanta Biswa Sarma:'মাদ্ৰাছা শব্দটোৱেই বিলুপ্ত হ'ব লাগে'- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য এতিয়া দেশজুৰি চৰ্চিত
দেশ | May 23, 2022,2:08 pm IST -
বটদ্ৰৱা থানালৈ শিল দলিওৱা ধিঙৰ ড্ৰাগছ মাফিয়া লালুক চিনাক্ত, হিংসাত্মক কাণ্ডত জড়িত থকাৰ সন্দেহত চুলতান আলী নামৰ এজন যুৱকক আটক
ধিঙৰ ড্ৰাগচ সৰবৰাহকাৰী মাষ্টৰমাইণ্ড বুলি পৰিচিত লালুক ।...
অসম | May 23, 2022,1:38 pm IST -
উপ–নিৰ্বাচনৰ পিছতে বিটিচিত বিপিএফৰ নেতৃত্বত গঠন হ’ব পৰিষদ : হাগ্ৰামা মহিলাৰী
শাসকীয় মিত্ৰজোঁটৰ নেতাই সঘনে যোগাযোগ কৰি আছে বুলি মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে।...
অসম | May 23, 2022,1:38 pm IST -
‘মই শুই আছিলো, দেউতাই মোক জগাই কৈছিল – বুঢ়াক মই মাৰি দিলো’ – জাপৰিগোগ হত্যাকাণ্ডৰ অভিযুক্ত ধৰণী ডেকাৰ পুত্ৰৰ বিস্ফোৰক মন্তব্য
তেওঁ কয়, হেমধৰ বৰুৱাই ঘৰ এৰি যাবলৈ আমাক কৈছিল, কিন্তু কাজিয়া কেতিয়াও হোৱা নাছিল।...
অসম | May 23, 2022,1:27 pm IST -
''মই শুই আছিলো, দেউতাই মোক জগাই কৈছিল- 'বুঢ়াক মই মাৰি দিলো''- জাপৰিগোগ হত্যাকাণ্ডৰ অভিযুক্ত ধৰণী ডেকাৰ পুত্ৰই কৰিলে বহু বিস্ফোৰক মন্তব্য
বৰ্তমান আৰক্ষীৰ জিম্মাত থকা ধৰণী ডেকা আৰু ৰিমি ডেকাক আজি পুনৰ আদালতত হাজিৰ কৰোৱাব আৰক্ষীয়ে।...
অসম | May 23, 2022,1:24 pm IST