বিশ্ব

দলঙৰ ওচৰত বস্তাত দুটুকুৰা হৈ পৰি আছিল অভিনেত্ৰীৰ মৃতদেহ !

বাংলাদেশৰ বিখ্যাত অভিনেত্ৰী ৰাইমা ইছলাম চিমু (Raima Islam Shimu) অলপতে সন্ধানহীন হৈছিল। কিন্তু এতিয়া তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। বাংলাদেশৰ ৰাজধানী ঢাকাৰ কেৰানিগঞ্জ দলঙৰ ওচৰত ৰাইমা ইছলাম চিমুৰ মৃতদেহ এটা বস্তাত বন্ধ হৈ থকা অৱস্থাত পোৱা গৈছিল।

আন এক ৰহস্যময় ৰোগৰ প্ৰৱেশ ! ৰোগীয়ে নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰে ...

Onlineত নিজ স্বামীক বিক্ৰী কৰিবলৈ এইগৰাকী মহিলাই দিছে আকৰ্ষণীয় বিজ্ঞাপন ...

কৃত্ৰিম চন্দ্ৰ নিৰ্মাণেৰে চীনৰ চমক, কমাব ষ্ট্ৰীট লাইটৰ খৰচ...

বৃটেইনত এক সপ্তাহত ৪ দিন কাম ৩ দিন ছুটীৰ পাইলট প্ৰজেক্ট আৰম্ভ, ভাৰতত কেতিয়া

আপোন গাঁওখনৰ নাম ল'বলৈ লাজ লাগে ! গাঁৱৰ নাম পৰিৱৰ্তন কৰাৰ দাবী প্ৰশাসনক ...

আজি পৃথিৱীৰ কাষেৰে যাব বুৰ্জ খলিফাতকৈ দুগুণ ডাঙৰ গ্ৰহাণু !

প্ৰেমিকাৰ মাকক বৃক্ক দান কৰিলে প্ৰেমিকে, অস্ত্ৰোপচাৰৰ পিছতে এৰিলে প্ৰেমিকাই

WhatsAppত তিনিটা শক্তিশালী সুবিধা আহি আছে ! ফটো, ভিডিঅ' সম্পাদনা কৰিব পাৰিব