মুখ্যপৃষ্ঠা |   আমাৰ বিষয়ে

আমাৰ বিষয়ে

News18অসম.com ভাৰতৰ আটাইতকৈ বৃহৎ অসমীয়া ৱেবছাইট য’ত আপোনাৰ বাবে থাকিব সকলো খবৰৰ লগতে মনোৰঞ্জনৰ সমাহাৰ। News18অসম.com–ৰ বিনম্ৰ প্ৰয়াস আপোনাৰ ভাষাত, আপোনাৰ বাবে এনেকুৱা অৱদান আগবঢ়োৱাৰ যি আপোনাক জীৱনত আগুৱাই লৈ যাবলৈ সহায়ক হ’ব আৰু হৈ পৰিব আপোনাৰ কণ্ঠ তুলি ধৰিব পৰা এখন মঞ্চ। আপুনি ইয়াত পাব শেহতীয়া খবৰৰ পৰা চাকৰি, শিক্ষা আৰু নতুন ভাৰতৰ পৰিৱৰ্তিত অৰ্থনৈতিক ছবিৰ সময়োপযোগী চৰ্চা। ক্ৰীড়া, চিনেমা আৰু বিদেশৰ মছলাদাৰ খবৰ আৰু গ্ৰন্থ জগতৰ ৰুচিসম্পন্ন আকৰ্ষণীয় খবৰ। মুঠৰ ওপৰত আমি লৈ আহিছো ইণ্টাৰনেটত আপোনাৰ বাবে এনেকুৱা এখন পৃথিৱী, যিয়ে আপোনাৰ জীৱন উদ্যমেৰে ভৰাই তুলিব। www.news18অসম.comৰ সম্পূৰ্ণ স্বত্ব web18 Software Services Ltdৰ অধীন যিটো Network18ৰ মালিকানাধীন কোম্পানী। www.news18অসম.comত প্ৰকাশিত সকলো খবৰ কপিৰাইটৰ অধীনস্থ আৰু ইয়াৰ যিকোনো খবৰ কোনো প্ৰকাৰে পুনৰপ্ৰকাশ বা বিতৰণ কৰাটো নীতিবিৰুদ্ধ।

এতিয়া LIVE