
আজিৰে পৰা বন্ধ ছিংগল ইউজ প্লাষ্টিকৰ ব্যৱহাৰ !
Single Use Plastic Ban: ছিংগল ইউজ প্লাষ্টিক কি? ইয়াৰ সহজ উত্তৰটো হ’ল প্লাষ্টিকৰ যিবোৰ বস্তু এবাৰ ব্যৱহাৰযোগ্য বিশেষকৈ বটল, খাদ্য পেকিং বাটি, পলিথিনৰ পেকেট, কফি কাপ আদি। নিয়মটো হ’ল এই প্লাষ্টিকৰ বস্তুবোৰ এবাৰতকৈ বেছি ব্যৱহাৰ কৰিব নালাগে।